• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তিনিচুকীয়াত বন্ধ সমৰ্থকৰ চৰম উদ্ভণ্ডালি; আক্ৰমণৰ বলি হ’ল চিকিৎসক

NE NOW NEWS মাৰ্ঘেৰিটা
মানস প্ৰতিম গগৈ , February 9, 2019 7:25 pm

1 min read

Margherita
722
VIEWS
Share on FacebookShare on Twitter

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত তাই আহোম যুৱ ছাত্ৰ পৰিষদ আৰু তাই আহোম ছাত্ৰ সন্থাই আজি আহ্বান জনোৱা ১২ ঘণ্টীয়া অসম বন্ধৰ সময়ছোৱাত একাংশ বন্ধ সমৰ্থকে তিনিচুকীয়া জিলাৰ বিভিন্ন ঠাইত চৰম উদ্ভণ্ডালিৰ সৃষ্টি কৰে।

একাংশ উদণ্ড বন্ধ সমৰ্থকে মাৰ্ঘেৰিটা ক’ল ইণ্ডিয়াৰ চকু চিকিৎসক ডাঃ দিব্যা সিং বৰঠাকুৰে ডিগবৈ পৰা নিজৰ মাৰুটি চুফিট এ এছ ০৬ কিও ৫৬৩৬ নম্বৰৰ গাড়ীখনেৰে আহি থকা অৱস্থাত ডিগবৈৰ গোলাইত শিলগুটি নিক্ষেপ কৰাত চিকিৎসকগৰাকী আহত হোৱাৰ লগতে গাড়ীখনৰো ক্ষতি হয়।

এইদৰে কৰ্তব্যৰত এগৰাকী চিকিৎসকক আক্ৰমণ কৰা ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা লগতে সচেতন মহলে ইয়াক তীব্ৰ ভাষাৰে নিন্দা কৰিছে আৰু দোষীক শীঘ্ৰে আটক কৰি শাস্তী দিয়াৰ দাবী জনাইছে।

আনহাতে আজিৰ এই বন্ধৰ সময়ছোৱাত প্ৰতিবাদকাৰীসকলে ৰাজপথত টায়াৰ জ্বলোৱাৰ লগতে তিনিচুকীয়াৰ কেইবা ঠাইতো গাড়ীত শিলগুটি নিক্ষেপ কৰাৰ ফলত কেইবখনো মালবাহি আৰু ব্যক্তিগত গাড়ী কম বেছি পৰিমাণে ক্ষতিসাধন হ’য়।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বৰ অসম বন্ধৰ সময়তো ক’ল ইণ্ডিয়াৰ আন এজন চিকিৎসক, লেখক ডাঃ ভিংগেশ্বৰ শৰ্মাই ডিব্ৰুগড়লৈ গৈ থকা এম্বুলেঞ্চখনৰ ওপৰতো বন্ধ সমৰ্থকে শিলগুটিৰে আক্ৰমণ চলাইছিল। দুবাৰকৈ কৰ্তব্যৰত চিকিৎসকৰ ওপৰত এনেদৰে আক্ৰমণ চলা ঘটনাই চিকিৎসকসকলক চিন্তিত কৰি তুলিছে।

Recent News

দিল্লীৰ ‘আউটাৰ ৰিং ৰোড’ত ট্ৰেক্টৰ ৰেলীৰ অনুমতি দিয়া নহয়, প্ৰতিবাদী কৃষকক জনালে আৰক্ষীয়ে

দিল্লীৰ ‘আউটাৰ ৰিং ৰোড’ত ট্ৰেক্টৰ ৰেলীৰ অনুমতি দিয়া নহয়, প্ৰতিবাদী কৃষকক জনালে আৰক্ষীয়ে

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ১৮ সংখ্যক সমাৱৰ্তনত অংশগ্ৰহণ কৰিব প্ৰধান মন্ত্ৰী মোদীয়ে

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ১৮ সংখ্যক সমাৱৰ্তনত অংশগ্ৰহণ কৰিব প্ৰধান মন্ত্ৰী মোদীয়ে

বাক্সাত বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী পঞ্চাশোৰ্দ্ধৰ ব্যক্তিৰ কৰুণ মৃত্যু

বাক্সাত বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী পঞ্চাশোৰ্দ্ধৰ ব্যক্তিৰ কৰুণ মৃত্যু

WhatsApp Image 2021-01-21 at 4.10.00 PM

ছেৰাম ইনষ্টিটিউটত অগ্নিকাণ্ড; কোভিশ্বিল্ডৰ সুৰক্ষাক লৈ সৃষ্টি হৈছে উদ্বিগ্নতা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd