DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বাঘজানৰ তৈলখাদৰ গেছ নিৰ্গমণ : কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক ব্যৱস্থা ল’বলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ সৈতে মুখ্যমন্ত্ৰী সোণোৱালৰ টেলিফোনিক বাৰ্তালাপ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 2, 2020 6:27 pm
Power Meeting 5
395
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ বাঘজানৰ অইল ইণ্ডিয়া লিমিটেডৰ খাদৰ পৰা প্ৰাকৃতিক গেছ নিৰ্গমণ বন্ধ কৰাৰ দিশত ক্ষিপ্ৰ ব্যৱস্থা লোৱাৰ বাবে কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অনুৰোধ জনাইছে।

আজি এক টেলিফোনযোগে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীয়ে এই দিশত বিদেশৰ বিশেষজ্ঞক নিয়োজিত কৰাৰ বাবেও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অনুৰোধ জনায়।

উল্লেখ্য যে যোৱা ২৭ তাৰিখৰ পৰা অইল ইণ্ডিয়া লিমিটেডৰ এই খাদটোৰ পৰা প্ৰাকৃতিক গেছ নিৰ্গমণ হৈ আছে।

এই দিশত অইল ইণ্ডিয়া লিমিটেডে পদক্ষেপ লৈছে যদিও এতিয়ালৈকে অবিৰত হাৰত গেছ নিৰ্গমণ হৈ আছে।

ইয়াৰ পৰিপ্ৰেক্ষিততে মুখ্যমন্ত্ৰী সোণোৱালে আজি কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানক ইয়াৰ সবিশেষ বৰ্ণনা কৰাৰ উপৰি এই দিশত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ জনাইছে।

মুখ্যমন্ত্ৰীয়ে লগতে এই নিৰ্গমণ বন্ধ কৰাৰ দিশত বিদেশৰ বিশেষজ্ঞক মোতায়েন কৰাৰ বাবেও অনুৰোধ জনাইছে।

মুখ্যমন্ত্ৰীয়ে এই তৈল খাদৰ দাঁতিকাষৰীয়া ক্ষতিগ্ৰস্ত জনসাধাৰণক উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ পদক্ষেপ ল’বলৈও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অনুৰোধ জনায়।

মুখ্যমন্ত্ৰীৰ অনুৰোধৰ প্ৰতি ইতিবাচক সঁহাৰি জনাই কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে এই নিৰ্গমণ বন্ধ কৰাৰ বাবে ছিংগাপুৰৰ বিশেষজ্ঞক অনাৰ পদক্ষেপ লোৱা হৈছে বুলি কয়।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ইতিমধ্যে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰালয়ৰ যুটীয়া সচিবক তৈল খাদস্থলিত উপস্থিত হৈ চৰজমিন বুজ লোৱাৰ উপৰি এই দিশত ব্যৱস্থা গ্ৰহণৰো নিৰ্দেশ দিয়া হৈছে।

আনহাতে, কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ নিৰ্দেশত কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰালয়ৰ যুটীয়া সচিব গৰাকীয়ে বাঘজানৰ পৰিস্থিতিৰ চৰজমিন বুজ লোৱাৰ বাবে ইতিমধ্যে উপস্থিত হৈছে।

তদুপৰি, ছিংগাপুৰৰ বিশেষজ্ঞইও কাইলৈ বাঘজানত উপস্থিত হৈ গেছ নিৰ্গমণ বন্ধ কৰা অভিযানত নামি পৰিব।

Recent News

Indian Railway একাপ ২০টকাৰ চাহত ৫০ টকা GST! বিল দেখি চকু কপালত ৰে’লযাত্ৰীৰ; কি ক’লে ভাৰতীয় ৰে’লেৱেই?

Indian Railway একাপ ২০টকাৰ চাহত ৫০ টকা GST! বিল দেখি চকু কপালত ৰে’লযাত্ৰীৰ; কি ক’লে ভাৰতীয় ৰে’লেৱেই?

Noney landslide: নোনেৰ ভয়াৱহ ভূমিস্খলন; এতিয়াও কমেও ৫০ জন সন্ধানহীনৰ মাজত আছে অসমৰো ১৭ শ্ৰমিক

Noney landslide: নোনেৰ ভয়াৱহ ভূমিস্খলন; এতিয়াও কমেও ৫০ জন সন্ধানহীনৰ মাজত আছে অসমৰো ১৭ শ্ৰমিক

Israel’s parliament dissolves: ভংগ হ’ল ইজৰাইলৰ সংসদ; চাৰি বছৰৰত পঞ্চমবাৰৰ বাবে নিৰ্বাচনৰ দিশে ইহুদী ৰাষ্ট্ৰখন

Israel’s parliament dissolves: ভংগ হ’ল ইজৰাইলৰ সংসদ; চাৰি বছৰৰত পঞ্চমবাৰৰ বাবে নিৰ্বাচনৰ দিশে ইহুদী ৰাষ্ট্ৰখন

Maharashtra New Govt: শনি-দেওবাৰে মহাৰাষ্ট্ৰ বিধানসভাৰ বিশেষ অধিৱেশন; সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব সিন্দেই

Maharashtra New Govt: শনি-দেওবাৰে মহাৰাষ্ট্ৰ বিধানসভাৰ বিশেষ অধিৱেশন; সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব সিন্দেই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd