DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰোধিতাৰে হাফলঙতো প্ৰতিবাদ

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
February 2, 2019 8:42 am
IMG-20190201-WA0012

হাফলঙত বিধেয়কৰ বিৰুদ্ধে 'পিপুলছ অৱ ডিমা হাচাও'ৰ মৌন প্ৰতিবাদ। ফটো : নৰ্থইষ্ট নাও

2.2k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ আন আন প্ৰান্তত  নাগৰিকত্ব  সংশোধনী  বিধেয়ক ২০১৬ ক কেন্দ্ৰ কৰি  ক্ষোভৰ জুই জ্বলি  থকা সময়ত পাহাৰীয়া  জিলা ডিমা হাচাওত কিন্তু ইয়াৰ  প্ৰভাৱ পৰা নাছিল। কিন্তু  পলমকৈ হ’লেও এইবাৰ নিদ্ৰা  ভংগ  হৈছে পাৰ্বত্য জিলাখনৰ সচেতন ৰাইজৰ। যাৰ ফলস্বৰূপে শুকুৰবাৰে হাতে হাতে প্লেকাৰ্ড লৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে হাফলঙত প্ৰতিবাদ সাব্যস্ত  কৰা হয়।

কিন্তু এই প্ৰতিবাদ আছু বা কৃষক মুক্তিৰ নহয়। নাগৰিকত্ব  সংশোধনী  বিধেয়ক ২০১৬ বাতিলৰ দাবীত এয়া হৈছে ‘পিপুলছ অৱ ডিমা হাচাও’ নামৰ সংগঠনৰ মৌন প্ৰতিবাদ। পৰোক্ষভাৱে এই প্ৰতিবাদ আছিল কংগ্ৰেছ  দলৰ। কিয়নো হাফলঙৰ নৱ নিৰ্বাচিত পৰিষদ সদস্য তথা কংগ্ৰেছ নেতা ড্যানিয়াল লাংথাচা আৰু জিলা কংগ্ৰেছ  সভাপতি  নিৰ্মল লাংথাচাই এই প্ৰতিবাদী কাৰ্যসূচীত আগভাগ লৈছে।

হাফলং ট্যাক্সি  ষ্ট্যাণ্ডত অনুষ্ঠিত হোৱা এই মৌন প্ৰতিবাদ আবেলি চাৰি বজালৈ চলে যদিও  কিন্তু  ৰাইজৰ ব্যাপক সঁহাৰি  দেখা নগ’ল কিয়নো ‘পিপুলছ অৱ ডিমা হাচাও’ নাম দি ধৰ্নাৰ আয়োজন কৰা হ’লেও কাৰ্যসূচীত অকল কংগ্ৰেছ দলৰ নেতা কৰ্মীসকলেহে ভাগ লৈছিল।

ডিমা  হাচাও জিলা কংগ্ৰেছ কমিটিৰ সভাপতি  নিৰ্মল লাংথাচাই প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈ বিজেপি দলৰ তীব্ৰ সমালোচনা কৰে। তেওঁ কয় দেবলাল গাৰ্লচা নেতৃত্বাধীন পাৰ্বত্য পৰিষদে এই বিধেয়কক সমৰ্থন জনাই আগতেই চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে।

প্ৰতিবাদী  কাৰ্যসূচীৰ অন্যতম  উদ্যোক্তা পৰিষদ সদস্য ড্যানিয়াল লাংথাচাই কয় যে নাগৰিকত্ব সংশোধনী  বিধেয়ক ২০১৬ আইনত পৰিণত হ’লে ষষ্ঠ  অনুসূচীৰ ডিমা  হাচাও জিলাতো ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিব।

উল্লেখযোগ্য যে প্ৰতিবাদী কাৰ্যসূচীত তেনে উপস্থিতি পৰিলক্ষিত নহ’ল। আনহাতে, প্ৰতিবাদী সভাত অংশ লোৱা এগৰাকী গাঁওৰ ৰাইজৰ ভাষ্য অনুসৰি তেওঁলোকক মাতি অনা হৈছে। কিন্তু  কিয়  আহিব লগা হ’ল এই বিষয়ে একো মন্তব্য  নোৱাৰিলে। মাথোঁ ক’লে যে আহিব লাগে বুলিয়েই তেওঁ আহিছে।

Recent News

India vs Zimbabwe

সুন্দৰৰ আঘাত: জিম্বাবোৱেৰ বিৰুদ্ধে শৃংখলাৰ বাবে ভাৰতীয় দলত শ্বাহবাজ আহমেদ

Assamese language

অসমীয়া ভাষা কওঁতে বা লিখোঁতে সচৰাচৰ হোৱা ভুল

Durand Cup

আজিৰ পৰা আৰম্ভ হ’ব ডুৰাণ্ড কাপ: গুৱাহাটীত অনুষ্ঠিত হ’ব দহখন খেল

Guwahati

প্ৰেমৰ ভয়ংকৰ পৰিণতি নে অন্য কিবা! উত্তৰ গুৱাহাটীত যুৱতীক নৃশংস হত্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd