DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বাবৰি মছজিদ ধ্বংসৰ মোকৰ্দমা : আজি ৩২ অভিযুক্তৰ জবানবন্দী ৰেকৰ্ড কৰিব আদালতে

প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী এল কে আদৱনি, উত্তৰ প্ৰদেশ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিং আৰু মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উমা ভাৰতীৰো জবানবন্দী ৰেকৰ্ড কৰা হ'ব

এন ই নাও নিউজ by এন ই নাও নিউজ
June 4, 2020 11:13 am
babri-masjid
478
VIEWS
Share on FacebookShare on Twitter

লক্ষ্ণৌস্থিত চিবিআইৰ বিশেষ আদালতে আজি বাবৰি মছজিদ ধ্বংসৰ আচামীৰ জবানবন্দী ৰেকৰ্ড কৰিব।

আজি বৃহস্পতিবাৰে চিবিআইৰ বিশেষ আদালতে জ্যেষ্ঠ বিজেপি নেতাসহ ৩২ গৰাকী আচামীৰ জবানবন্দী ৰেকৰ্ডিং কৰাৰ কথা।

জবানবন্দী বাণীনদ্ধন কৰিব লগীয়া বিজেপিৰ জ্যেষ্ঠ নেতাসকলৰ ভিতৰত প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী এল কে আদৱনি, উত্তৰ প্ৰদেশ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিং, মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উমা ভাৰতী, ব্ৰিজ ভূষণ চৰণ আৰু সাক্ষী মহাৰাজো আছে।

ৰাজসাক্ষীসকলে সাক্ষ্য প্ৰদান কৰাৰ পিছত চিআৰপিচিৰ ৩১৩ৰ অধীনত ৪ জুন বৃহস্পতিবাৰে আচামীসকলৰ জবানবন্দী ৰেকৰ্ড কৰাৰ দিন ধাৰ্য কাৰ হৈছিল।

ধাৰা ৩৩৩ৰ অধীনত এজন বিচাৰকে বিচাৰৰ সময় আদালত পেচ কৰাৰ প্ৰমাণৰ ভিত্তিত অভিযুক্তক তেওঁলোকৰ আত্মপক্ষৰ সমৰ্থনৰ সুযোগ দিয়া হ’ব।

‘আদালতে মুঠ ৩৫৪ গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিছে। যোৱা সপ্তাহত ৰাজসাক্ষীৰ সাক্ষ্য লোৱা বন্ধ কৰা হৈছে আৰু পৰৱৰ্তী প্ৰক্ৰিয়া হিচাপে আদালতে চিআৰপিচিৰ ৩১৩ৰ অধীনত ৩২ গৰাকী অভিযুক্তৰ জবানবন্দি ৰেকৰ্ড কৰাৰ নিৰ্দেশ দিয়ে।’ চিবিআইৰ বিশেষ বিষয়া ললিত কুমাৰ সিঙে কয়।

তেওঁ লগতে কয় যে যদি অভিযুক্তই নিজৰ বিৰুদ্ধে থকা প্ৰমাণ অস্বীকাৰ কৰে তেনে বাদী পক্ষৰ সাক্ষীক পুনৰ আদালত সাজিৰ কৰোৱাৰ বাবে অনুমতি বিচৰা হ’ব।

উল্লেখ্য যে সমগ্ৰ ঘটনাৰ মুঠ ৪৯ গৰাকী অভিযুক্তৰ ভিতৰত ইতিমধ্যে ১৭ গৰাকী অভিযুক্তৰ মৃত্যু ঘটিছে।

১৯৯২ চনত অযোধ্যাৰ বাবৰি মছজিদ ধ্বংস সন্দৰ্ভত দুটা গোচৰ ৰুজু কৰা হৈছিল। এটা গোচৰ আছিল বাবৰি মছজিদ ধ্বংসৰ বাবে ব্লুপ্ৰিণ্ট ৰচনা কৰা সম্বন্ধীয় আৰু আনটো মছজিদটো ধ্বংসৰ কৰিবলৈ উচটনি দিয়া সম্বন্ধীয়।

ইয়াৰ পিছত বাবৰি মছজিদ ধ্বংস সম্বন্ধীয় মুঠ ৪৭ টা গোচৰ ৰুজু কৰা হৈছিল।

Recent News

পাকিস্তানে নিষিদ্ধ কৰিলে ৱিকিপিডিয়া

পাকিস্তানে নিষিদ্ধ কৰিলে ৱিকিপিডিয়া

ম্যানমাৰৰ ৩৭ খন চহৰত বলবৎ কৰা হৈছে সামৰিক আইন

ম্যানমাৰৰ ৩৭ খন চহৰত বলবৎ কৰা হৈছে সামৰিক আইন

বৈৰী বান্ধৱী! ‘নিজৰ স্বাৰ্থত চিনেমাৰ পৰা মোক বাদ দিছিল ৰেখাই’: বিস্ফোৰক অভিযোগ অৰুণা ইৰাণীৰ

বৈৰী বান্ধৱী! ‘নিজৰ স্বাৰ্থত চিনেমাৰ পৰা মোক বাদ দিছিল ৰেখাই’: বিস্ফোৰক অভিযোগ অৰুণা ইৰাণীৰ

ChatGPTয়ে ধ্বংস কৰিব পাৰে Google! কোনে দিলে সতৰ্কবাণী?

ChatGPTয়ে ধ্বংস কৰিব পাৰে Google! কোনে দিলে সতৰ্কবাণী?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd