• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাশ্মীৰত চহিদ জোৱানসকলৰ আত্মবলিদান সুঁৱৰি হাফলঙত শ্ৰদ্ধাঞ্জলি; পাকিস্তান মুৰ্দাবাদ ধ্বনি

পংকজকুমাৰ দেব by পংকজকুমাৰ দেব
February 17, 2019 8:34 am
Haflong Pulwama Attack

হাফলঙত কাশ্মীৰত নিহতসকললৈ শ্ৰদ্ধাঞ্জলি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জম্মু আৰু কাশ্মীৰৰ পুলৱামাত পাকিস্তানী সন্ত্ৰাসবাদীৰ বৰ্বৰতাৰ প্ৰতিবাদত স্বতঃস্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই আহিল পাহাৰীয়া জিলা সদৰ হাফলঙৰ ৰাইজ। হাফলং লেডিছ ৱেলফেয়াৰ অৰ্গেনাইজেইশ্যনৰ লগতে স্থানীয় একাধিক দল-সংগঠন, ছাত্ৰ সমাজ, ব্যবসায়ী সংস্থাৰ উদ্যোগত চহৰখনত ১৬ ফেব্ৰুৱাৰিৰ সন্ধিয়া এটা প্ৰতিবাদী সমদল উলিওৱা হয়।

সৰ্বস্তৰৰ ৰাইজে হাতে হাতে মমবাতি লৈ চহিদ বীৰ জোৱানৰ আত্মবলিদান সুঁৱৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। হাফলং চিনোড ৰটাৰিত বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰি হাতে হাতে প্লেকাৰ্ড লৈ এনে বৰ্বৰতাৰ প্ৰতিবাদত সমদল উলিয়ায়। প্ৰতিবাদকাৰীসকলৰ পাকিস্তান মুৰ্দাবাদ ধ্বনিত উত্তাল হৈ পৰে হাফলঙৰ আকাশ-বতাহ। সমদল হাফলং চহৰৰ প্ৰধান পথেৰে আহি জিলাৰ উপায়ুক্ত কাৰ্যালয় চৌহদত আহি অন্ত পৰে। জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত স্থাপন কৰা অস্থায়ী চহিদ বেদীত জোৱানকেইগৰাকীৰ আত্মাৰ সদ্গতিৰ অৰ্থে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ লগতে চহিদৰ আত্মাৰ চিৰশান্তি কামনা কৰি এক মিনিট নীৰৱতা পালন কৰা হয়।

Apply Now

সন্ত্ৰাসবাদী কাৰ্যকলাপক উপস্থিত ৰাইজে তীব্ৰ ভাষাৰে সকলোৱে গৰিহণা দিয়াৰ লগতে সন্ত্ৰাসবাদীক কঠোৰ হাতেৰে দমন কৰাৰ কাৰণে চৰকাৰক আহ্বান জনায়।
ডিমাচা এপেক্স ব’ডি জাদিখে নাইশ্বো হছমৰ সাধাৰণ সম্পাদক ফ্ৰেজাৰ চেংগুইনে কয় “কাশ্মীৰৰ পুলৱামাত চি আৰ পি এফ জোৱানৰ কনভয়ত যি বৰ্বৰ আক্ৰমণ, তাক গৰিহণা দিয়াৰ ভাষা নাই। আমি চৰকাৰক এটাই আহ্বান জনাওঁ যে যিকোনো বিনিময়ত কাশ্মীৰ বা ভাৰতভূমিক সন্ত্ৰাসমুক্ত কৰিব লাগে।”

একে ভাষাত গৰিহণা দিয়ে হাফলং লেডিছ ৱেলফেয়াৰ অৰ্গেনাইজেইশ্যনৰ সাধাৰণ সম্পাদক গোপা চৌধুৰীয়ে। তেওঁ কয়, “আৰু সহ্য নহয় ।এতিয়া জবাব দিয়াৰ সময়।” লগতে তেওঁ চহিদ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে। আজিৰ প্ৰতিবাদত আৰক্ষীৰ লগতে চি আৰ পি এফ বাহিনীৰ সদস্যসকলেও অংশগ্ৰহণ কৰে ।

পংকজকুমাৰ দেব

পংকজকুমাৰ দেব

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘প্ৰথমে পদত্যাগ কৰক’, এজন মন্ত্ৰীয়ে ক’লে আনজনক! সংৰক্ষণ বিষয়ত মোডী মন্ত্ৰীসভাত তীব্ৰ সংঘাত!

‘প্ৰথমে পদত্যাগ কৰক’, এজন মন্ত্ৰীয়ে ক’লে আনজনক! সংৰক্ষণ বিষয়ত মোডী মন্ত্ৰীসভাত তীব্ৰ সংঘাত!

August 30, 2026 12:04 pm
অবিশ্বাস্য! ধ্বংসস্তুপৰ তলত চেপা খাই পৰি আছিল ৩ দিন; নেপালত প্ৰাণ ৰক্ষা পৰিল ৬ বছৰীয়া শিশুৰ

অবিশ্বাস্য! ধ্বংসস্তুপৰ তলত চেপা খাই পৰি আছিল ৩ দিন; নেপালত প্ৰাণ ৰক্ষা পৰিল ৬ বছৰীয়া শিশুৰ

August 30, 2026 10:38 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 30, 2026 9:23 am
চৰকাৰেই জড়িত, প্ৰশ্নকাকত ফাদিলক লৈ বিস্ফোৰক যোশী; বাজপেয়ী যুগৰ শীৰ্ষ মন্ত্ৰীৰ মন্তব্যত আলোড়ন

চৰকাৰেই জড়িত, প্ৰশ্নকাকত ফাদিলক লৈ বিস্ফোৰক যোশী; বাজপেয়ী যুগৰ শীৰ্ষ মন্ত্ৰীৰ মন্তব্যত আলোড়ন

August 30, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘প্ৰথমে পদত্যাগ কৰক’, এজন মন্ত্ৰীয়ে ক’লে আনজনক! সংৰক্ষণ বিষয়ত মোডী মন্ত্ৰীসভাত তীব্ৰ সংঘাত!

‘প্ৰথমে পদত্যাগ কৰক’, এজন মন্ত্ৰীয়ে ক’লে আনজনক! সংৰক্ষণ বিষয়ত মোডী মন্ত্ৰীসভাত তীব্ৰ সংঘাত!

August 30, 2026 12:04 pm
অবিশ্বাস্য! ধ্বংসস্তুপৰ তলত চেপা খাই পৰি আছিল ৩ দিন; নেপালত প্ৰাণ ৰক্ষা পৰিল ৬ বছৰীয়া শিশুৰ

অবিশ্বাস্য! ধ্বংসস্তুপৰ তলত চেপা খাই পৰি আছিল ৩ দিন; নেপালত প্ৰাণ ৰক্ষা পৰিল ৬ বছৰীয়া শিশুৰ

August 30, 2026 10:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd