• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২০২০ চনৰ জানুৱাৰি মাহত ১৬ দিন বন্ধ থাকিব বেংক

এন ই নাও নিউজ by এন ই নাও নিউজ
December 30, 2019 8:42 pm
images

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

1.1k
VIEWS
Share on FacebookShare on Twitter

নৱ বৰ্ষৰ জানুৱাৰী মাহত ১৬ দিনৰ বাবে বন্ধ থাকিব বেংক সেৱা। সকলো ধৰণৰ স্থানীয় বন্ধ সামৰি ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াই ৰাজ্যিক ভিত্তিত বন্ধৰ তালিকা প্ৰকাশ কৰিছে।

ৰাজ্য অনুসৰি আৰু বেংক ভেদে এই বন্ধ সমূহ পৃথক পৃথক হ’ব।

সাধাৰণতে থকাৰ ধৰণে সকলো দেওবাৰ আৰু দ্বিতীয় আৰু তৃতীয় শনিবাৰে বেংক সেৱা বন্ধ থাকিব।

২০২০ চনৰ জানুৱাৰিত বেংকৰ বন্ধৰ তালিকা-

১, জানুৱাৰি- নৱবৰ্ষ উপলক্ষে বেংক বন্ধ থাকিব।

২, জানুৱাৰি- গুৰু গোবিন্দ সিং জয়ন্তী উপলক্ষে বেংক বন্ধ থাকিব।

৫, জানুৱাৰি- দেওবাৰ।

৭, জানুৱাৰি- ইম্ফলত ইমইনু ইৰাপতা উপলক্ষ্যে বেংক বন্ধ থাকিব।

৮, জানুৱাৰি- ইম্ফলত গন-নগি উলপক্ষে বেংক বন্ধ থাকিব।

১১, জানুৱাৰি- দ্বিতীয় শনিবাৰ।

১২, জানুৱাৰি- দেওবাৰ।

১৪, জানুৱাৰি- মকৰ সংক্ৰান্তি।

১৫, জানুৱাৰি- মাঘ বিহু, পোংগল, তুছু পুজা উপলক্ষে বেংক বন্ধ থাকিব।

১৬, জানুৱাৰি- থিৰুভাল্লুভাৰ উপলক্ষে চেন্নাইত বেংক সেৱা বন্ধ থাকিব।

১৭, জানুৱাৰি- উজাভাৰ থিৰুনাল পালন উপলক্ষে চেন্নাইত বেংক সেৱা বন্ধ থাকিব।

১৯, জানুৱাৰি- দেওবাৰ।

২৩, জানুৱাৰি- নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মজয়ন্তী উপলক্ষে আগৰতলা আৰু কলকাতাত বেংক সেৱা বন্ধ থাকিব।

২৫, জানুৱাৰি- চতুৰ্থ শনিবাৰ।

২৬, জানুৱাৰি- দেওবাৰ।

৩০, জানুৱাৰি- সৰস্বতী পূজা, বসন্ত পঞ্চমী উপলক্ষে বেংক সেৱা বন্ধ থাকিব।

Recent News

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd