• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

আদিত্যনাথৰ ডাঙৰ সিদ্ধান্ত, এতিয়াৰ পৰা অযোধ্যা বিমান বন্দৰৰ নাম হ’ব ‘মৰ্যাদা পুৰুষোত্তম শ্ৰীৰাম বিমান বন্দৰ’

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 25, 2020 10:36 am

1 min read

আদিত্যনাথৰ ডাঙৰ সিদ্ধান্ত, এতিয়াৰ পৰা অযোধ্যা বিমান বন্দৰৰ নাম হ’ব ‘মৰ্যাদা পুৰুষোত্তম শ্ৰীৰাম বিমান বন্দৰ’
1.3k
VIEWS
Share on FacebookShare on Twitter

উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী যোগী আদিত্যনাথ নেতৃত্বাধীন কেবিনেটে অযোধ্যা বিমান বন্দৰৰ নাম সলনি কৰা প্ৰস্তাৱক মঙলবাৰে মঞ্জুৰি প্ৰদান কৰে।

এতিয়াৰে পৰা অযোধ্যা বিমান বন্দৰ ‘মৰ্যাদা পুৰুষোত্তম শ্ৰীৰাম বিমান বন্দৰ’ হিচাপে পৰিচিত হ’ব।

উত্তৰ প্ৰদেশৰ উপ মুখ্য মন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য্যই টুইটযোগে এই কথা জানিবলৈ দি কয়, ‘য়ুপি চৰকাৰৰ কেবিনেটে অযোধ্যাস্থিত বিমান বন্দৰৰ নাম মৰ্যাদা পুৰুষোত্তম ভগৱান শ্ৰী ৰামৰ নামত কৰিবলগীয়া প্ৰস্তৱাক মঞ্জুৰি প্ৰদান কৰিছে।

তেওঁ লগতে কয় যে আপোনালোকৰ চৰকাৰে শ্ৰী ৰামৰ জন্মভুমি অযোধ্যাক বিশ্বৰ ধাৰ্মিক স্থানসমূহৰ ভিতৰত অন্যতম হিচাপে গঢ়ি তুলিম।

উত্তৰ প্ৰদেশৰ কেবিনেটে মঞ্জুৰি প্ৰদান কৰাৰ পিছত এতিয়া এই প্ৰস্তাৱটো অসামৰিক বিমান পৰিবহন মন্ত্ৰ্যালয়লৈ প্ৰেৰণ কৰা হ’ব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, ২০১৮ চনৰ দীপাৱলীৰ পূৰ্বে পৰ্যটক সকলৰ সুবিধাৰ্থেই অযোধ্যাত এটা বিশ্ব মানৰ বিমান বন্দৰ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল উত্তৰ প্ৰদেশ চৰকাৰে।

২০২১ চনৰ ডিচেম্বৰ মাহৰ ভিতৰত ৰামচন্দ্ৰৰ নামেৰে নামাকৰণ কৰিবলগীয়া বিমান বন্দৰটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিব।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd