• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

“বাঘ হাজৰিকাই যুঁজা নাছিল শৰাইঘাটৰ যুদ্ধ!” মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা, সলনি হ’ব ৰাজ্যৰ বুৰঞ্জীৰ পাঠ্যপুথি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 31, 2026 4:39 pm
62
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ উচ্চ মাধ্যমিক পৰ্যায়ৰ ইতিহাস পাঠ্যক্ৰম সংশোধন কৰা হ’ব বুলি শুকুৰবাৰে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুছলমান সম্প্ৰদায়ক লৈ কৰা তেওঁৰ শেহতীয়া মন্তব্যক কেন্দ্ৰ কৰি চলি থকা ৰাজনৈতিক বিতৰ্কৰ মাজতে এই সিদ্ধান্তই বিশেষ চৰ্চা লাভ কৰিছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে তেওঁ ইতিমধ্যে শিক্ষা বিভাগক পাঠ্যপুথি সংশোধনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে। শিক্ষা মন্ত্ৰী ৰণোজ পেগুক এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰা হৈছে। উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰীয়ে বিদ্যমান পাঠ্যপুথিত কিছুমান ঐতিহাসিক চৰিত্ৰৰ চিত্ৰণক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

Apply Now

মুখ্যমন্ত্ৰীয়ে বিশেষকৈ আহোম যুগৰ সেনানী বাঘ হাজৰিকাৰ প্ৰসংগ উত্থাপন কৰি দাবী কৰে যে শৰাইঘাটৰ যুদ্ধত আহোম সেনাপতি লাচিত বৰফুকনৰ সৈতে বাঘ হাজৰিকাই অংশগ্ৰহণ কৰা নাছিল। কাৰেং চাপৰিত অনুষ্ঠিত দশম মিচিং যুৱ মহোৎসৱৰ সামৰণি অনুষ্ঠানত ভাষণ দি শৰ্মাই কয় যে কামৰূপত মোগল বাহিনীৰ বিৰুদ্ধে প্ৰতিৰোধৰ নেতৃত্ব মিচিং নেতা মিৰি সন্দিকৈয়েহে দিছিল, বাঘ হাজৰিকাই নহয়।

অৱশ্যে বহু ঐতিহাসিকে উল্লেখ কৰে যে বাঘ হাজৰিকা ওৰফে ইছমাইল ছিদ্দিকি ১৭ শতিকাৰ এজন বীৰ আছিল, তেঁও শৰাইঘাটৰ যুদ্ধত মোগলৰ বিৰুদ্ধে আহোমৰ হৈ যুঁজিছিল। বাঘ হাজৰিকা বৰ্তমানৰ শিৱসাগৰ জিলাৰ এটা মুছলমান পৰিয়ালৰ আছিল বুলি লোকবিশ্বাস প্ৰচলিত আছে।

ৰাজ্যৰ খিলঞ্জীয়া মুছলমান আৰু বঙালীভাষী মুছলমানৰ মাজত থকা পাৰ্থক্যৰ বিষয়ে মুখ্যমন্ত্ৰী আৰু শাসকীয় বিজেপি দলে চৰ্চা কৰি থকাৰ সময়তে এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। তেওঁ মিচিং সম্প্ৰদায়ৰ কৰ্ম-সংস্কৃতিৰ শলাগ লোৱাৰ লগতে উজনি অসমত বঙালীভাষী মুছলমানৰ বসতি বিস্তাৰ ৰোধ কৰাত এই সম্প্ৰদায়টোৰ ভূমিকাৰো প্ৰশংসা কৰে।

উক্ত অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে মিচিং যুৱ মহোৎসৱৰ বাবে ১০০ কোটি টকা আৰু ‘ডনী-প’ল’ সমাজ’ৰ সৈতে জড়িত পদক্ষেপসমূহৰ বাবে অতিৰিক্ত ১০ কোটি টকাৰ বিত্তীয় সাহায্য আগবঢ়োৱাৰ কথাও ঘোষণা কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

September 4, 2026 1:12 pm
পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

September 4, 2026 12:24 pm
ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

September 4, 2026 11:31 am
নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

September 4, 2026 10:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

September 4, 2026 1:12 pm
পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

September 4, 2026 12:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd