• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পৰেশ বৰুৱা ‘ঘূৰি’ আহিলে ‘বাতিল’ কৰিম নাগৰিকত্ব বিধেয়ক, মন্তব্য হিমন্ত বিশ্বৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 25, 2018 8:56 pm
Himanta biswa sarma

হিমন্ত বিশ্ব শৰ্মা| ফাইল ছবি।

621
VIEWS
Share on FacebookShare on Twitter

‘নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰি দিম, পৰেশ বৰুৱা ঘূৰি আহক।‘ দেওবাৰে সংবাদমেলত পৰেশ বৰুৱাৰ প্ৰতি এই প্ৰত্যাহ্বান দক্ষ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

বিধেয়কৰ বাবেই আলফালৈ যুৱ-প্ৰজন্ম ধাৱমান হোৱা কথাটো মানি ল’ব নুখুজি বৰুৱাক এই প্ৰত্যাহ্বান জনাইছে মন্ত্ৰীগৰাকীয়ে।

‘আলফালৈ ল’ৰা যোৱাৰ ইছু যদি নাগৰিকত্ব সংশোধনী বিধেয়ক হয়, তেন্তে এই বিধেয়কখন বাতিল কৰি দিয়া হ’ব যদি পৰেশ বৰুৱা ঘূৰি আহে। কিন্তু তেওঁ আহিব জানো?’ প্ৰশ্ন শৰ্মাৰ।

নিষিদ্ধ সংগঠনটোলৈ যুৱক-যুৱতী যোৱাৰ কাৰণৰূপে ‘কৰ্মসংস্থান’হীনতালৈ আঙুলিয়াই মন্ত্ৰীজনে।

‘আলফালৈ যোৱা ল’ৰা এজনক যদি গুৱাহাটীতে চাকৰি দিব পাৰিলোহেঁতেন তেন্তে তেওঁটো আলফালৈ নগ’লহেঁতেন,‘ শৰ্মাৰ মত।

‘সন্ত্ৰাসবাদৰ সৈতে অৰ্থনৈতিক কাৰণ জৰিত হৈ আছে‘ বুলি মন্তব্য কৰি আলফামুখী যুৱকসকলক  ঘূৰাই আনিবলৈ অৰ্থনৈতিক বুনিয়াদ শক্তিশালী কৰিব লাগিব বুলি তেওঁ দাবী কৰে।

পিছে বিত্ত বিভাগৰো দায়িত্বত থকা মন্ত্ৰীগৰাকীৰ এই ভাষ্যই ৰাজ্যত কৰ্মসংস্থানহীনতালৈকে আঙুলি টোঁৱালে নেকি, তাক লৈ এতিয়া চলিছে চৰ্চা।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd