• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘তাতেৰি’ বিতৰ্কৰ মাজতে গোপনে বিয়া পাতিলে ৰেপাৰ বাদশ্বাহে; কইনা কোন জানেনে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 24, 2026 4:53 pm
86
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাৰিয়ানী গীত ‘তাতেৰী’ বিতৰ্কত বিপৰ্যস্ত বাদশ্বাহ। ইপিনে বলীউডৰ জনপ্ৰিয় ৰেপাৰ বাদশ্বাহে সকলোকে আচৰিত কৰি জীৱনৰ এক নতুন অধ্যায় আৰম্ভ কৰিছে। কেইবাবছৰ ধৰি পাঞ্জাবী মডেল তথা অভিনেত্ৰী ঈশা ৰিখীৰ সৈতে তেওঁৰ প্ৰেমৰ গুঞ্জন চলিছিল। এইবাৰ সেই সম্পৰ্কই স্থায়ী ৰূপ পালে।

ঈশাৰ মাতৃ পুনম ৰিখীয়ে ছ’চিয়েল মিডিয়াত কেইবাখনো ছবি পোষ্ট কৰি নৱবিবাহিত দম্পতীক আশীৰ্বাদ দিছে। দুয়োজনে দৰা-কইনা হিচাপে বিবাহ অনুষ্ঠান সম্পাদন কৰা দেখা গৈছে।

Apply Now

ভাইৰেল ছবিখনত বাদশ্বাহক বাদামী ৰঙৰ কুৰ্তা আৰু সোণালী ৰঙৰ চাফা (পাগুৰি) পিন্ধা দেখা গৈছে। আনহাতে ঈশাই ৰঙা ৰঙৰ ছালৱাৰ চুট পিন্ধিছিল। দুয়োহাতত ওলমি আছে সোণালী কলিৰা (এবিধ অলংকাৰ)। দৰা-কইনাৰ ডিঙিত মালা। পৰিয়ালৰ ঘনিষ্ঠ সদস্যৰ উপস্থিতিত সম্পূর্ণ ঘৰুৱা পদ্ধতিৰে অনুষ্ঠিত হয় বিবাহ অনুষ্ঠান৷ যদিও বাদশ্বাহ বা ঈশাই এতিয়ালৈকে আনুষ্ঠানিকভাৱে একো নিশ্চিত কৰা নাই।

জানিব পৰা মতে, বাদশ্বাহ আৰু ঈশাই বিগত চাৰি বছৰ ধৰি ইজনে সিজনৰ লগত ডেটিং কৰি আহিছে। বন্ধু এজনৰ জৰিয়তে ঈশাক পাৰ্টিত লগ পাইছিল, যিটো পিছলৈ প্ৰেমলৈ পৰিণত হয়। ২০১৩ চনত ‘জাট বয়জ পুট যতন দে’ ছবিৰ জৰিয়তে অভিনয় যাত্ৰা আৰম্ভ কৰা ঈশাই ২০১৮ চনত বৰুণ ধাৱনৰ সৈতে ‘নবাবজাদে’ ছবিতো কাম কৰিছিল।

উল্লেখযোগ্য যে এয়া বাদশ্বাহৰ দ্বিতীয় বিবাহ। ইয়াৰ পূৰ্বে জেচমিন মাছিহৰ সৈতে তেওঁৰ বিবাহ হৈছিল। তেওঁলোকৰ এগৰাকী কন্যাও আছে। যাৰ নাম জেচেমি গ্ৰেচ মাছিহ সিং। প্ৰায় ছবছৰ আগতে অৰ্থাৎ ২০২০ চনত তেওঁলোকৰ মাজত বিচ্ছেদ ঘটিছিল। বদশ্বাহে ইয়াৰ পূৰ্বে এটা প’ডকাষ্টত কৈছিল যে তেওঁলোকে নিজৰ ছোৱালীজনীৰ ভৱিষ্যত বিবেচনা কৰি আৰু পৰিয়ালৰ পৰিৱেশ সুস্থ ৰখাৰ বাবে পৃথক হোৱাৰ সিদ্ধান্ত লৈছিল। বৰ্তমান তেওঁলোকৰ কন্যা লণ্ডনত থাকে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“১২ বছৰ ধৰি কোনেও আপোনাৰ ডিগ্ৰী দেখা নাপালে” : নিজৰ শিক্ষাগত অৰ্হতাক লৈ চলা বিতৰ্কৰ মাজতে প্ৰধানমন্ত্ৰী মোদীক মুকলি প্ৰত্যাহ্বান অভিজিৎ দিপকেৰ

“১২ বছৰ ধৰি কোনেও আপোনাৰ ডিগ্ৰী দেখা নাপালে” : নিজৰ শিক্ষাগত অৰ্হতাক লৈ চলা বিতৰ্কৰ মাজতে প্ৰধানমন্ত্ৰী মোদীক মুকলি প্ৰত্যাহ্বান অভিজিৎ দিপকেৰ

September 3, 2026 2:53 pm
স্বামী য’লৈকে যায়, পত্নীও তালৈকে যাবলৈ বাধ্য নহয়! বিবাহ বিচ্ছেদৰ গোচৰত মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

স্বামী য’লৈকে যায়, পত্নীও তালৈকে যাবলৈ বাধ্য নহয়! বিবাহ বিচ্ছেদৰ গোচৰত মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

September 3, 2026 2:45 pm
‘শত্ৰুতা’! উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক ৰাজস্থান উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশৰ প্ৰত্যুত্তৰ

‘শত্ৰুতা’! উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক ৰাজস্থান উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশৰ প্ৰত্যুত্তৰ

September 3, 2026 2:44 pm
আইন ভংগ কৰি ইউ জি চিৰ মুৰব্বীৰ পদত আকৌ চৰকাৰী আমোলা!

আইন ভংগ কৰি ইউ জি চিৰ মুৰব্বীৰ পদত আকৌ চৰকাৰী আমোলা!

September 3, 2026 2:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“১২ বছৰ ধৰি কোনেও আপোনাৰ ডিগ্ৰী দেখা নাপালে” : নিজৰ শিক্ষাগত অৰ্হতাক লৈ চলা বিতৰ্কৰ মাজতে প্ৰধানমন্ত্ৰী মোদীক মুকলি প্ৰত্যাহ্বান অভিজিৎ দিপকেৰ

“১২ বছৰ ধৰি কোনেও আপোনাৰ ডিগ্ৰী দেখা নাপালে” : নিজৰ শিক্ষাগত অৰ্হতাক লৈ চলা বিতৰ্কৰ মাজতে প্ৰধানমন্ত্ৰী মোদীক মুকলি প্ৰত্যাহ্বান অভিজিৎ দিপকেৰ

September 3, 2026 2:53 pm
স্বামী য’লৈকে যায়, পত্নীও তালৈকে যাবলৈ বাধ্য নহয়! বিবাহ বিচ্ছেদৰ গোচৰত মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

স্বামী য’লৈকে যায়, পত্নীও তালৈকে যাবলৈ বাধ্য নহয়! বিবাহ বিচ্ছেদৰ গোচৰত মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

September 3, 2026 2:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd