• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 1, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আগতীয়াকৈ কৰক পৰিকল্পনা; ফেব্ৰুৱাৰিত কমেও ১২ দিন বন্ধ থাকিব বেংকৰ কামকাজ!

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 29, 2021 11:35 am

1 min read

5295-bank-indisde-new-750x375

প্ৰতিনিধিত্বমূলক ফটো।

319
VIEWS
Share on FacebookShare on Twitter

ফেব্ৰুৱাৰি মাহত কমেও ১২ দিন বেংকসমূহৰ কামকাজ বন্ধ থাকিব।

ইয়াৰ ভিতৰত ৪টা দেওবাৰ, ২টা শনিবাৰ আৰু ৬টা আন বন্ধৰ দিন আছে।

দেশখনৰ বিভিন্ন অঞ্চলত এই ৬টা আনুষ্ঠানিক বন্ধ পালন কৰা হ’ব।

আনহাতে, ফেব্ৰুৱাৰিত বেংক বন্ধ ৰাখিবলগীয়াকৈ কোনো ৰাষ্ট্ৰীয় ছুটীৰ দিন নাই।

বন্ধ দিনকেইটা:

১২ ফেব্ৰুৱাৰি: লুছাৰ/ছ’নাম ল’ছহাৰ (ছিকিমত বেংকসমূহ বন্ধ থাকিব)।

১৫ ফেব্ৰুৱাৰি: লুই-নাগি-নি (নাগালেণ্ডত বেংকসমূহ বন্ধ থাকিব)।

১৬ ফেব্ৰুৱাৰি: সৰস্বতী পূজা (ত্ৰিপুৰা, ওড়িষ্যা আৰু পশ্চিমবংগত বেংকসমূহ বন্ধ থাকিব)।

১৯ ফেব্ৰুৱাৰি: ছত্ৰপতি শিৱাজী মহাৰাজ জয়ন্তী (মুম্বাই, নাগপুৰ আৰু বেলাপুৰত বেংকসমূহ বন্ধ থাকিব)।

২০ ফেব্ৰুৱাৰি: মিজোৰাম ৰাজ্য প্ৰতিষ্ঠা দিৱস (মিজোৰামত বেংকসমূহ বন্ধ থাকিব)।

২৬ ফেব্ৰুৱাৰি: হজৰত মহম্মদৰ আলীৰ জন্মবাৰ্ষিকী (কানপুৰ আৰু লক্ষ্ণৌত বেংকসমূহ বন্ধ থাকিব)।

উল্লেখ্য যে বেংকৰ বন্ধসমূহ ৰাজ্যভেদে সুকীয়া আৰু সকলো বেংক কোম্পানীয়ে সকলো বন্ধ পালন নকৰে।

Recent News

index.jpg12

এসপ্তাহ ধৰি মৰিগাঁৱত দুই কলেজীয়া ছাত্ৰী নিৰুদ্দেশ : চাঞ্চল্যৰ সৃষ্টি সমগ্ৰ জিলাখনত

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

https _cdn.cnn.com_cnnnext_dam_assets_210226001020-palace-of-justice-malaysia-file

সমকামীৰ যৌনতা নিষিদ্ধকৰণৰ বিৰুদ্ধে শীৰ্ষ আদালতত এগৰাকী মুছলমান সমকামীৰ ঐতিসাহিক বিজয়

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd