DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 8, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নুমলীগড়ৰ চফেলা চাহ বাগিচাত মাতৃৰ পৰা বিচ্ছেদিত সদ্যজাত হাতী পোৱালী উদ্ধাৰ

উত্তম শইকীয়া, বোকাখাত by উত্তম শইকীয়া, বোকাখাত
August 1, 2022 7:36 am
106
VIEWS
Share on FacebookShare on Twitter

নুমলীগড়ৰ চফেলা চাহ বাগিচাত মাতৃয়ে এৰি যোৱা এটি সদ্যজাত হাতী পোৱালীক স্থানীয় লোকৰ সহযোগত গোলাঘাট বন বিভাগে উদ্ধাৰ কৰে ৷ সদ্যজাত এটা মতা হাতী পোৱালী জাকৰ লগত নিবৰ বাবে যোৱা দুটা দিন চেষ্টা চলাই বিফল হোৱাৰ পিচত হাতী পোৱালীটোক চফেলা চাহ বাগিচাত মাতৃয়ে এৰি থৈ যায় ৷

দেওবাৰে চফেলা চাহ বাগিচাৰ চেগুনবাৰী অঞ্চলত মাতৃৰ পৰা বিচ্চেদিত সদ্যজাত হাতী পোৱালীটোকজাকৰ পৰা পিছ পৰি যোৱা হাতী পোৱালিটোক উদ্ধাৰ কৰিবৰ বাবে বকিয়াল খণ্ড বন বিষয়া কাৰ্যালয়ৰ এটা বনকৰ্মীৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে ।

লগতে পঢ়ক: বংগত টকাৰ সৈতে গ্ৰেপ্তাৰ হোৱা ঝাৰখণ্ডৰ তিনি বিধায়কৰ সৈতে জড়িত হৈছে অসমৰ মুখ্যমন্ত্ৰীৰ নাম!

চাহ বাগিচাৰ নলাত আৱদ্ধ হৈ পৰা হাতী পোৱালীটোক জে চি পি লগাই নলা খান্দি  উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

বিগত দুটা দিন মাতৃৰ দুগ্ধৰ পৰা বঞ্চিত হৈ নিশকতীয়া হৈ পৰা হাতী পোৱালীটোক স্থানীয় লোকৰ সহযোগত উদ্ধাৰ কৰি অভিযানকাৰী বনকৰ্মীৰ দলে বোকাখাতৰ পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ প্ৰেৰণ কৰে ৷

ইপিনে পোৱালী এৰি যোৱা জাকটো বৰ্তমান বাগিচা খনৰ সমীপতে অৱস্থান কৰা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: Commonwealth Games 2022: কমনৱেলথ গেমছত ভাৰতৰ বাবে তৃতীয়টো স্বৰ্ণ পদক অৰ্জন অচিন্ত্য শিউলীৰ

সম্প্ৰতি বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত জ্যেষ্ঠ পশু চিকিৎসক ডাঃ চামচুল আলীৰ তত্বাৱধানত হাতী পোৱালীটোক চিকিৎসা প্ৰদান কৰি থকা হৈছে ৷ 

Recent News

Anti-Corruption Drive: ৩৫ হেজাৰ উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল মাটিয়া থানাৰ সহকাৰী উপ পৰিদৰ্শক চবিন পাল দাস

Anti-Corruption Drive: ৩৫ হেজাৰ উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল মাটিয়া থানাৰ সহকাৰী উপ পৰিদৰ্শক চবিন পাল দাস

টিপং কয়লাখনিৰ পৰা ১ কোটিৰো অধিক মূল্যৰ লোহা চুৰি; সাংবাদিকৰ বিৰুদ্ধে বিৰূপ মন্তব্য মহকুমা আৰক্ষীৰ

টিপং কয়লাখনিৰ পৰা ১ কোটিৰো অধিক মূল্যৰ লোহা চুৰি; সাংবাদিকৰ বিৰুদ্ধে বিৰূপ মন্তব্য মহকুমা আৰক্ষীৰ

মাধ্যম বিতৰ্ক : কাৰ হেঁচাত আৰু কিয় বাৰেপতি স্থিতি সলায় হিমন্ত বিশ্ব শৰ্মাই?

মাধ্যম বিতৰ্ক : কাৰ হেঁচাত আৰু কিয় বাৰেপতি স্থিতি সলায় হিমন্ত বিশ্ব শৰ্মাই?

ছাত্ৰ বিক্ষোভত উত্তাল মণিপুৰ; পাঁচ দিনৰ বাবে ৰাজ্যত বন্ধ ইণ্টাৰনেট সেৱা

ছাত্ৰ বিক্ষোভত উত্তাল মণিপুৰ; পাঁচ দিনৰ বাবে ৰাজ্যত বন্ধ ইণ্টাৰনেট সেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd