ক্ষতিপূৰণ মোকলাই দিয়াৰ দাবীত ডিমা হাচাওত ৰে’ল অৱৰোধ, নিউ হাফলং ষ্টেশ্যনত আৱদ্ধ বহু যাত্ৰী
লামডিং-শিলচৰ ব্ৰডগজ ৰে’ল লাইনৰ বাবে ডিমা হাচাও জিলাৰ পাঁচ শতাধিক পৰিয়াল ক্ষতিগ্ৰস্ত হ’ব লগীয়া হৈছিল। ৰে'লপথ নিৰ্মাণৰ বাবে ক্ষতিগ্ৰস্ত হোৱা...
লামডিং-শিলচৰ ব্ৰডগজ ৰে’ল লাইনৰ বাবে ডিমা হাচাও জিলাৰ পাঁচ শতাধিক পৰিয়াল ক্ষতিগ্ৰস্ত হ’ব লগীয়া হৈছিল। ৰে'লপথ নিৰ্মাণৰ বাবে ক্ষতিগ্ৰস্ত হোৱা...
ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে পাহাৰীয়া জিলা ডিমা হাচাওৰ হাফলঙতো আজি মুকলি কৰা হয় অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাৰ...
হাফলঙৰ ডনবস্কো হায়াৰ ছেকেণ্ডাৰী স্কুলত এজন দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ জ্যেষ্ঠ ছাত্ৰই চলোৱা শাৰীৰিক নিৰ্যাতনত গুৰুতৰভাৱে আহত হোৱা ঘটনাই সমগ্ৰ অঞ্চলত...
জম্মু আৰু কাশ্মীৰৰ পুলৱামাত পাকিস্তানী সন্ত্ৰাসবাদীৰ বৰ্বৰতাৰ প্ৰতিবাদত স্বতঃস্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই আহিল পাহাৰীয়া জিলা সদৰ হাফলঙৰ ৰাইজ। হাফলং লেডিছ ৱেলফেয়াৰ...
দ্বাদশ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নৱ নিৰ্বাচিত সদস্য সকলক সোমবাৰে ঈশ্বৰৰ নামত শপত বাক্য পাঠ কৰোৱা হয়। হাফলং...
অহা ৪ ফেব্ৰুৱাৰিত অনুষ্ঠিত হ'ব উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নৱ নিৰ্বাচিত সদস্য সকলৰ শপত গ্ৰহণ অনুষ্ঠান। হাফলং কালচাৰেল...
ৰাজ্যৰ আন আন প্ৰান্তত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ক কেন্দ্ৰ কৰি ক্ষোভৰ জুই জ্বলি থকা সময়ত পাহাৰীয়া জিলা ডিমা হাচাওত কিন্তু ইয়াৰ প্ৰভাৱ পৰা...
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা আৰু বিজেপি বিৰোধী ঢৌ ৰাজ্যখনৰ সৰ্বত্ৰে চলি থকা সত্ত্বেও উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত শাসকীয়...
শান্তিপূৰ্ণ ভাৱে সম্পন্ন হ'ল দ্বাদশ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ ভোটগ্ৰহণ। ১৯ জানুৱাৰি শনিবাৰে ৰাতিপুৱা ৭ বজাৰ পৰা আৰম্ভ...
অহা ১৯ জানুৱাৰিত অনুষ্ঠিত হ'বলগীয়া উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ বাবে এতিয়া প্ৰত্যেকটো ৰাজনৈতিক দলে তীব্ৰ প্ৰচাৰ অভিযানেৰে...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd