Kalpa Saikia

কল্পজোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

কেজৰিৱালৰে হোৱা টুইটাৰ যুঁজত কংগ্ৰেছ চৰকাৰৰ দিনৰ হিচাপ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই!

কেজৰিৱালৰে হোৱা টুইটাৰ যুঁজত কংগ্ৰেছ চৰকাৰৰ দিনৰ হিচাপ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই!

অসম চৰকাৰে ছাত্ৰ-ছাত্ৰী নথকাৰ অজুহাতত ৰাজ্যৰ ৩৬ খনৰো অধিক বিদ্যালয় বন্ধ কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে বিভিন্ন জনে প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ...

আঁচনিৰ ক্ষেত্ৰত সঘনাই বিজ্ঞাপন দিয়া মুখ্যমন্ত্ৰীয়ে চৰকাৰী বিদ্যালয়ত ছাত্র-ছাত্রীক পঢ়াবলৈ কিয় বিজ্ঞাপন দিব নোৱাৰে?: কৃষক মুক্তি

আঁচনিৰ ক্ষেত্ৰত সঘনাই বিজ্ঞাপন দিয়া মুখ্যমন্ত্ৰীয়ে চৰকাৰী বিদ্যালয়ত ছাত্র-ছাত্রীক পঢ়াবলৈ কিয় বিজ্ঞাপন দিব নোৱাৰে?: কৃষক মুক্তি

অভিযোগ অনুসৰি ৰাজ্যত শেহতীয়াকৈ বিদ্যালয় একত্ৰীকৰণৰ ফলত ২৫০০ খন বিদ্যালয় বন্ধ কৰি দিয়াৰ যো-জা চলাইছে ৰাজ্য চৰকাৰে। তাৰ ভিতৰত ৩০০...

প্ৰতিবাদৰ পিছত আৰক্ষীয়ে ফোনযোগে বিভিন্ন জিলাৰ প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ সদস্যক হাৰাশাস্তি কৰাৰ অভিযোগ

প্ৰতিবাদৰ পিছত আৰক্ষীয়ে ফোনযোগে বিভিন্ন জিলাৰ প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ সদস্যক হাৰাশাস্তি কৰাৰ অভিযোগ

প্ৰতিবন্ধী সকলৰ নিযুক্তি কৰণ, পেঞ্চন বৃদ্ধি আদিকে ধৰি বিভিন্ন ধৰণৰ সংবিধানিক প্ৰাপ্য অধিকাৰৰ দাবীত ২৩আগষ্টত দিঘলীপুখুৰীৰ পাৰত প্ৰতিবন্ধী সুৰক্ষা সংস্হা...

বন্দ্যা ইন্টাৰনেশ্যনেল বিদ্যালয়ৰ ৬০ বিঘা মাটি প্ৰকৃততে কাৰ; মুখ্যমন্ত্ৰীৰ নিজা নে চৰকাৰৰ?

বন্দ্যা ইন্টাৰনেশ্যনেল বিদ্যালয়ৰ ৬০ বিঘা মাটি প্ৰকৃততে কাৰ; মুখ্যমন্ত্ৰীৰ নিজা নে চৰকাৰৰ?

বিশ্বমানৰ ব্যক্তিগত বিদ্যালয়ৰ স্বত্বাধিকাৰী মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নী। তেওঁলোক দুয়োৰে সপোনৰ প্ৰকল্প আছিল এই বিদ্যালয়... কিন্তু...

ৰাজ্যৰ বিভিন্ন চিকিত্সালয়ত নাই সৰ্প দংশনৰ উপযুক্ত চিকিত্সা ব্যৱস্থা; ক্ষোভ প্ৰকাশ ড০ দিব্যজ্যোতি শইকীয়াৰ

ৰাজ্যৰ বিভিন্ন চিকিত্সালয়ত নাই সৰ্প দংশনৰ উপযুক্ত চিকিত্সা ব্যৱস্থা; ক্ষোভ প্ৰকাশ ড০ দিব্যজ্যোতি শইকীয়াৰ

ৰাজ্যৰ স্বাস্থ্য সেৱাৰ উন্নয়নৰ নামত ৰাজ্য চৰকাৰে বিভিন্ন উন্নয়নমূলক আঁচনি গ্ৰহণ কৰি ঢাক ঢোল বজাইছে যদিও কিছু গুৰুত্বপূৰ্ণ তথা স্পৰ্শকাতৰ...

Manish Sisodia

হিমন্ত বিশ্বৰ শৰ্মাৰ দৰেই মোক বিজেপিত ভৰ্তি কৰোৱাৰ কৌশল চলিছে: মনীষ চিছ’দিয়া

"হিমন্ত বিশ্বৰ শৰ্মাৰ দৰেই মোক বিজেপিত ভৰ্তি কৰোৱাৰ কৌশল চলিছে।" আজি এক সংবাদমেলত এই গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে দিল্লীৰ উপ...

২৫ খন জিলাত ২ ঘন্টাৰ পৰিৱৰ্তে ৬-৭ ঘন্টা ইন্টাৰনেট কৰ্তন; ওকণিৰ ভয়ত চুলি কাটিছে নেকি বিজেপি চৰকাৰে?

২৫ খন জিলাত ২ ঘন্টাৰ পৰিৱৰ্তে ৬-৭ ঘন্টা ইন্টাৰনেট কৰ্তন; ওকণিৰ ভয়ত চুলি কাটিছে নেকি বিজেপি চৰকাৰে?

Assam shuts mobile internet today ইন্টাৰনেট কৰ্তন কৰি নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিছে অসম চৰকাৰে। ওকণিৰ ভয়ত চুলি কটাৰ লেখীয়াকৈ তৃতীয়-চতুৰ্থ...

মহানগৰীত পুনৰ সভ্য সমাজক লজ্জানত কৰা ঘটনা; ঘৰুৱা শিক্ষকৰ কামনা বলি ১০ বছৰীয়া ছাত্ৰী

মহানগৰীত পুনৰ সভ্য সমাজক লজ্জানত কৰা ঘটনা; ঘৰুৱা শিক্ষকৰ কামনা বলি ১০ বছৰীয়া ছাত্ৰী

মহানগৰীত পুনৰ সভ্য সমাজক লজ্জানত কৰা এক ঘটনা ঘটিছে। এইবাৰ ঘৰুৱা শিক্ষকৰ কামনা বলি হৈছে এগৰাকী ১০ বছৰীয়া ছাত্ৰী। অভিযোগ...

independence day Hiren Gohain

ৰাষ্ট্ৰৰ মালিক যেন জনসাধাৰণ নহয়, ক্ষমতাশালী মহলহে যেন ইয়াৰ মালিক! মন্তব্য ড০ হীৰেন গোহাঁইৰ

“ৰাষ্ট্ৰখনৰ মালিক যেন জনসাধাৰণ নহয়, কিছুমান ক্ষমতাশালী মহল, তেনেকুৱা এটা ধাৰণা ৰাইজৰ মাজত প্ৰচাৰ চলোৱাৰ চেষ্টা চলোৱা হৈছে”- আজি নৰ্থ...

Nayanmoni Saikia: মেডেলটো পোৱাৰ পাছত মই কষ্টখিনি পাহৰি গৈছো: নয়নমণি শইকীয়া

Nayanmoni Saikia: মেডেলটো পোৱাৰ পাছত মই কষ্টখিনি পাহৰি গৈছো: নয়নমণি শইকীয়া

Nayanmoni Saikia gets a warm welcome “বহুত কষ্ট হৈছিল। কিন্তু মেডেলটো পোৱাৰ পাছত এতিয়া সেই কষ্ট পাহৰি গৈছো”। কমনৱেলথ গেমছৰ...

Page 4 of 317 1 3 4 5 317

Stay Connected

Recent News