• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদ পুনৰ শাসকীয় দল বিজেপিৰ দখলত

কংগ্ৰেছ, অগপৰ মুঠ আসনতকৈ নিৰ্দলীয়ই পালে অধিক আসন

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
January 23, 2019 7:47 am
NCHAC Election Result

মুখ্য কাৰ্য্যবাহী দেৱলাল গাৰ্লোছা (সোঁফালে), অধ্যক্ষা ৰাণু লাংথাছা আৰু ছেমুৱেল ছাংচন।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা আৰু বিজেপি বিৰোধী ঢৌ ৰাজ্যখনৰ সৰ্বত্ৰে চলি থকা সত্ত্বেও উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত শাসকীয় দল বিজেপিয়ে দখল কৰাই নহয়, বিৰোধীক একেবাৰে নিশ্চিহ্ন প্ৰায় কৰি পেলায়। আজি সম্পূৰ্ণ ফলাফল পোৱাৰ পিছত ২৮ খন আসনৰ ১৯খনেই বিজেপিয়ে দখল কৰা দেখা গ’ল।

আনহাতে কংগ্ৰেছে মাত্ৰ ২খন আৰু অগপই ১খন মাত্ৰ আসন পালে। দুয়োটা দলে পোৱা আসনৰ যোগফল নিৰ্দলীয়ই পোৱা আসনতকৈ কম। মুঠ ৬জন নিৰ্দলীয় প্ৰাৰ্থী জয়ী হয় পৰিষদলৈ।

Apply Now

উল্লেখযোগ্য যে, যোৱা ১৯ জানুৱাৰিত ডিমা হাছাও পাৰ্বত্য জিলাখনৰ স্বায়ত্তশাসিত পৰিষদখনৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল। ২২-ত ভোট গণনা চলিছিল যদিও ৰাতিলৈকে গণনা সম্পূৰ্ণ নোহোৱাত সম্পূৰ্ণ ফলাফল ২৩ জানুৱাৰিতহে পাব পৰা যায়।

এই ফলাফলৰ পিছত নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ দখলত থকা স্বায়ত্ত পৰিষদখন পুনৰ একেটা দলেই গঠন কৰাটো নিশ্চিত হয়। বৰ্তমান মুখ্য কাৰ্য্যবাহী এম দেবলাল গাৰ্লোছাও বৃহৎ ভোটত জয়ী হোৱাক চাই পুনৰ তেৱেঁ পৰিষদৰ মুখ্য কাৰ্য্যবাহী হোৱাৰ সম্ভাৱনা প্ৰৱল।

জয়ী হোৱা প্ৰাৰ্থীসকলৰ সম্পূৰ্ণ তালিকাখন তলত দিয়া হ’ল-

১। ২৫ নম্বৰ ল’ৱাৰ খাৰতং সমষ্টিত বিজেপিৰ নাম্ৰথাং মাৰ

২। ২৪ নম্বৰ হাম্ৰি সমষ্টিত বিজেপিৰ মনজিৎ নাইদিং

৩। ২১ নম্বৰ হাদিংমাত বিজেপিৰ দেৱজিত বাথাৰী

৪। ২৭ নম্বৰ দিগাৰ সমষ্টিত বিজেপিৰ ছেমুৱেল চাংচন

৫। ২৮ নম্বৰ ছেমখোৰত বিজেপিৰ ৰাণু লাংথাছা

৬। ১৩ নম্বৰ হাজাদিচাত বিজেপি প্ৰাৰ্থী প্ৰজিত হোজাই

৭।২৬ নম্বৰ দলং সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী এছ টি জেম ৰাংখল

৮। ২২ নম্বৰ দিহামলাইত নিৰ্দলীয় প্ৰাৰ্থী ৰামগালুম্বে জেমে

৯। ১৮ নম্বৰ খাৰতঙত বিজেপি প্ৰাৰ্থী লালৰেমচিৱামে দাৰ্নে

১০। ১০ নম্বৰ মাইবাঙ পশ্চিমত নিৰ্দলীয় প্ৰাৰ্থী বিজিত লাঙঠাচা

১১। ৭ নম্বৰ লাইচংত বিজেপি প্ৰাৰ্থী পাওদামিঙ নৃয়ামে

১২। ২০ নম্বৰ গুনজুঙত বিজেপি প্ৰাৰ্থী নজিত কেম্প্ৰাই

১৩। ১৬ নম্বৰ দিয়ুঙব্ৰাত বিজেপি প্ৰাৰ্থী নবজিত হোজাই

১৪। ১৫ নম্বৰ হাতীখালীত নিৰ্দল প্ৰাৰ্থী বিমল হোজাই

১৫। ১৭ গৰমপানী সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী জয়সিঙ দ্ৰুং

১৬।  ৪ নম্বৰ মাহুৰত বিজেপি প্ৰাৰ্থী ৰাহুল নাইডিং

১৭। ১ নম্বৰ হাফলঙত কংগ্ৰেছ প্ৰাৰ্থী ডেনিয়েল লাংথাচা

১৮। ৩ নম্বৰ বৰাইলত অগপ প্ৰাৰ্থী গুলৰিনলাল চাংচন

১৯। ১১ নম্বৰ কালাচান্দত বিজেপি প্ৰাৰ্থী ৰতন জাৰাম্বুছা

২০। ২ নম্বৰ জাতিংগাত নিৰ্দলয়ী প্ৰাৰ্থী ফ্লেমিং ৰূপছি ছাইলা

২১। হাংগ্ৰুমত নিৰ্দলীয় প্ৰাৰ্থী নোৱা দাইমে

২২। ৯ নম্বৰ মাইবাং পূৰ্ব আসনত বিজেপি প্ৰাৰ্থী নন্দিতা গাৰ্লোচা

২৩। ১৭ নম্বৰ দেহাংগীত বিজেপি প্ৰাৰ্থী তথা বৰ্তমান চি ই এম দেবলাল গাৰ্লোচা

২৪। ৮ নম্বৰ ডাওট’হাজাত বিজেপি প্ৰাৰ্থী নীপ’লাল হোজাই

২৫। ১২ নম্বৰ ৱাজো আসনত বিজেপি প্ৰাৰ্থী বিশ্বজিত দাউলাগুপু

২৬। ৫ নম্বৰ জিনামত বিজেপি প্ৰাৰ্থী জছুমথাং মাৰ

২৭। ১৪ নম্বৰ লাংটিঙত বিজেপি প্ৰাৰ্থী গলঞ্জয় থাউচেন

২৮। ২৩ নম্বৰ হাৰাংগাজাওত বিজেপি প্ৰাৰ্থী অমেন্দু হোজাই।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

September 25, 2026 1:35 pm
বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

September 25, 2026 12:55 pm
২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

September 25, 2026 12:46 pm
এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

September 25, 2026 11:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

September 25, 2026 1:35 pm
বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

September 25, 2026 12:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd