• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

আইপিএল- ত সমাপ্ত হোৱা নাই এবি ডি ভিলিয়াৰ্চ চমক; এইবাৰ প্ৰৱেশ ‘বেবী এবি’ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 12, 2022 8:26 pm
BABY AB
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এবি ডি ভিলিয়াৰ্চ! এনে কোনো ক্ৰিকেট প্ৰেমী নাই, যি এই তাৰকা খেলুৱৈজনক পচন্দ নকৰিব। আইপিএল- ত ডি ভিলিয়াৰ্চে দিছিল এক বিশেষ চমক।

পোন প্ৰথমে দিল্লীৰ হৈ খেলা ডি ভিলিয়াৰ্চ পিছলৈ হৈ পৰিছিল ৰয়েল চেলেঞ্জাৰ্চ বাঙ্গালোৰৰ অবিচ্ছেদ্য অংগ। আইপিএল- তকোহলী-ভিলিয়াৰ্চৰ যুটিয়ে মুহিছিল অসংখ্য ক্ৰিকেট প্ৰেমীক।

Apply Now

ইতিমধ্যে ভিলিয়াৰ্চে এইবাৰৰ আইপিএল- ত ভাগ নলয় বুলি স্পষ্ট কৰিছিল। তথাপি ক্ৰিকেট প্ৰেমীয়ে এইবাৰো আইপিএল- ত পাব এবি ডি ভিলিয়াৰ্চৰ খেলৰ সোৱাদ।

প্ৰকৃততে এইবাৰ আইপিএল- ত প্ৰৱেশ ঘটিছে ‘বেবী এবি’ ৰ। এইবাৰ ৰয়েল চেলেঞ্জাৰ্চ বাঙ্গালোৰৰ হৈ নহয়, মুম্বাই ইণ্ডিয়াঞ্চৰ নীলা জাৰ্ছী পিন্ধি ফিল্ডত নামিব এবি।

এই বেবী এবি আন কোনো নহয়। সদ্য সমাপ্ত ১৯ অনুৰ্দ্ধ বিশ্বকাপত চমকপ্ৰদ প্ৰদৰ্শনেৰে দৃষ্টি আকৰ্ষণ কৰা দক্ষিণ আফ্ৰিকাৰ বেটাৰ ডেৱাল্ড ব্ৰেভিছ।

বেবী এবি ডেৱাল্ড ব্ৰেভিছক ৩ কোটি টকাত ক্ৰয় কৰিছে মুম্বাই ইণ্ডিয়াঞ্চে। ১৯ অনুৰ্দ্ধ বিশ্বকাপৰ পাছতেই আইপিএল- ত খেলুৱৈজনৰ সম্ভাৱনা বৃদ্ধি পাইছিল।

 

Mumbai Indians 🤜🤛 Top Talents 💎

Can’t wait to see you in the Blue & Gold, Baby AB! 💙#OneFamily #MumbaiIndians #AalaRe #IPLAuction @Dewald17Brevis pic.twitter.com/iukVGYmZ3A

— Mumbai Indians (@mipaltan) February 12, 2022

সদ্য সমাপ্ত ১৯ অনুৰ্দ্ধ বিশ্বকাপত উৎকৃষ্ট প্ৰদৰ্শন দাঙি ধৰা ব্ৰেভিছ টুৰ্নামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হৈছিল। ৮৪.৩৩ গড়ে অভিলেখ ৫০৬ ৰাণ সংগ্ৰহ কৰিছিল খেলুৱৈজনে।

ব্ৰেভিছৰ খেলৰ শৈলী দক্ষিণ আফ্ৰিকাৰ তাৰকা খেলুৱৈ এবি ডি ভিলিয়াৰ্চৰ সৈতে কিছু মিল থকাৰ বাবে তেওঁক বেবী এবি বুলি অভিহিত কৰা হৈছে। ১৯ অনুৰ্দ্ধ বিশ্বকাপৰ এখন খেলৰ সময়ত ব্ৰেভিছৰ সতীৰ্থই ‘বেবী এবি’ লিখা এখন প্লে’কাৰ্ড প্ৰদৰ্শন কৰিছিল।

ইয়াৰ পিছতেই বেবী এবি নামেৰে চৰ্চিত হৈ পৰিছিল ব্ৰেভিছ। ক্ৰিকেট কেৰিয়াৰত নিজৰ অনবদ্য প্ৰদৰ্শনেৰে চাপ এৰি যোৱা এবি ডি ভিলিয়াৰ্চৰ নামেৰে ইতিমধ্যেই জনপ্ৰিয় হোৱা ব্ৰেভিছে কিদৰে ক্ৰিকেট প্ৰেমীক আকৃষ্ট কৰিব পাৰে সেয়া লক্ষ্যণীয় হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰিৱেশ সুৰক্ষাৰ কোনো ভৌগোলিক সীমা নাই: ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ সন্মিলনত মুখ্য ন্যায়াধীশ

পৰিৱেশ সুৰক্ষাৰ কোনো ভৌগোলিক সীমা নাই: ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ সন্মিলনত মুখ্য ন্যায়াধীশ

September 19, 2026 4:15 pm
ৰাছিয়াক এঘৰীয়া কৰিবলৈ গৈ ভাৰতলৈ ট্ৰাম্পৰ ভাবুকি! ১০০ শতাংশ শুল্কৰ কঠোৰ বিধেয়কত স্বাক্ষৰ

ৰাছিয়াক এঘৰীয়া কৰিবলৈ গৈ ভাৰতলৈ ট্ৰাম্পৰ ভাবুকি! ১০০ শতাংশ শুল্কৰ কঠোৰ বিধেয়কত স্বাক্ষৰ

September 19, 2026 3:03 pm
জুবিন দিৱসৰ ইতিবাচক খবৰ : সীমান্তত শান্তি বজাই ৰাখিবলৈ ঐতিহাসিক চুক্তিত স্বাক্ষৰ অসম আৰু নাগালেণ্ডৰ দুই বিধায়কৰ

জুবিন দিৱসৰ ইতিবাচক খবৰ : সীমান্তত শান্তি বজাই ৰাখিবলৈ ঐতিহাসিক চুক্তিত স্বাক্ষৰ অসম আৰু নাগালেণ্ডৰ দুই বিধায়কৰ

September 19, 2026 1:49 pm
খৰস্ৰোতা সুঁতিত পৰি ডুবি গ’ল গাড়ী; তিনিটি শিশুকে ধৰি ৮ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু

খৰস্ৰোতা সুঁতিত পৰি ডুবি গ’ল গাড়ী; তিনিটি শিশুকে ধৰি ৮ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু

September 19, 2026 1:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰিৱেশ সুৰক্ষাৰ কোনো ভৌগোলিক সীমা নাই: ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ সন্মিলনত মুখ্য ন্যায়াধীশ

পৰিৱেশ সুৰক্ষাৰ কোনো ভৌগোলিক সীমা নাই: ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ সন্মিলনত মুখ্য ন্যায়াধীশ

September 19, 2026 4:15 pm
ৰাছিয়াক এঘৰীয়া কৰিবলৈ গৈ ভাৰতলৈ ট্ৰাম্পৰ ভাবুকি! ১০০ শতাংশ শুল্কৰ কঠোৰ বিধেয়কত স্বাক্ষৰ

ৰাছিয়াক এঘৰীয়া কৰিবলৈ গৈ ভাৰতলৈ ট্ৰাম্পৰ ভাবুকি! ১০০ শতাংশ শুল্কৰ কঠোৰ বিধেয়কত স্বাক্ষৰ

September 19, 2026 3:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd