• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাফলঙৰ ডনবস্কো স্কুলত জ্যেষ্ঠ ছাত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
March 2, 2019 9:33 am
চিকিৎসাধীন অৱস্থাত গুৰুতৰভাবে আহত ছাত্ৰজন

চিকিৎসাধীন অৱস্থাত গুৰুতৰভাবে আহত ছাত্ৰজন

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাফলঙৰ ডনবস্কো হায়াৰ ছেকেণ্ডাৰী স্কুলত এজন দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ জ্যেষ্ঠ ছাত্ৰই চলোৱা শাৰীৰিক নিৰ্যাতনত গুৰুতৰভাৱে আহত হোৱা ঘটনাই সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি হাফলং ডনবস্কো হায়াৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ৰিঙমাইদাও কাৰিগাপচাক একেখন বিদ্যালয়ৰে জ্যেষ্ঠ ছাত্ৰই শাৰীৰিক অত্যাচাৰ কৰে। এই অত্যাচাৰত কণমানি ছাত্ৰজন গুৰুতৰভাৱে অসুস্থ হৈ পৰে। ভূক্তভোগী ছাত্ৰজনৰ চকু, মুখ আৰু ডিঙিত আঘাতৰ চিন স্পষ্ট হৈ আছে।

Apply Now

অভিযোগ অনুসৰি ডিঙিত ৰছী লগাই হত্যাৰ চেষ্টা কৰা হৈছিল ছাত্ৰজনক। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ছাত্ৰজন শ্ৰেণীকোঠাতে অচেতন হৈ পৰি আছিল বহু সময়। বিদ্যালয় কৰ্তৃপক্ষই পাছত ঘটনাটো গম পাই ততাতয়াকৈ আহত ছাত্ৰজনক হাফলং অসামৰিক চিকিৎসালত ভৰ্তি কৰে।

আনহাতে, ঘটনা সন্দৰ্ভত  ছাত্ৰজনৰ পৰিয়ালৰ লোকে হাফলং সদৰ থানাত এটা গোচৰ ৰুজু কৰিছে।  বিদ্যালয় কৰ্তৃপক্ষই সমগ্ৰ ঘটনাটো গাপ দিয়াৰ চেষ্টা কৰাত অভিভাৱকসকল নিজ নিজ সন্তানসকলৰ সুৰক্ষাকলৈ শংকিত হৈ পৰিছে। একাংশ অভিভাৱকে ইমান ডাঙৰ ঘটনাটো সংঘটিত হোৱাৰ পাছতো বিদ্যালয় কৰ্তৃপক্ষই গমে পোৱা নাছিল বুলি বিষয়টো এৰাই চলিব খোজা কাৰ্য্যক সমালোচনা কৰে।

উল্লেখযোগ্য যে, এনেধৰণৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী নিৰ্যাতনৰ সন্মুখীন হ’ব লগা হোৱাটো নতুন কথা নহয়। প্ৰায়ে এনে ঘটনা সংঘটিত হৈ আছে শিক্ষাৰ নামত বেহা চলাই অহা ডনবস্কো বা অনুৰূপ ধৰণৰ বিদ্যালয় সমুহত। ভবিষ্যতে এনে বিদ্যালয় সমূহক নাকী লগাবৰ বাবে স্থানীয় সচেতন ৰাইজে চৰকাৰক আহ্বান জনাইছে।

 

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

July 27, 2026 12:53 pm
আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

July 27, 2026 12:53 pm
আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd