DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰাক্তন ফুটবলাৰ বাইচুং ভূটীয়াই আজি উদ্বোধন কৰিব আন্তঃৰাষ্ট্ৰীয় প্ৰবীণ ফুটবল প্ৰতিযোগিতা

এন ই নাও নিউজ by এন ই নাও নিউজ
November 15, 2018 10:13 am
Bhaichung-Bhutia-570x320

বাইচুং ভূটিয়া

175
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ জজ খেলপথাৰত আজিৰ পৰা অনুষ্ঠিত হ’ব পঞ্চম সংখ্যক আন্তঃৰাষ্ট্ৰীয় প্ৰবীণ ফুটবল প্ৰতিযোগিতা। প্ৰতিযোগিতাখনত অংশ লোৱাৰ উদ্দেশ্যে ইতিমধ্যে গুৱাহাটীত আহি উপস্থিত হৈছে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন ফুটবলাৰ।

য়ুনাইটেড ব্ৰাদাৰ্ছ ক্লাবে আয়োজন কৰা প্ৰতিযোগিতাখন আজি বিয়লি ৫ বজাত ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভূটীয়াই উদ্বোধন কৰিব। ১২টা দলে অংশগ্ৰহণ কৰিবলগীয়া প্ৰতিযোগিতাখনৰ বাবে ইতিমধ্যে গুৱাহাটীত আহি উপস্থিত হৈছে বাংলাদেশ আৰু নেপালৰ ফুটবল দল।

প্ৰতিযোগিতাখনৰ আয়োজকে বুধবাৰে এখন সংবাদমেলৰ জৰিয়তে প্ৰতিযোগিতাখনৰ প্ৰস্তুতি সম্পৰ্কত বিৱৰণী আগবঢ়ায়। তদুপৰি উদ্বোধনী অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ নেতৃত্বাধীন অৰ্টিষ্ট ইলেভেন আৰু মিডিয়া একাডশৰ মাজত এখন প্ৰীতি ফুটবল মেচো অনুষ্ঠিত হ’ব উদ্যোক্তাই জানিবলৈ দিয়ে।

আনহাতে প্ৰতিযোগিতাখনৰ লগত সংগতি ৰাখি প্ৰাক্তন আন্তৰ্জাতিক খেলুৱৈ দেৱাশিস ৰয় আৰু ৰাজ্যৰ দুগৰাকী ক্ৰীড়া সাংবাদিক পৱিত্ৰ গগৈ আৰু বিপুল বৰ্মনক সম্বৰ্ধনা জনাব।

৪০ ঊৰ্ধ্বৰ প্ৰাক্তন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় খেলুৱৈৰ সমাহাৰেৰে আজিৰ পৰা গুৱাহাটীত চাৰিদিনলৈ অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনত বাংলাদেশ আৰু নেপাল দলৰ উপৰি কলকাতাৰ ইষ্ট-বেংগল, মোহন বাগান আদি দলৰ প্ৰাক্তন খেলুৱৈৰে গঠিত প্ৰবীণ একাদশ, দিল্লী, নাগালেণ্ড, মণিপুৰ, মেঘালয়ৰ লগতে দুলীয়াজান, কোকৰাঝাৰ আদিৰ প্ৰবীণ ফুটবল খেলুৱৈৰ দলে ভাগ ল’ব।

প্ৰতিযোগিতাখনৰ বিজয়ী দলক কনক চন্দ্ৰ বৰুৱা ট্ৰফীৰ লগতে ৫০ হাজাৰ টকা আৰু ৰানাৰ্ছ আপ দলক হবিবুন নেছা সোঁৱৰণী ট্ৰফীৰ লগতে ৩০ হাজাৰ টকাৰ আৰ্থিক পুৰস্কাৰ আগবড়োৱা হ’ব। আনহাতে অহা দেওবাৰে প্ৰতিযোগিতাৰ দুয়োখন ছেমিফাইনেল আৰু ফাইনেল খেল অনুষ্ঠিত হ’ব বুলি আয়োজকে জনায়।

Recent News

‘ৰাজনীতি বাদ দি ঘৰত ৰন্ধাবঢ়া কৰক’-এনচিপি নেত্ৰীলৈ নাৰী বিদ্বেষী মন্তব্য বিজেপি নেতাৰ

‘ৰাজনীতি বাদ দি ঘৰত ৰন্ধাবঢ়া কৰক’-এনচিপি নেত্ৰীলৈ নাৰী বিদ্বেষী মন্তব্য বিজেপি নেতাৰ

Lovlina Borgohain Shiva Thapa

আন্তঃৰাষ্ট্ৰীয় বক্সিং এছ’চিয়েচন এথলীট কমিটিৰ অধ্যক্ষ হিচাপে মনোনীত লাভলীনা, সদস্য পদত শিৱ থাপা

Supreme Court on sex worker

উচ্চমত ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: অবৈধ নহয় গণিকা বৃত্তি, আৰক্ষীয়ে যৌনকৰ্মীক কৰিব নোৱাৰিব হাৰাশাস্তি

ট্ৰেংকুলাইজ কৰা হৈছে মহানগৰীত সন্ত্ৰাসৰ সৃষ্টি কৰা পথভ্ৰষ্ট বনৰীয়া ম’হটো

ট্ৰেংকুলাইজ কৰা হৈছে মহানগৰীত সন্ত্ৰাসৰ সৃষ্টি কৰা পথভ্ৰষ্ট বনৰীয়া ম’হটো

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd