বিজেপি নেতা মহেন্দ্ৰ সিঙৰ উদ্ভট মন্তব্য : মোদী প্ৰধান মন্ত্ৰী হোৱাৰ পৰা বাৰাক অ’বামাই কয় গুজৰাটী, ইংলেণ্ডে চিঞৰে ভাৰত মাতা কী জয়
বিজেপিৰ নেতাসকলৰ মন্তব্যই সদায়ে দেশবাসীক আমোদৰ খোৰাক যোগায় অহাটো নতুন কথা নহয়। তথাপি আজি নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰধান মন্ত্ৰী মোদীৰ...