• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, March 4, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বাংলাদেশত আঠজন ইছলামিক উগ্ৰবাদীক মৃত্যুদণ্ড

গ্ৰন্থ প্ৰকাশকক হত্যাৰ গোচৰৰ ৰায়প্ৰদান

NE NOW NEWS এন ই নাও নিউজ
, February 10, 2021 7:48 pm

1 min read

বাংলাদেশত আঠজন ইছলামিক উগ্ৰবাদীক মৃত্যুদণ্ড
316
VIEWS
Share on FacebookShare on Twitter

বাংলাদেশত বুধবাৰে ঢাকাৰ স্পেচিয়েল এণ্টি-টেৰ’ৰিজিম ট্ৰিব্যুনেলে আঠজন ইছলামিক উগ্ৰবাদীক মৃত্যুদণ্ডৰে দণ্ডিত কৰে। ইছলামিক উগ্ৰবাদীকেইজন ২০১৫ চনৰ ১৫ অক্টোবৰত ঢাকা চহৰৰ ফইজল আৰেফিন দিপান(৪৩)ক হত্যা কৰাৰ অভিযোগত অভিযুক্ত।

উল্লেখযোগ্য যে তেওঁলোকৰ উগ্ৰবাদৰ বলী হোৱা ফইজল আৰেফিন দিপান আছিল ঢাকা চহৰৰ এজন গ্ৰন্থ প্ৰকাশক। তেওঁৰ ‘জাগ্ৰিতী প্ৰকাশনী’ৰ পৰা প্ৰকাশ হোৱা নাস্তিকতাবাদী গ্ৰন্থৰ বাবে তেওঁ মৃত্যুৰ মুখামুখি হয়।

ইয়াৰ পূৰ্বেও ২০১৫ চনত নাস্তিকতাবাদী লিখক অভিজিৎ ৰয় আৰু ২০১৬ চনত এক্টিভিষ্ট-ব্লগাৰ নাজিমুদ্দিন ছামাদক উগ্ৰবাদীসকলে হত্যা কৰিছিল। তদুপৰি প্ৰখ্যাত সাহিত্যিক হুমায়ুন আজাদকো উগ্ৰবাদীসকলে হত্যা কৰাৰ অভিযোগ আছে।

প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ চৰকাৰে ইতিমধ্যে তেওঁলোকৰ হত্যাকাৰীসকলক চিনাক্ত কৰি মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল।

Recent News

24_12_2018-loot1_18782468

গোলাঘাট চহৰৰ মাজমজিয়াত দিন দুপৰতে চিলনী চোৰে লুটিলে ডেৰ লাখ টকা

মানৱ অধিকাৰ : মোদীৰ নেতৃত্বকালত ভাৰতক একনায়ত্ববাদী দেশ আখ্যা ‘ফ্ৰীডম হাউচ’ৰ

মানৱ অধিকাৰ : মোদীৰ নেতৃত্বকালত ভাৰতক একনায়ত্ববাদী দেশ আখ্যা ‘ফ্ৰীডম হাউচ’ৰ

raijor Dol

ৰাইজৰ দলৰ কোনে ক’ৰ পৰা লাভ কৰিব টিকট? নৰ্থ ইষ্ট নাওৰ হাতত প্ৰায় চূড়ান্ত তালিকা

ছটা বলত ছটা চিক্সাৰ! যুৱৰাজ সিঙৰ অভিলেখ ভংগ কৰিলে কিয়েৰণ পোলাৰ্ডে

ছটা বলত ছটা চিক্সাৰ! যুৱৰাজ সিঙৰ অভিলেখ ভংগ কৰিলে কিয়েৰণ পোলাৰ্ডে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd