এটেন্সন শিক্ষা মন্ত্ৰী! আগন্তুক মেট্ৰিকৰ উত্তৰ বহী নিৰীক্ষণ নকৰে ঠিকাভিত্তিক শিক্ষকে
আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত পৰীক্ষাৰ্থীৰ উত্তৰ বহী নিৰীক্ষণ কৰাৰ পৰা বিৰত থাকিব ৰাজ্যৰ শিক্ষাখণ্ডৰ অন্তৰ্গত সকলো ঠিকাভিত্তিক নিযুক্তিপ্ৰাপ্ত শিক্ষকে। নৰ্থ-ইষ্ট...