DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হোৱাটছএপৰ মাধ্যমেৰে ক্ৰিকেটৰ ট্ৰায়েল দিব বাংলাদেশৰ যুৱ ক্ৰিকেটাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
October 14, 2020 11:44 am
হোৱাটছএপৰ মাধ্যমেৰে ক্ৰিকেটৰ ট্ৰায়েল দিব বাংলাদেশৰ যুৱ ক্ৰিকেটাৰে
4.5k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ সময়ত বাংলাদেশ ক্ৰিকেট বোৰ্ডে বিভিন্ন বয়সৰ ক্ৰিকেটাৰ সকলৰ ট্ৰায়েলৰ বাবে বিশেষ ঘোষণা কৰিছে।

বাংলাদেশ ক্ৰিকেট বোৰ্ডে শেহতীয়াভাৱে ১৪ বছৰ অনূৰ্ধ, ১৬ বছৰ অনূৰ্ধ আৰু ১৮ বছৰ অনূৰ্ধ ক্ৰিকেটাৰ সকলক হোৱাটছএপযোগে ট্ৰায়েল দিয়াৰ বাবে অনুমতি প্ৰদান কৰিছে।

এইসকল ক্ৰিকেটাৰে হোৱাটছএপ যোগে তেওঁলোকৰ ভিডিঅ’ সমূহ বাংলাদেশ ক্ৰিকেট বোৰ্ডলৈ প্ৰাথমিক ট্ৰায়েলৰ বাবে প্ৰেৰণ কৰিব আৰু ইয়াৰ ভিত্তিত তেওঁলোকক পৰৱৰ্তী ট্ৰায়েলৰ বাবে আমন্ত্ৰণ কৰা হ’ব।

ইতিমধ্যে বাংলাদেশ ক্ৰিকেট বোৰ্ডে ইয়াৰ বাবে বিভিন্ন হোৱাটছএপ গ্ৰুপ গঠন কৰিছে।

আঞ্চলিক প্ৰশিক্ষক সকলে এই ভিডিঅ’ সমূহ পৰ্যবেক্ষণ কৰিব আৰু প্ৰতিটো অঞ্চলৰ পৰা ভিডিঅ’ বিশ্লেষণ কৰি ৩০-৫০ জন ক্ৰিকেটাৰক পৰৱৰ্তী ট্ৰায়েলৰ বাবে নিৰ্বাচন কৰিব।

ক’ৰ’না মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবেই বাংলাদেশ ক্ৰিকেট বোৰ্ডে এই বিশেষ ব্যৱস্থা কৰিছে।

আনহাতে, বাংলাদেশৰ যুৱ ক্ৰিকেটাৰ সকলেও বাংলাদেশ ক্ৰিকেট বোৰ্ডৰ এই সময়োচিত পদক্ষেপক আদৰণি জনাইছে।

Recent News

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

ক’ত গল ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰতি?

ক’ত গল ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰতি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd