• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

বে’ অভেলত এবাডট ধুমুহা, বাংলাদেশৰ ঐতিহাসিক জয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 5, 2022 9:09 am
Bangladesh
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে মাউণ্ট মাউনগানুইৰ বে’ অভেলত এক ইতিহাস ৰচনা কৰিলে বাংলাদেশে। বিশ্ব টেষ্ট চেম্পিয়ন নিউজিলেণ্ডক আঠ উইকেটত পৰাস্ত কৰি এক ঐতিহাসিক বিজয় সাব্যস্ত কৰিলে বাংলাদেশে।

এই ঐতিহাসিক জয়ৰ বাবে ভ্ৰমণকাৰী বাংলাদেশক দ্বিতীয় ইনিংছত মাত্ৰ ৪০ ৰাণৰ প্ৰয়োজন আছিল আৰু দুটা উইকেট হেৰুৱাই স্বপ্নৰ বিজয় কঢ়িয়াই আনে।

Apply Now

নিউজিলেণ্ডৰ প্ৰথম ইনিংছত ৩২৮ ৰাণৰ প্ৰত্যুত্তৰত বাংলাদেশে ৪৫৮ ৰান সংগ্ৰহ কৰি ১৩০ ৰানৰ গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰিছিল। ইয়াৰ পিছতে নিউজিলেণ্ডৰ দ্বিতীয় ইনিংছ মাত্ৰ ১৬৯ ৰানতে সমাপ্ত কৰি বহু আকাঙ্খিত জয় নিশ্চিত কৰিছিল বাংলাদেশে।

চতুৰ্থ দিনৰ অন্তত ৫ উইকেটত ১৪৫ ৰানৰ পৰা ইনিংছ আৰম্ভ কৰি নিউজিলেণ্ডে আজি প্ৰথম ছেচনতে ১৬৯ ৰানত অল আউট হয়। নিউজিলেণ্ডৰ এই বিপৰ্যয়ৰ মূলতে আছিল বাংলাদেশৰ বেগী বলাৰ এবাডট হুছেইন।

কেৰিয়াৰ শ্ৰেষ্ঠ প্ৰদৰ্শনেৰে ৬ টাকৈ উইকেট দখল কৰি নিউজিলেণ্ডৰ বেটিং ক্ৰম একপ্ৰকাৰ থান-বান কৰি পেলায় হুছেইনে। তাস্কিন আহমেদে ৩ টা আৰু মেহদী হাছানে আনটো উইকেট দখল কৰে।

নিউজিলেণ্ডৰ হৈ অপেনাৰ উইল ইয়ঙে সৰ্বাধিক ৬৯ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ৰছ টেইলৰে ৪০ ৰানৰ বৰঙণি আগবঢ়ায়।

আনহাতে ৪০ ৰানৰ সহজ লক্ষ্য আগত লৈ বাংলাদেশে ছাদমান ইছলাম (৩) আৰু নাজমূল হুছেইন চাণ্টো (১৭) ৰ উইকেট হেৰুৱাই ঈপ্সিত লক্ষ্যত উপনীত হয়।

উল্লেখ্য যে এই জয়েৰে বাংলাদেশে টেষ্ট ক্ৰিকেটত প্ৰথমবাৰৰ বাবে নিউজিলেণ্ডৰ বিৰুদ্ধে জয়ী সোৱাদ পালে। তদুপৰি ক্ৰিকেটৰ আটাইকেইটা ফৰ্মেট মিলাই নিউজিলেণ্ডৰ মাটিত বাংলাদেশৰ এইয়া প্ৰথম জয়।

লগতে আইচিচি ৰেংকিঙৰ শীৰ্ষ পাঁচটা স্থানত থকা এটা দলৰ বিৰুদ্ধে ভ্ৰমণকাৰী দল হিচাপে প্ৰথম জয় সাব্যস্ত কৰিলে বাংলাদেশে। এই জয়েৰে ১২ টা গুৰুত্বপূৰ্ণ ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপ পইণ্ট লাভ কৰিলে বাংলাদেশে।

তদুপৰি যোৱা চাৰি বছৰত ঘৰুৱা টেষ্টত নিউজিলেণ্ডৰ ১৬ খন মেচত অপৰাজেয় ধাৰা ভংগ কৰিলে বাংলাদেশে।

মেচখনত মুঠ ৭ টা উইকেট দখল কৰি দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা এবাডট হুছেইন মেচৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হয়। শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন টেষ্ট ৯ জানুৱাৰীৰ পৰা ক্ৰিষ্টচাৰ্ছত অনুষ্ঠিত হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

September 17, 2026 7:02 pm
ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm
যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

September 17, 2026 5:07 pm
৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

September 17, 2026 3:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

September 17, 2026 7:02 pm
ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd