• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যৰ বিভিন্ন চিকিত্সালয়ত নাই সৰ্প দংশনৰ উপযুক্ত চিকিত্সা ব্যৱস্থা; ক্ষোভ প্ৰকাশ ড০ দিব্যজ্যোতি শইকীয়াৰ

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
August 24, 2022 2:04 pm
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ স্বাস্থ্য সেৱাৰ উন্নয়নৰ নামত ৰাজ্য চৰকাৰে বিভিন্ন উন্নয়নমূলক আঁচনি গ্ৰহণ কৰি ঢাক ঢোল বজাইছে যদিও কিছু গুৰুত্বপূৰ্ণ তথা স্পৰ্শকাতৰ বিষয়ত স্বাস্থ্য বিভাগ তথা ৰাজ্য চৰকাৰৰ গুৰুত্বহীনতাৰ বাবে উপযুক্ত চিকিৎসা নাপায় বহু লোকে প্ৰাণ হেৰুৱাব হোৱা বিষয়টোৱে মানৱ অধিকাৰ উলঙ্ঘন কৰিছে।

বিশেষকৈ প্ৰতি বছৰে গ্ৰীষ্মকালত অসমত বহু লোকৰ সর্প দংশনত মৃত্যু হয় যদিও অতি স্পর্শকাতৰ এই বিষয়টোৰ সন্দৰ্ভত, চৰকাৰ তথা স্বাস্থ্য বিভাগৰ উদাসীনতাক ধিক্কাৰ দিছে দেশৰ বলিষ্ঠ অন্ধবিশ্বাস বিৰোধী নেতা,টীম আন্নাৰ ৰাষ্ট্ৰীয় সদস্য ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশিষ্ট মানৱ অধিকাৰ তথা সমাজ কৰ্ম্মী ডঃ দিব্যজ্যোতি শইকীয়াই।

Apply Now

লখিমপুৰ আৰু কামৰূপ গ্রাম্যৰ বিভিন্ন চিকিৎসালয় পৰিদৰ্শন কৰি এই সন্দৰ্ভত ৰাষ্ট্ৰীয় পৰ্যায়ৰ অন্ধবিশ্বাসবিৰোধী নেতা তথা মানৱ অধিকাৰ কৰ্মী ড° দিব্যজ্যোতি শই কীয়াই সংবাদ মাধ্যমক কয় – আজি দেশৰ মালিক অৰ্থাৎ সাধাৰণ জনতা,ভোটাৰ, কৃষক ,বনুৱা তেওঁলোকৰেই কৰ্মচাৰী অৰ্থাৎ সেৱকৰ হাতত লাঞ্ছিত, বঞ্চিত। অসম চৰকাৰ তথা স্বাস্থ্য বিভাগে সৰ্প দংশনৰ চিকিৎসাৰ বিষয়টোক সঠিকভাৱে গুৰুত্ব তথা মনোনিবেশ নকৰি কেৱল এণ্টি-স্নেক ভেনাম বেজী যোগান ধৰিয়েই দায়িত্ব সামৰিছে । সর্প দংশনত আহত লোকৰ চিকিৎসাৰ বাবে চিকিৎসক-স্বাস্থ্যকৰ্মীৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগে যদিও বিগত ৬/৭ বছৰৰ পূৰ্বে এই বিষয়ত স্বাস্থ্য বিভাগে একাংশ চিকিৎসকক মাষ্টৰ ট্ৰেইনাৰ হিচাপে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছিল যদিও পৰৱৰ্তী সময়ত বিষয়টোত বিশেষ গুৰুত্ব দিয়া নহ’ল ।

এই সন্দৰ্ভত বিভিন্ন জিলাত ডঃ দিব্যজ্যোতি শইকীয়াই অনুসন্ধান কৰি জিলাসমূহত সৰ্প দংশনৰ ৰোগীৰ বাবে আছুতীয়া কক্ষ, ডাক্তৰ নাৰ্চক প্ৰশিক্ষণ দিয়া বিষয়বোৰক যে ৰাজ্য চৰকাৰে চৰম অৱহেলা কৰিছে এই বিষয়টো উন্মোচন কৰিলে।

শইকীয়াই লগতে কয় “এতিয়াও সমগ্ৰ অসমৰ চিকিৎসালয় সমূহত সজাগতা বা প্ৰশিক্ষণপ্ৰাপ্ত ডাক্তৰ নাৰ্ছৰ ব্যৱস্থা কৰা নহল । যাৰ বাবে কি সাপে খুটিলে বা সাপে খোটা ৰোগীক এন্টি স্নেক ভেনাম বেজী দিব পৰা হবনে নাই তাৰো সিদ্ধান্ত যি কোনো চিকিৎসকে লব নোৱাৰে । ইফালে চিকিৎসালয়সমূহত প্রয়োজনীয় অভিজ্ঞ চিকিৎসক , আন্তঃগাঁথনিৰ অভাৱৰ বাবে সৰ্পই দংশন কৰা কৰা লোকক চিকিৎসা কৰিব নোৱাৰে আৰু সেয়ে এখন চিকিৎসালয়ৰ পৰা অন্য এখন চিকিৎসালয়লৈ ৰেফাৰ কৰিব লগা অৱস্থা হয় । যাৰ বাবে উপযুক্ত সময়ত চিকিৎসা নোপোৱাৰ বাবে বহু লোকৰ মৃত্যু ঘটিছে। সজাগতাৰ অভাবৰ বাবেও বহু লোকে অন্ধবিশ্বাসৰ বলি হৈ বেজৰ কাষ চাপি অৱশেষত নিজৰ আত্মীয়ক হেৰুৱাব লগা লগা হৈছে”।

শিৱসাগৰ জিলাৰ ডিমৌৰ বাহিৰে ৰাজ্যৰ অধিকাংশ জিলাতে এই সম্পর্কীয় চিকিৎসাৰ অভাৱ দৃষ্টিগোচৰ হয়।সেয়েহে এই সম্পৰ্কে উপযুক্ত ব্যবস্থা গ্ৰহণেৰে অন্ধবিশ্বাস দূৰ কৰি সাধাৰণ লোকক জীৱন বচোৱাৰ ক্ষেত্ৰত যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে চৰকাৰৰ প্রতি দাবী জনাইছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশিষ্ট মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ উঠিছে প্ৰশ্ন: নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত সঁচাকৈয়ে চলিছে নেকি মতানৈক্য?

নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ উঠিছে প্ৰশ্ন: নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত সঁচাকৈয়ে চলিছে নেকি মতানৈক্য?

September 23, 2026 11:52 am
কৰ্কট ৰোগৰ ঔষধৰ নামত চলিছে মুকলি লুণ্ঠন!  কৰ্কট ৰোগীৰ নিৰুপায় অৱস্থাৰ সুযোগ লৈছে নেকি ঔষধ কোম্পানীয়ে?

কৰ্কট ৰোগৰ ঔষধৰ নামত চলিছে মুকলি লুণ্ঠন!  কৰ্কট ৰোগীৰ নিৰুপায় অৱস্থাৰ সুযোগ লৈছে নেকি ঔষধ কোম্পানীয়ে?

September 23, 2026 10:36 am
উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

September 23, 2026 8:40 am
আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

September 23, 2026 7:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ উঠিছে প্ৰশ্ন: নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত সঁচাকৈয়ে চলিছে নেকি মতানৈক্য?

নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ উঠিছে প্ৰশ্ন: নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত সঁচাকৈয়ে চলিছে নেকি মতানৈক্য?

September 23, 2026 11:52 am
কৰ্কট ৰোগৰ ঔষধৰ নামত চলিছে মুকলি লুণ্ঠন!  কৰ্কট ৰোগীৰ নিৰুপায় অৱস্থাৰ সুযোগ লৈছে নেকি ঔষধ কোম্পানীয়ে?

কৰ্কট ৰোগৰ ঔষধৰ নামত চলিছে মুকলি লুণ্ঠন!  কৰ্কট ৰোগীৰ নিৰুপায় অৱস্থাৰ সুযোগ লৈছে নেকি ঔষধ কোম্পানীয়ে?

September 23, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd