• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২৫ খন জিলাত ২ ঘন্টাৰ পৰিৱৰ্তে ৬-৭ ঘন্টা ইন্টাৰনেট কৰ্তন; ওকণিৰ ভয়ত চুলি কাটিছে নেকি বিজেপি চৰকাৰে?

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
August 21, 2022 2:58 pm
ফটো সৌজন্য: এনডিটিভি।

ফটো সৌজন্য: এনডিটিভি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Assam shuts mobile internet today ইন্টাৰনেট কৰ্তন কৰি নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিছে অসম চৰকাৰে। ওকণিৰ ভয়ত চুলি কটাৰ লেখীয়াকৈ তৃতীয়-চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ নামত ইন্টাৰনেট কৰ্তন কৰিছে ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে।

ইন্টাৰনেট কৰ্তনৰ সময়সীমা চৰকাৰে নিৰ্ধাৰণ কৰিছিল পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১২ বজালৈকে আৰু বিয়লি ২ বজাৰ পৰা ৪ বজালৈকে।

কিন্তু পুৱা প্ৰায় ৮ বজাৰ পৰা লাহে লাহে ইন্টাৰনেট কৰ্তন কৰিবলৈ আৰম্ভ কৰে। ২ ঘন্টাৰ পৰিৱৰ্তে বৰ্তমানলৈকে ৬-৭ ঘন্টা ইন্টাৰনেট কৰ্তন কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে।

Apply Now

লগতে পঢ়ক: অহা নাই এম্বুলেন্স, ঠেলাত আনিলে অসুস্থ ৰোগী! বাতৰি কৰা তিনি সাংবাদিকৰ বিৰুদ্ধে দাখিল এজাহাৰ

তদুপৰি, দুপৰীয়া ১২ বজাৰ পৰা বিয়লি ২ বজালৈকে মুঠ ২ ঘন্টাৰ বাবে ইন্টাৰনেট সেৱা উপলব্ধ হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জনাইছিল যদিও পৰীক্ষা অনুষ্ঠিত হোৱা জিলাত লাভ নকৰিলে ইন্টাৰনেট সেৱা।

মুঠ ২৫ খন জিলাত কৰ্তন কৰা হৈছে এই ইন্টাৰনেট সেৱা।

২৬ হাজাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়া স্বচ্ছ আৰু নিকা কৰাৰ উদ্দেশ্যৰে এই ইন্টাৰনেট সেৱা কৰ্তন কৰা হৈছে।

লগতে পঢ়ক: Sanna Marin: পাৰ্টিত সুৰাপান কৰি গানৰ তালত নৃত্য! ড্ৰাগ টেষ্ট কৰালে বিশ্বৰ সৰ্বকনিষ্ঠ প্ৰধানমন্ত্ৰীগৰাকীয়ে

মুঠ তিনিদিন অৰ্থাৎ ২১ আগষ্ট, ২৮ আগষ্ট আৰু ১১ চেপ্তেম্বৰত মুঠ ২৫ খন জিলাত কৰ্তন কৰিব ইন্টাৰনেট সেৱা।

যাৰ ফলত জ্বলা কলা খাইছে নেটিজেন জনতাই। নেট সম্পৰ্কীয় বহু গুৰুত্বপূৰ্ণ কাম কৰিব নোৱাৰি চৰম হাৰাশাস্তিৰো সন্মুখীন হৈছে বহুতে।

ৰাইজক হাৰাশাস্তি কৰি ইন্টাৰনেট সেৱা কৰ্তন কৰাটোৱে চৰকাৰখনৰ অযোগ্যতাকেই সূচোৱা নাই নে?

লগতে পঢ়ক: Tomato Flu Outbreak in India: ভাৰতত বৃদ্ধি পাইছে টমেট’ ফ্লু; ৮২ জনৰ শৰীৰত হৈছে চিনাক্ত, জানক সৱিশেষ

ৰাইজক হাৰাশাস্তি কৰি ইন্টাৰনেট সেৱা কৰ্তনৰে নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ পাছতো যদি পুনৰ নিযুক্তি কেলেংকাৰী পোহৰলৈ আহে তেন্তে ই কিন্তু চৰকাৰৰ চৰম অযোগ্যতাকে প্ৰমাণ কৰিব। 

কল্পজোতি শইকীয়া, গুৱাহাটী

কল্পজোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd