• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক্ষতিপূৰণ মোকলাই দিয়াৰ দাবীত ডিমা হাচাওত ৰে’ল অৱৰোধ, নিউ হাফলং ষ্টেশ্যনত আৱদ্ধ বহু যাত্ৰী

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
March 8, 2019 8:20 am
Rail blocade

ফটো : নৰ্থ-ইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লামডিং-শিলচৰ ব্ৰডগজ ৰে’ল লাইনৰ বাবে ডিমা হাচাও জিলাৰ পাঁচ শতাধিক পৰিয়াল ক্ষতিগ্ৰস্ত হ’ব লগীয়া হৈছিল। ৰে’লপথ নিৰ্মাণৰ বাবে ক্ষতিগ্ৰস্ত হোৱা সেই সকল লোকক প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষই আজিও ক্ষতিপূৰণ প্ৰদান নকৰাত ইণ্ডিজেনাছ স্টুডেন্টছ ফ’ৰামে ৰে’ল অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছে।

ৰে’ল অৱৰোধৰ ফলত বৃহস্পতিবাৰৰ দিনৰ বাৰ বজাৰ পৰা জিলাখনৰ পৰিস্থিতি জটিল হৈ পৰে। ঘন্টাৰ পাছত ঘন্টা ধৰি যাত্ৰী সকল নিউ হাফলং ষ্টেশ্যনত আবদ্ধ হৈ পৰাত এক হাহাকাৰ পৰিস্থিতিতিৰ সৃষ্টি হয়।

Apply Now

এই পৰিস্থিতিৰ বুজ ল’বলৈ সহকাৰী দণ্ডাধীশ হেমাংগ নবিছ আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকক প্ৰশান্ত দত্ত হাৰাংগাজাওত উপস্থিত হয়। লগে লগে আই এছ এফ নেতা ডেভিদ কেইভমৰ লগতে প্ৰতিবাদকাৰী সকলে জিলা প্ৰশাসনৰ বিষয়ববীয়া সকলৰ সৈতে তৰ্ক যুদ্ধত নামি পৰে।

সংগঠনটোৰ অভিযোগ ৰে’ল কৰ্ত্তৃপক্ষই পাহাৰীয়া ৰাইজক অবজ্ঞাৰ চকুৰে চায়। যাৰ কাৰণে বাৰে বাৰে প্ৰতিশ্ৰুতি দিও ক্ষতিপূৰণ মোকলাই দিয়াত গুৰুত্ব নিদিয়ে। এনেবোৰ কাৰ্যত ক্ষুন্ন হৈয়ে সংগঠনটোৰ নেতা ডেভিদে সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা লিখিত প্ৰতিশ্ৰুতি নোপোৱা লৈকে অনিৰ্দিষ্টকালীন ৰে’ল অৱৰোধ চলি থাকিব বুলি কয়।

উল্লেখ্য যে নৰ্থ কাছাৰ হিলছ্ ইণ্ডিজেনাছ স্টুডেন্টছ ফ’ৰামে দীৰ্ঘ প্ৰায় এক দশক ধৰি ব্ৰডগজ ৰে’লপথে ক্ষতি কৰা ৰাইজৰ ক্ষতিপূৰণ আদায় দিয়াৰ দাবি জনাই আহিছে। অবশ্যে আজিৰ পৰা দুই বছৰ আগতে ৰে’লৱেৰ ফালৰ পৰা ক্ষতি পূৰণৰ এটা অংশ মোকলাই দিয়ে যদিও বাকি থকা খিনি আদায় দিয়া নাই। যাৰ কাৰণে জিলাখনত দীৰ্ঘ দিনীয়া আন্দোলন চলি আছে।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

September 25, 2026 1:35 pm
বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

September 25, 2026 12:55 pm
২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

September 25, 2026 12:46 pm
এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

September 25, 2026 11:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

September 25, 2026 1:35 pm
বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

September 25, 2026 12:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd