DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

অযোধ্যাৰ ভূমি কেলেংকাৰীৰ প্ৰতিবেদন দাখিল তদন্ত সমিতিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 1, 2022 12:15 pm
Ayodhya land deal
116
VIEWS
Share on FacebookShare on Twitter

অযোধ্যাৰ ভূমি কেলেংকাৰী তদন্তৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰে গঠন কৰা এক সদস্যৰ তদন্ত সমিতিয়ে স্ব-প্ৰতিবেদন দাখিল কৰিছে। প্ৰতিবেদনখন অহা সপ্তাহত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ওচৰত উপস্থাপন কৰা হ’ব।

উল্লেখ্য যে ২২ ডিচেম্বৰত ইণ্ডিয়ান এক্সপ্ৰেছে ভূমি কেলেংকাৰীৰ এক অনুসন্ধানমূলক প্ৰতিবেদন প্ৰকাশ কৰাৰ পিছত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে তদন্তৰ নিৰ্দেশ দিছিল।

উত্তৰ প্ৰদেশৰ ৰাজহ বিভাগৰ বিশেষ সচিব ৰাধে শ্যাম মিশ্ৰক তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। ভূমি পঞ্জীয়ন আৰু সম্পৰ্কিত নথিপত্ৰৰ ৰেকৰ্ড পৰীক্ষা কৰিবলৈ মিশ্ৰই অযোধ্যা ভ্ৰমণ কৰিছিল।

অৱশ্যে প্ৰতিবেদন সন্দৰ্ভত মিশ্ৰই এই পৰ্যন্ত কোনো মন্তব্য কৰা নাই।

উত্তৰ প্ৰদেশৰ ৰাজহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব মনোজ কুমাৰ সিঙে ইণ্ডিয়ান এক্সপ্ৰেছক কয় যে মিশ্ৰাই তেওঁৰ প্ৰতিবেদন দাখিল কৰিছে আৰু অহা সপ্তাহত মুখ্যমন্ত্ৰীৰ ওচৰত উপস্থাপন কৰা হ’ব।

উল্লেখ্য যে উচ্চতম ন্যায়ালয়ে অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ৰায় দিয়াৰ পিছতে আৱণ্টিত ভূমিৰ কাষৰ ভূমিৰ লেনদেন সম্পৰ্কে ৰাষ্ট্ৰীয় সংবাদ সংস্থা দ্য ইণ্ডিয়ান এক্সপ্ৰেছে এক অনুসন্ধানমূলক প্ৰতিবেদন প্ৰকাশ কৰিছিল।

ৰাম মন্দিৰৰ স্থানৰ পৰা ৫ কিলোমিটাৰ ব্যাসাৰ্দ্ধৰ ভিতৰত স্থানীয় বিধায়ক, অযোধ্যাত নিযুক্ত আমোলা আৰু তেওঁলোকৰ নিকট আত্মীয়, স্থানীয় ৰাজহ বিষয়াকে ধৰি ১৫ জন প্ৰভাৱশালী ব্যক্তিয়ে ভূমি ক্ৰয় কৰিছে বুলি প্ৰতিবেদনখনত প্ৰকাশিত হৈছিল।

Recent News

ChatGPT ক প্ৰত্যাহ্বান জনোৱা চেটবট BARD ৰ ভুল উত্তৰৰ বাবে গুগলে হেৰুৱালে ১০০ বিলিয়ন ডলাৰ

ChatGPT ক প্ৰত্যাহ্বান জনোৱা চেটবট BARD ৰ ভুল উত্তৰৰ বাবে গুগলে হেৰুৱালে ১০০ বিলিয়ন ডলাৰ

ভূমিকম্পৰ ধ্বংসস্তূপত চেপা খাইও ভাতৃক মমতাৰে আৱৰি ৰখা সাহসী ছোৱালীজনীক প্ৰশংসা ৰাষ্ট্ৰসংঘৰ

ভূমিকম্পৰ ধ্বংসস্তূপত চেপা খাইও ভাতৃক মমতাৰে আৱৰি ৰখা সাহসী ছোৱালীজনীক প্ৰশংসা ৰাষ্ট্ৰসংঘৰ

ULFA-I commander killed in encounter

মাৰ্ঘেৰিটাত আলফা (স্বাধীন)-আৰক্ষীৰ সংঘৰ্ষ: আলফা কামাণ্ডাৰ উদয় অসম নিহত

cow hug day

‘গো আলিংগন দিৱস’লৈ সঁহাৰি সঞ্জয় ৰাউটৰ: আদানীক বিজেপিৰ পবিত্ৰ গৰু আখ্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd