• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১৪ এপ্ৰিলৰ পৰা সমগ্ৰ দেশতে কঠোৰ লকডাউন ঘোষণা কৰিলে এইখন দেশে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 12, 2021 12:10 pm
amid-covid-1
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’ণাৰ মহাতংকৰ পৰা মুক্ত হ’ব পৰা নাই ভাৰতৰ চুবুৰীয়া দেশ বাংলাদেশ।

দেশ খনত ঘোষণা কৰা সাতদিনীয়া লকডাউনৰ আজি নিশা ১২ বজাত অন্ত পৰিব যদিও পুনৰ ১৪ এপ্ৰিলৰ পৰা দেশ খনত কঠোৰ লকডাউন ঘোষণা কৰা হৈছে।

Apply Now

এই লকডাউনৰ সময়ত বন্ধ হৈ পৰিব দেশ খনৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে উদ্যোগ, কল-কাৰখানা, শৈক্ষিক প্ৰতিষাঠান, যান-বাহনৰ চলাচল।

১৪ এপ্ৰিলৰ পৰা হ’বলগীয়া লকডাউনৰ সময়ত আনকি বিমান সেৱাও বন্ধ কৰি দিয়া হ’ব। বাংলাদেশৰ অসমাৰিক বিমান পৰিবহন দপ্তৰৰ অধ্যক্ষ এয়াৰ আইছ মাৰ্শ্বাল এ মফিদুৰ ৰহমানে প্ৰকাশ কৰা মতে যান-বাহনৰ চলাচল বন্ধ থাকিব বাবে লকডাউনৰ সময়ত যাত্ৰীসকলে বিমান বন্দৰলৈ আহিব নোৱাৰিব।

সেইবাবেই ১৪ এপ্ৰিলৰ পৰা আৰম্ভ হ’বলগীয়া লকডাউনৰ সময়ত বিমান সেৱাও বন্ধ কৰি দিয়া হ’ব।ইপিনে বাংলাদেশৰ বস্ত্ৰ উদ্যোগ সমূহে লকডাউনৰ তীব্ৰ বিৰোধিতা কৰিছে।

লকডাউনৰ সলনি কোভিড প্ৰ’টোকল মানি চলি উদ্যোগ সমূহ চলাই থাকিবলৈ দিব লাগে বুলি বহুতে দাবী কৰি আহিছে।বংলাদেশত লকডাউনৰ প্ৰতিবাদত  একাধিক হিংসাত্মক প্ৰতিবাদ সংঘটিত হৈছে।

কিছুদিন পূৰ্বে প্ৰতিবাদকাৰীসকলে এখন আৰক্ষী থানাও আক্ৰমণ কৰে।

আৰক্ষীয়ে গুলিচালনা কৰে আৰু গুলিচালনাত তিনিজন লোক আঘাতপ্ৰাপ্ত হয়।

আঘাতপ্ৰাপ্ত লোককেইজনৰ  মাজৰে পিছত এজনৰ মৃত্যু ঘটে।

ফৰিদপুৰ জিলাৰ চালথা নামৰ চহৰখনত  এই ঘটনা ঘটিছিল।

উল্লেখ্য  ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশতো আৰম্ভ হৈছে ক’ৰ’ণাৰ দ্বিতীয়টো ঢৌ।ব্ৰিটেইনত ধৰা পৰা ক’ৰ’ণাৰ নতুন ষ্ট্ৰেইনে বাংলাদেশত বহু লোকৰ প্ৰাণ কাঢ়ি নিছে।

প্ৰতিদিনে দেশ খনত ক’ৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা ভয়াৱহ ভাবে বৃদ্ধি পাই গৈ আছে।

এনে পৰিস্থিতিত বাংলাদেশৰ চৰকাৰে দেশ খনৰ সকলো বিদ্যালয় ৩০ মাৰ্চৰ পৰা খোলাৰ সিদ্ধান্ত লৈয়ো পুনৰ সেই সিদ্ধান্ত বাতিল কৰিবলগীয়া হৈছে।

পিছুৱাই দিয়া হৈছে দেশ খনত  অনুষ্ঠিত হ’বলগীয়া সকলো নিৰ্বাচন। ইমানৰ পিছতো ক’ৰ’ণাৰ হাতোৰাৰ পৰা মুক্তি পোৱা নাই দেশ খনে।

এনে পৰিস্থিতিত বাধ্যত পৰি বাংলাদেশৰ চৰকাৰে আজি পুনৰ দেশ খনত সম্পূৰ্ণ লক ডাউন ঘোষণা কৰাৰ সিদ্ধান্ত লয়।

যোৱা  ৫ এপ্ৰিলৰ পৰা সাত দিন লৈ দেশ খনত পালন কৰা হৈছে সম্পূৰ্ণ লকডাউন।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm
যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

September 17, 2026 5:07 pm
৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

September 17, 2026 3:50 pm
ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

September 17, 2026 3:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm
যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

September 17, 2026 5:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd