• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বাবৰি মহজিদ ধ্বংসৰ ৰায়দান; আদৱানী, উমা ভাৰতীকে ধৰি ৩২ গৰাকী অভিযুক্তক নিৰ্দোষী ঘোষণা আদালতৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 30, 2020 1:03 pm
400
VIEWS
Share on FacebookShare on Twitter

আজি বহু প্ৰতিক্ষিত উত্তৰ প্ৰদেশৰ বাবৰি মহজিদ ধ্বংসৰ ৰায়দান কৰা হয়।

লক্ষ্নৌৰ চি বি আইৰ বিশেষ আদালতে বাবৰি মহজিদ ধ্বংসৰ ৰায়দান কৰে।

বাবৰি মহজিদ ধ্বংসৰ ৰায়দান কৰি লক্ষ্নৌৰ চি বি আইৰ বিশেষ আদালতে বাবৰি মহজিদ ধ্বংসৰ ঘটনা পূৰ্ব পৰিকল্পিত নাছিল বুলি কয় আৰু এই ঘটনাৰ সৈতে জড়িত ৩২ জন অভিযুক্তক নিৰ্দেষী ঘোষণা কৰে।

ইয়াৰ লগে লগে বাবৰি মহজিদ ধ্বংসৰ গোচৰত অভিযুক্ত বিজেপিৰ বৰ্ষীয়ান নেতা এল কে আদৱানী, মুৰুলী মনোহৰ যোশী, উমা ভাৰতীকে ধৰি ৩২ গৰাকী অভিযুক্তক ৰেহাই দিয়া হয়।

আদালতে এইসকল অভিযুক্তৰ বিৰুদ্ধে পৰ্যাপ্ত প্ৰমাণ নোহোৱা বাবে ৰেহাই দিয়া হয় আৰু আদৱানী, যোশী আৰু ভাৰতীয়ে উন্মত্ত জনতাক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিল বুলি ৰায়দান দিয়ে।

আজি আদালতে ৩২ জনকৈ অভিযুক্তক আদালতত হাজিৰ হবলৈ কয় যদিও স্বাস্থ্যজনিত সমস্যাৰ বাবে এল কে আদৱানী, যোশী, উমা ভাৰতীকে ধৰি বহুকেইগৰাকী অভিযুক্তই আদালতত উপস্থিত হ’ব নোৱাৰে।

তেওঁলোকে ভিডিঅ’ কনফাৰেন্সযোগে আদালতৰ ৰায়দানৰ শুনানিত অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে, ১৯৯২ চনত ৰাম জন্মভূমি অযোধ্যাত স্থাপন কৰা বিতৰ্কিত বাবৰি মহজিদ ৰাম সেৱক সকলে ধ্বংস কৰিছিল।

বিগত বৰ্ষত ভাৰতীয় উচ্চতম ন্যায়ালয়ে ৰাম মন্দিৰৰ সপক্ষে ৰায়দান কৰিছিল।

Recent News

লিভ ইন পাৰ্টনাৰক হত্যা কৰি মৃতদেহ লুকাই ৰখাৰ অভিযোগ; মদৰ নিচাত বন্ধুৰ আগত স্বীকাৰোক্তি প্ৰেমিকৰ

লিভ ইন পাৰ্টনাৰক হত্যা কৰি মৃতদেহ লুকাই ৰখাৰ অভিযোগ; মদৰ নিচাত বন্ধুৰ আগত স্বীকাৰোক্তি প্ৰেমিকৰ

বিদায় কবি! বৰেণ্য সাহিত্যিক অনুভৱ তুলসীৰ দেহাৱসান

বিদায় কবি! বৰেণ্য সাহিত্যিক অনুভৱ তুলসীৰ দেহাৱসান

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd