DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাংলাদেশত সমকামী অধিকাৰ কৰ্মী হত্যা সন্দৰ্ভত আৰক্ষীৰ চাৰ্জ শ্বিট দাখিল

এন ই নাও নিউজ by এন ই নাও নিউজ
May 13, 2019 6:30 pm
Bangladesh

বাংলাদেশত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হোৱা সমকামী অধিকাৰ কৰ্মীগৰাকী

706
VIEWS
Share on FacebookShare on Twitter

বাংলাদেশত দুগৰাকী সমকামী অধিকাৰ কৰ্মীক হত্যা কৰা ঘটনা সন্দৰ্ভত ঢাকা আৰক্ষীৰ সন্ত্ৰাসবাদ প্ৰতিৰোধী গোটে দেওবাৰে আনচাৰ অল ইছলাম নামৰ সন্ত্ৰাসবাদী সংগঠনটোৰ আঠগৰাকী ইছলামীয় সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চাৰ্জ শ্বিট দাখিল কৰে।

ঢাকা আৰক্ষী অধীক্ষক মহিবুল ইছলাম খানে কয় যে চাৰ্জ শ্বিট দাখিল কৰা আঠগৰাকী সন্ত্ৰাসবাদীৰ ভিতৰত চাৰিগৰাকীক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে কিন্তু আন চাৰিগৰাকী সন্ত্ৰাসবাদী এতিয়াও পলাতক অৱস্থাত আছে।

এল জি বি টি আলোচনীৰ সম্পাদক জুলহান মান্নান আৰু সহকাৰী সমকামী কৰ্মী মেহবুব তনয়ক তেওঁলোকৰ ঢাকাত থকা বাসগৃহত ২০১৬ চনত অচিনাক্ত সন্ত্ৰাবাদীয়ে হত্যা কৰিছিল।

আৰক্ষীয়ে সন্দেহ কৰা মতে আনচাৰ অল ইছলাম নামৰ সন্ত্ৰাসাদী সংগঠনটোৱে দেশখনত ২০১৩ চনৰ পৰা ধাৰাবাহিকভাবে সংবাদিক, মানৱ অধিকাৰ কৰ্মী, ধৰ্মীয় সংখ্যালঘু কৰ্মী আৰু বিদেশী নাগৰিক সকলক দেশখনত হত্যা কৰা কাণ্ডত জড়িত হৈ আছে।

মুছলমান সংখ্যা প্ৰধান বাংলাদেশত সমকামীসকলৰ ওপৰত বহু দিনৰ পৰা অত্যাচাৰ কৰি অহা হৈছে।  দণ্ডাবিধি আইনৰ ৩৭৭ ধাৰা অনুসৰি দেশখনত সমকামিতা নিষিদ্ধ।

উল্লেখযোগ্য যে, মৃত্যুৰ পূৰ্বে মান্নানে বাংলাদেশৰ একমাত্ৰ এল জি বি টি আলোচনী ৰূপবাহনৰ সম্পাদক হিচাপে কাম কৰিছিল। তেওঁ বাংলাদেশত সমকামী সকলৰ অধিকাৰ বিচাৰি ২০১৪ চনত প্ৰথম বাৰৰ বাবে ‘ৰেইনবো’ ৰেলী অনুষ্ঠিত কৰিছিল।

Recent News

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

temple-mosque row in India

ৰাজতন্ত্ৰ, মন্দিৰ-মছজিদ আৰু আধুনিক চেতনা

আয়বহিৰ্ভূত সম্পত্তি: হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওম প্ৰকাশ চৌতালাক চাৰি বছৰৰ কাৰাদণ্ড

আয়বহিৰ্ভূত সম্পত্তি: হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওম প্ৰকাশ চৌতালাক চাৰি বছৰৰ কাৰাদণ্ড

চীনৰ পৰা অনা ৫০ হাজাৰ পি পি ই কিট ক’লৈ গ’ল? কাক কিমান টকা আদায় দিলে?

চীনৰ পৰা অনা ৫০ হাজাৰ পি পি ই কিট ক’লৈ গ’ল? কাক কিমান টকা আদায় দিলে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd