• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জিঅ’ গ্রাহকৰ বাবে বেয়া খবৰ, হ্ৰাস কৰা হৈছে এই বিশেষ প্ৰিপেইড প্লেনৰ ভেলিডিটি

এন ই নাও নিউজ by এন ই নাও নিউজ
February 25, 2020 7:02 pm
af32bf5e4268cdd9c58ef9359f94fe79
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহৎ টেলিকম কোম্পানী জিঅ’ই ১২৯৯টকীয়া প্ৰিপেইড প্লেনৰ ভেলিডিটি হ্ৰাস কৰি গ্ৰাহকক আচৰিত কৰি তুলিছে।

এতিয়া গ্ৰাহকসকলে এই প্লেনত ৩৩৬ দিনৰ সময়সীমা লাভ কৰিব। ইয়াৰ পূৰ্বে গ্ৰাহকসকলে প্লেনটোত ৩৬৫ দিনৰ ভেলিডিটি লাভ কৰিছিল।

Apply Now

আনহাতে, বজাৰত এয়াৰটেল, ভোডাফোন-আইডিয়া আৰু বিএছএন এলৰ দীৰ্ঘম্যাদী প্ৰিপেইড প্লেনসমূহত এতিয়াও ৩৬৫দিনৰ সময়সীমা অটুট আছে।

১,২৯৯ টকাৰ জিঅ’ প্লেন

জিঅ’ৰ এই পেক’ত গ্ৰাহকসকলে পাব ২৪ জিবি ডাটা আৰু ৩,৬০০ এছ এম এছ। তদুপৰি, গ্ৰাহকসকলে জিঅ’ৰ পৰা জিঅ’ নেটৱৰ্কলৈ আনলিমিটেড কল কৰিব পাৰিব। অৱশ্যে, কোম্পানীয়ে গ্ৰাহকক আন নেটৱৰ্কলৈ কল কৰাৰ বাবে ১২,০০০ এফ য়ু পি মিনিট দিব। সেইদৰে এই পেক’ৰ ভেলিডিটি হ’ব ৩৩৬ দিন।

৩২৯ টকাৰ জিঅ’ প্লেন

জিঅ’ৰ ৩২৯ টকীয়া এটা প্লেনো আছে আৰু এই প্লেনতো আন শাখাবোৰতো দেখা যায়। এই প্লেনত ৮৪ দিনৰ ভেলিডিটি পোৱা যায়। এই প্লেনৰ অধীনত সকলো নেটৱৰ্কলৈ ১,০০০ মিনিট কল কৰিব পাৰিব আৰু জিঅ’ নেটৱৰ্কলৈ সকলো কল  বিনামূলীয়া। এই প্লেনত মুঠ ৬ জিবি ডাটা পোৱা যায়। যিসকলে এক দীঘলীয়া প্লেন বিচাৰে তেওঁলোকৰ বাবে এইটো আটাইতকৈ ভাল প্লেন। এই প্লেনতো আপুনি জিঅ’ৰ সকলো এপছৰ সুবিধা ল’ব পাৰিব।

২৯৭ টকাৰ জিঅ’ প্লেন

জিঅ’ৰ ২৯৭ টকাৰো এটা প্লেন আছে য’ত ৮৪ দিনৰ ভেলিডিটি পোৱা যায় যদিও জিঅ’ৰ এইটো অকল জিঅ’ ফোনৰ বাবেহে প্ৰযোজ্য প্লেন।২৯৭ টকীয়া প্ৰিপেইড প্লেনৰ কথা ক’বলৈ গ’লে আপুনি আন শাখাতো এইটো দেখা পাব। এই প্লেনতো আপুনি ৩৪ দিন ভেলিডিটি পাব।

৯৮ টকাৰ জিঅ’ প্লেন

জিঅ’ৰ এই প্লেনত আপুনি ২ জিবি ডাটা আৰু ৩০০ এছ এম এছৰ সুবিধা লাভ কৰিব। আপুনি জিঅ’ নেটৱৰ্কলৈ আনলিমিটেড কল কৰাৰ সুবিধা লাভ কৰিব। কিন্তু আপুনি আন নেটৱৰ্কলৈ ফোন কৰাৰ বাবে আই য়ু চি মিনিটৰ সুবিধা পাব। সেইদৰে এই প্লেনৰ ভেলিডিটি হৈছে ২৮ দিন। গ্ৰাহকে এই পেক’ৰ বাবে ১০ টকাৰ পৰা আৰম্ভ কৰি আৱশ্যক অনুসৰি আই য়ু চি ৰিচাৰ্জ কৰিব পাৰিব।

১২৯ টকাৰ জিঅ’ প্লেন

এই পেক’ত আপুনি ২ জিবি ডাটাৰ সৈতে ৩০০ এছ এম এছ লাভ কৰিব। লগতে জিঅ’ নেটৱৰ্কলৈ আনলিমিটেড কল কৰাৰ সুবিধা লাভ কৰিব। অৱশ্যে, কোম্পানীয়ে আপোনাক আন নেটৱৰ্কলৈ কল কৰাৰ বাবে ১,০০০ এফ য়ু পি মিনিট আগবঢ়াব।সেইদৰে এই প্লেনৰ ভেলিডিটি ২৮ দিনৰ বাবে থাকিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

September 9, 2026 6:55 pm
গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

September 9, 2026 5:16 pm
“এনে সাহস কেনেকৈ হ’ল?” প্ৰতিবাদকাৰী ছাত্ৰলৈ জাননী প্ৰেৰণ কৰি উচ্চতম ন্যায়ালয়ৰ ৰোষত নয়ডাৰ দণ্ডাধীশ

“এনে সাহস কেনেকৈ হ’ল?” প্ৰতিবাদকাৰী ছাত্ৰলৈ জাননী প্ৰেৰণ কৰি উচ্চতম ন্যায়ালয়ৰ ৰোষত নয়ডাৰ দণ্ডাধীশ

September 9, 2026 3:59 pm
সাম্প্ৰতিক অসমৰ ৰাজনৈতিক পৰিৱেশ

সাম্প্ৰতিক অসমৰ ৰাজনৈতিক পৰিৱেশ

September 9, 2026 2:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

September 9, 2026 6:55 pm
গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

September 9, 2026 5:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd