• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশত ৰাজনৈতিক অস্থিৰতা; তাৰ মাজতে পাকিস্তানৰ বিৰুদ্ধে ঐতিহাসিক টেষ্ট জয় বাংলাদেশৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 25, 2024 4:56 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত চৰম ৰাজনৈতিক অস্থিৰতা। প্ৰাণৰ ভয়ত প্ৰধানমন্ত্ৰী চুবুৰীয়া দেশলৈ পলায়ন কৰিছে। তাৰ মাজতে বাংলাদেশ ক্ৰিকেট দলে ইতিহাস ৰচনা কৰিলে। টাইগাৰ ব্ৰিগেডে প্ৰথমবাৰৰ বাবে পাকিস্তানৰ বিৰুদ্ধে টেষ্টত জয়লাভ কৰিলে। ছাকিব আল হাছানৰ দলে পাকিস্তানক ১০ উইকেটত বিধ্বস্ত কৰে। বাংলাদেশে ২৪ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে পাকিস্তানৰ বিৰুদ্ধে টেষ্টত জয়লাভ কৰে।

দুখন টেষ্টৰ শৃংখলা খেলিবলৈ পাকিস্তানলৈ গৈছিল বাংলাদেশ। দেশৰ ৰাজনৈতিক অস্থিৰতাৰ মাজতে নাজমুল হোছেইন শান্ত বাহিনীয়ে ছিৰিজ খেলিবলৈ উপস্থিত হৈছিল। টেষ্টমেচ চলি থকাৰ সময়তে ছাকিবৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু হৈছিল। বাংলাদেশৰ জনসাধাৰণে ছাকিবক মেচখনৰ পৰাই দেশলৈ ঘূৰাই আনি ন্যায়িক প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ দাবী জনায়।

এই সকলো আপদ-বিপদৰ বিপৰীতে বাংলাদেশে প্ৰথমবাৰৰ বাবে পাকিস্তানৰ বিৰুদ্ধে টেষ্ট মেচত জয়লাভ কৰে। ইয়াৰ পূৰ্বে তেওঁলোকে পাকিস্তানৰ বিৰুদ্ধে ১৩খন টেষ্ট মেচ খেলিছিল। দুয়োটা দলৰ মাজত খেল এবাৰহে ড্ৰ’ হৈছিল। আন প্ৰতিবাৰেই পাকিস্তানে জয়লাভ কৰে।

Apply Now

লগতে পঢ়কঃ লেবাননত ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইক, হিজবুল্লাহৰ প্ৰত্যাক্ৰমণ; ইজৰাইলত জৰুৰীকালীন অৱস্থা ঘোষণা

দেশৰ অস্থিৰতাৰ মাজতে পাকিস্তানৰ বিৰুদ্ধে খেলিবলৈ নামিছিল মুছফিকুৰ ৰহিম বাহিনীয়ে। প্ৰথমে বলিং কৰাৰ পিছত যথেষ্ট চাপত পৰিছিল টাইগাৰ্ছ ব্ৰিগেড। ছাউদ শ্বাকিল আৰু মহম্মদ ৰিজৱানৰ দুটাকৈ শতকৰ সহায়ত পাকিস্তানে ৪৪৮ ৰান সংগ্ৰহ কৰে। ইয়াৰ পিছতে অধিনায়ক শ্বান মাছুদে ইনিংছ ঘোষণা কৰে।

অৱশ্যে বিশাল ৰানৰ চাপত বাংলাদেশৰ বেটিং ভাঙি পৰা নাছিল। মুছফিকুৰৰ ১৯১ ৰানৰ সহায়ত ৫৬৫ ৰানত অল আউট হৈছিল বাংলাদেশ। ছাদমান ইছলামে ৯৩ ৰান সংগ্ৰহ কৰে। মেহদী হাছান মিৰাজে ৭৭ ৰান সংগ্ৰহ কৰে। লিটন দাসে ৫৬ ৰান সংগ্ৰহ কৰে। মমিনুল হকে ৫০ ৰান সংগ্ৰহ কৰে। ১৫ ৰাণত আউট হয় ছাকিব। পাকিস্তানৰ হৈ প্ৰথম ইনিংছত ৩টা উইকেট দখল কৰে নাছিম শ্বাহে। শ্বহীন আফ্ৰিদি, খুৰৰাম শ্বেহজাদ আৰু মহম্মদ আলীয়ে ২টাকৈ উইকেট দখল কৰে।

প্ৰথম ইনিংছত ১১৭ ৰান পিছ পৰি থকা পাকিস্তানৰ দ্বিতীয় ইনিংছত বাবৰ বাহিনীয়ে ছাকিব আৰু মেহদীৰ ঘূৰ্ণীৰ সন্মুখত আত্মসমৰ্পণ কৰে। দ্বিতীয় ইনিংছত পাকিস্তানে মাত্ৰ ১৪৬ ৰান সংগ্ৰহ কৰি অল আউট হয়। অন্তিম ইনিংছত জয়ৰ বাবে বাংলাদেশৰ লক্ষ্য আছিল ৩০ ৰান।

লগতে পঢ়কঃ স্কুল বাছ মানেই ইয়াৰ ৰং হালধীয়া! কিয় জানেনে? ইয়াৰ আঁৰত আছে ডাঙৰ বৈজ্ঞানিক কাৰণ

দ্বিতীয় ইনিংছত পাকিস্তানৰ হৈ বেটিঙত অকলে যুঁজিছিল মহম্মদ ৰিজৱানে। তেওঁ ৫১ ৰান সংগ্ৰহ কৰি ড্ৰেছিং ৰুমলৈ উভতি আহে। আব্দুল্লা ছফিকে ৩৭ ৰান সংগ্ৰহ কৰে। বাবৰ আজমে ২২ ৰান সংগ্ৰহ কৰে। বাংলাদেশৰ হৈ মেহদী হাছান মিৰাজে দ্বিতীয় ইনিংছত ৪টা উইকেট দখল কৰে। ছাকিব আল হাছানে দখল কৰে ৩টা উইকেট।

Bangladesh 🆚 Pakistan | 1st Test | Rawalpindi
Bangladesh won by 10 wickets 👏🇧🇩
PC: PCB#BCB #Cricket #BDCricket #Bangladesh #PAKvBAN #WTC25 pic.twitter.com/yqNmaQ6rsL

— Bangladesh Cricket (@BCBtigers) August 25, 2024

বাংলাদেশে অন্তিম ইনিংছত কোনো উইকেট নেহেৰুৱাকৈ জয়ৰ বাবে প্ৰয়োজনীয় ৩০ ৰান সংগ্ৰহ কৰে। সেইদৰে নজমুল হোছেইন শান্ত বাহিনীয়ে টেষ্টত ইতিহাস ৰচনা কৰে। জাকিৰ হাছানে ১৫ ৰানত অপৰাজিত হৈ থাকে। ৯ ৰানত অপৰাজিত থাকে ছাদমান ইছলাম। মেচখনৰ মেন অৱ দ্য মেচ হয় মুছফিকুৰ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd