DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, February 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পেঞ্চনধাৰীৰ বাবে খৱৰ: ১ জুলাইৰ পৰা পুনৰ প্ৰযোজ্য হ’ব পেঞ্চন আঁচনিৰ এই সুবিধা

এন ই নাও নিউজ by এন ই নাও নিউজ
June 27, 2020 5:57 pm
money-1583459779

প্ৰতিনিধিত্বমূলক ফটো।

62.5k
VIEWS
Share on FacebookShare on Twitter

আপুনি যদি অটল পেঞ্চন আঁচনিৰ সৈতে জড়িত তেতিয়াহ’লে আপোনাৰ বাবে আছে এটা খৱৰ।

প্ৰকৃততে, এই পেঞ্চন আঁচনিৰ এটা বিশেষ সুবিধা ১জুলাইৰ পৰা পুনৰ আৰম্ভ কৰা হ’ব। এইবিষয়ে জানি লওক সৱিশেষ।

অহা ১ জুলাইৰ পৰা এই আঁচনিত পইচা জমা কৰা লোকসকলৰ একাউন্টৰ পৰা নিজে নিজেই পইচা কটা যাব অৰ্থাৎ অ’টো ডেবিট হ’ব।

উল্লেখ্য যে কৰ’না সংকটৰ বাবে এপ্ৰিল মাহৰ পৰা অ’টো ডেবিটৰ সুবিধা বন্ধ কৰি দিয়া হৈছিল।

অহা ৩০ জুনলৈকে এই বন্ধ ৰখাৰ সময়সীমা নিৰ্দ্ধাৰণ কৰা হৈছিল। অৱশ্যে, লকডাউনৰ সময়ত বন্ধ ৰখা নিজৰ কিস্তিৰ ভুক্তি অহা ১ জুলাইৰ পৰা ৩০ ছেপ্টেম্বৰৰ ভিতৰত কৰিব পৰা যাব।

আনহাতে, হিতাধিকাৰীসকলে এই সময়ছোৱাৰ সুত ভৰিব নালাগে। সাধাৰণতে এনেধৰণৰ ৰেহাইৰ ক্ষেত্ৰত ১ শতাংশ সুত দিবলগীয়া হয়।

উল্লেখযোগ্য যে অটল পেঞ্চন আঁচনিত বিনিয়োগকাৰীয়ে ৬০ বছৰ বয়স সম্পূৰ্ণ কৰাৰ পাছত মাহিলি ১০০০ৰপৰা ৫০০০টকালৈকে পেঞ্চন লাভ কৰে।

২০১৫চনত মুকলি কৰা এই আঁচনিৰ এতিয়া ৫বছৰ পূৰ্ণ হ’ল। এই পেঞ্চন আঁচনিত ১৮ বছৰৰ পৰা ৪০ বছৰ পৰ্যন্ত বয়সৰ ব্যক্তিয়ে বিনিয়োগ কৰিব পাৰে।

এই আঁচনিত বয়স অনুপাতে নিজৰ অংশৰ কিস্তিৰ পৰিমান বৃদ্ধি পায় আৰু আঁচনিখনত ন্যুনতম বিনিয়োগ ৰাশিৰ পৰিমান হৈছে মাত্ৰ ৪২টকা।

Recent News

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

এটা জৰুৰী বিবৃতি

এটা জৰুৰী বিবৃতি

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd