• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাহিলী ৩০০ টকাত আনলিমিটেড পানী নগৰ পানী যোগান আঁচনিত

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
May 15, 2020 5:21 pm
AUWSSB provides unlimited water for Rs 300 per month

সংবাদ মেলত ডাঃ নুমল মমিন।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম নগৰ পানী যোগান আৰু পয়-প্ৰণালী পৰিষদে মাহিলী ৩০০ টকাত আনলিমিটেড পানী আগবঢ়াই আহিছে।

পৰিয়ালসমূহক এইক্ষেত্ৰত পানীৰ সংযোগো বিনামূলীয়াকৈ দিয়া হৈছে।

Apply Now

এই কথা সদৰী কৰি পৰিষদৰ অধ্যক্ষ ডাঃ নুমল মমিনে ৰাইজক পানীৰ সংযোগ ল’বলৈ আহ্বান জনাইছে।

“২৭টা আঁচনিৰ জৰিয়তে ২০,২০০ ঘৰ মানুহক পানী যোগান ধৰি থকা হৈছে৷ ১৬টা নতুন আঁচনিৰ কাম আৰম্ভ হৈছে, ২৪ খন আঁচনি হ’বলৈ গৈ আছে,” সংবাদমেলত মমিনে কয়৷

তেওঁ কয় যে মিৰ্জা আৰু মঙলদৈত পানী যোগানৰ কাম ইতিমধ্যেই সমাপ্ত হৈছে৷

“সোণাৰি, বিলাসীপাৰাৰ কাম জুন মাহত আৰু মাকুম, মাৰ্ঘেৰিটাত কাম ছেপ্টেম্বৰৰ ভিতৰত সমাপ্ত হ’ব” তেওঁ কয়৷

মমিনে কয় যে বৰ্তমান ৫৪খন চহৰত পানী যোগান আঁচনিৰ কাম হাতত লোৱা হৈছে৷

“গোটেই আঁচনিসমূহৰ কাম পুনৰ কৰিবলৈ আমি ২০১৮ বৰ্ষৰ পৰা বিভাগটোৱে কাম আৰম্ভ কৰিছিল৷ কৰ’না ভাইৰাছ আৰু কা আন্দোলনৰ বাবে কাম আধৰুৱা হৈছে,” তেওঁ কয়।

২০০৮, ২০১২ আৰু ২০১৩ চনৰ কাম আধৰুৱা হৈ পৰি আছিল বুলিও তেওঁ উল্লেখ কৰে।

“পূৰ্বে বাৰ্ষিক ৯১ কোটি টকা চৰকাৰৰ পৰা দিয়া হৈছিল। কিন্তু,খৰছ কৰিব পৰা নাছিল,” তেওঁ কয়৷

পৰিষদে ইতিমধ্যে ৭০০ কোটি টকাৰ নতুন আঁচনি গ্ৰহণ কৰিছে বুলিও জানিবলৈ দিয়ে অধ্যক্ষজনে৷

ইফালে পৰিষদৰ অধীনৰ কৰ্মচাৰীৰ প্ৰসংগত তেওঁ কয় যে তেওঁলোকৰ ৩৭১জন কৰ্মী আছে।

তাৰে কামৰ বিনিময়ত মাজুৰি প্ৰদান কৰা কৰ্মীৰ সংখ্যা ২৪১জন আৰু ফিক্সড দৰমহা পায় ১৭জন কৰ্মীয়ে৷

“৫ মাহৰ দৰমহা দিয়া হোৱা নাই যদিও অনতি পলমে দিয়া হ’ব,” তেওঁ কয়।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

August 26, 2026 5:45 pm
“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

August 26, 2026 4:29 pm
নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

August 26, 2026 3:32 pm
প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

August 26, 2026 2:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

August 26, 2026 5:45 pm
“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

August 26, 2026 4:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd