• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্লাষ্টিক মুক্ত ডিমা হাচাও গঢ়ি তোলাৰ আহ্বান চি ই এম দেব’লাল গাৰ্লোচাৰ

প্লাষ্টিকক 'বাই বাই' দিবলৈ ডিমা হাচাওবাসীক অনুৰোধ চি ই এমৰ

পংকজকুমাৰ দেব by পংকজকুমাৰ দেব
September 18, 2019 1:44 pm
20190917_203234

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ উদ্যোগত প্লাষ্টিক তথা প্লাষ্টিকৰ সামগ্ৰী নিষিদ্ধ কৰাৰ বিৰুদ্ধে আৰম্ভ হৈছে অভিযান।

মঙলবাৰে দেশজুৰি প্ৰধান মন্ত্ৰী মোদীৰ ৬৯ সংখ্যক জন্ম দিৱস পালন কৰা হয়। আৰু সেই দিনটোতে ‘প্লাষ্টিক মুক্ত ভাৰত’ গঢ়ি তোলাৰ উদ্দেশ্য আগত ৰাখি প্লাষ্টিক মুক্ত ডিমা হাচাও গঢ় দিয়াৰ কাৰণে জিলাৰ বিভিন্ন প্ৰান্তত ছাত্ৰ-ছাত্ৰী তথা যুব প্ৰজন্মৰ মাজত সজাগতা সভাৰ আয়োজন কৰা হয়।

Apply Now

পাৰ্বত্য জিলাৰ উদ্যোগ নগৰী বুলি জনজাত উমৰাংচুত স্বায়ত্ত শাসিত পৰিষদৰ চি ই এম দেব’লাল গাৰ্লোচা উপস্থিত থাকি সকলোকে প্লাষ্টিক বৰ্জনৰ আহ্বান জনায়।

তেওঁ স্থানীয় জে বি হাগজেৰ জুনিয়ৰ কলেজত এখন সজাগতা সভাত অংশ লৈ ছাত্ৰ-ছাত্ৰীৰ উপৰি অভিভাৱক সকলক প্লাষ্টিকক ‘বাই বাই’ জনোৱাৰ কাৰণে অনুৰোধ কৰে।

চি ই এমে কয় ‘প্লাষ্টিক মানব সভ্যতাৰ কাৰণে এক অশনি সংকেত। যিয়ে লাহে লাহে প্ৰাকৃতিক পৰিবেশৰ মৃত্যু ঘন্টা বজাইছে। কিয়নো অকল প্লাষ্টিক প্ৰদূষণৰ কাৰণেই মাছৰ মৃত্যু হৈছে’।

এই অনুষ্ঠানৰ পাছতে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৬৯ সংখ্যক জন্মদিন উপলক্ষে উমৰাংচু চিকিৎসালয়ৰ ৰোগী সকলৰ মাজত নিজ হাতেৰে ফলমূল বিতৰণ কৰে গাৰ্লচাই।

কলেজৰ এই অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে পৰিষদৰ সদস্য প্ৰজিত হোজাই, উমৰাংচু টাউন কমিটিৰ চেয়াৰমেন ডেনিচ টেৰন, কলেজৰ অধ্যক্ষ কান্তি দে আদি।

উমৰাংচুৰ উপৰি হাৰাঙ্গাজাওত প্ৰধান মন্ত্ৰী মোদীৰ প্লাষ্টিক মুক্ত ভাৰত গঢ়াৰ আন্দোলন সফল কৰাৰ কাৰণে আয়োজিত সজাগতা সভাত ভাগ লয় পৰিষদৰ ই এম অমেন্দু হোজাই।

লাঙটিঙত একেটা বিষয় আগত ৰাখি বক্তব্য আগবঢ়ায় ক্ৰীড়া আৰু যুৱকল্যান বিভাগৰ ই এম গলঞ্জ থাউচেনে। আনহাতে মাইবাঙত পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষা ৰাণু লাঙঠাচাই ‘স্বচ্ছতা হি সেৱা’ নামৰ অনুষ্ঠানত ভাগ লয়।

ইয়াৰ উপৰি প্ৰধান মন্ত্ৰীৰ জন্ম দিন উপলক্ষে মাইবাং চিকিৎসালয়ত ৰোগী সকলৰ মাজত ফলমূল বিতৰণ কৰে। উপস্থিত থাকে মাইবাং পশ্চিম সমষ্টিৰ পৰিষদীয় সদস্য বিজিট লাংঠাচা।

ইপিনে দিয়ুংব্ৰাত স্থানীয় পৰিষদৰ সদস্য নবজিত হোজাইৰ উপস্থিতিত প্লাষ্টিক মুক্ত ডিমা হাচাওৰ ওপৰত সজাগতা সভা অনুষ্ঠিত হয়। হোজাইয়েও প্ৰধান মন্ত্ৰীৰ জন্ম দিৱস উপলক্ষে দিয়ুঙব্ৰা স্বাস্থ্য কেন্দ্ৰৰ ৰোগী সকলৰ মাজত ফলমূল বিতৰণ কৰে।

উল্লেখনীয় যে প্ৰধান মন্ত্ৰী মোদীয়ে লালকিল্লাত স্বাধীনতা দিৱসৰ অনুষ্ঠানত দিয়া ভাষণত দেশবাসীক প্লাষ্টিক বৰ্জনৰ আহ্বান জনাইছিল।

ইয়াৰ উপৰি আগষ্ট মাহৰ অন্তিম দেওবাৰে ‘মন কি বাত’ অনুষ্ঠানত প্ৰধান মন্ত্ৰী মোদীয়ে ৰাইজৰ উদ্দেশ্যে অহা ২ অক্টোবৰ মহাত্মা গান্ধীৰ ১৫০ সংখ্যক জন্ম দিৱসটো প্লাষ্টিক মুক্ত ভাৰত গঢ় দিয়াৰ লক্ষ্যৰে পালন কৰিবলৈ আহ্বান জনাইছিল।

মোদীৰ আহ্বানৰ পাছতেই দেশজুৰি প্লাষ্টিক মুক্ত অভিযান আৰম্ভ হৈছে।

পংকজকুমাৰ দেব

পংকজকুমাৰ দেব

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd