• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যুৱতী নিৰ্যাতনৰ চাঞ্চল্যকৰ ভাইৰেল ভিডিঅ’; বাংগালুৰুত গ্ৰেপ্তাৰ অভিযুক্ত, আটাইয়ে বাংলাদেশী

এন ই নাও নিউজ by এন ই নাও নিউজ
May 28, 2021 7:37 am
Accused of sexual assault viral video
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এগৰাকী যুৱতীক এক অমানুষিক নিৰ্যাতন চলোৱাৰ ভাইৰেল ভিডিঅ’ৰ সৈতে জড়িত অভিযুক্ত কেইজনক আৰক্ষীয়ে অৱশেষত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

বাংগালুৰুৰ ৰামমূৰ্থি আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত ৬জনক গ্ৰেপ্তাৰ কৰে। ইয়াৰে দুগৰাকী মহিলা বুলি জানিব পৰা গৈছে।

Apply Now

ভাইৰেল ভিডিঅ’টোত দেখা যোৱা নিৰ্যাতনৰ বলি যুৱতীগৰাকীৰ লগতে অভিযুক্ত আটাইয়ে বাংলাদেশৰ নাগৰিক বুলি পোহৰলৈ আহিছে।

ভাৰতীয় নাগৰিকৰ নথিপত্ৰ তৈয়াৰ কৰি ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰি বাংগালুৰুত থাকিবলৈ লৈছিল এই চক্ৰটোৱে। চক্ৰটো নাৰী সৰবৰাহৰ সৈতে জড়িত বুলি আৰক্ষীয়ে অনুসন্ধানত জানিব পাৰে।

ঘটনাটোত নিৰ্যাতনৰ বলি হোৱা ২২বছৰীয়া যুৱতীগৰাকী বৰ্তমান আন এখন ৰাজ্যত থকা বুলি আৰক্ষীয়ে জানিব পাৰিছে আৰু আৰক্ষীয়ে যুৱতীগৰাকীৰ সন্ধান চলাই আছে। যুৱতীগৰাকীক বিচাৰি পোৱাৰ পাছতে তেওঁৰ ভাষ্যও আৰক্ষীয়ে লিপিবদ্ধ কৰিব।

অভিযুক্তকেইগৰাকীয়ে যুৱতীগৰাকীক অমানুষিক নিৰ্যাতন চলোৱাৰ লগতে দলবদ্ধভাৱে ধৰ্ষণ কৰা বুলি কোৱা হৈছে।

আৰক্ষীয়ে এই নাৰী সৰবৰাহকাৰী চক্ৰটোৰ সৱিশেষ উলিওৱাৰ বাবে ব্যাপক অনুসন্ধানত নামি পৰিছে।

ছচিয়েল মিডিয়াতো ভিডিঅ’ ভাইৰেল হৈ পৰা এই ঘটনাটো বাংগালুৰুত প্ৰায় ছয়দিন পূৰ্বে সংঘটিত হোৱা বুলি কোৱা হৈছে।

বাংগালুৰুৰ আৰক্ষীয়ে জানিবলৈ দিয়ে যে ভিডিঅ’ ক্লিপৰ বিষয়বস্তৰ ওপৰত ভিত্তি কৰি তথা অভিযুক্তসকলে জেৰাত প্ৰকাশ কৰা ভাষ্যৰ ভিত্তিত এটা ধৰ্ষণ, নিৰ্যাতন আৰু আইনৰ সংশ্লিষ্ট ধাৰা অভিযুক্তসকলৰ বিৰুদ্ধে আৰোপ কৰা হৈছে।

‘’এতিয়ালৈকে পোৱা তথ্য মতে এই আটাইকেইজনে একেটা চক্ৰৰে জড়িত আৰু বাংলাদেশৰ পৰা অহা বুলি জানিব পৰা গৈছে। টকা-পইচাৰ মতানৈক্যৰ বাবে অপৰাধীকেইজনে বাংলাদেশৰ পৰা মানৱ সৰবৰাহৰ বাবে অনা যুৱতীগৰাকীৰ ওপৰত অকথ্য নিৰ্যাতন চলাইছিল,’’-আৰক্ষীয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে ভাইৰেল ভিডিঅ’টোৰ ঘটনাই বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। ভিডিঅ’টো প্ৰত্যক্ষ কৰি ঘটনাৰ বলি যুৱতীগৰাকী দেশৰ এই অংশৰ বুলি অনুমান কৰা হৈছিল আৰু অসম আৰক্ষীয়ে অভিযুক্তৰ তথ্য বিচাৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

July 28, 2026 2:42 pm
ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

July 28, 2026 11:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

July 28, 2026 2:42 pm
ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd