• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

একাংশ কাৰাটে স্কুলে ভুৱা চাৰ্টিফিকেট দি চলাই গৈছে প্ৰশিক্ষণ; অভিযোগ বৰপেটা জিলা কাৰাটে ডো সন্থাৰ

পুলেন্দ্র দাস, বৰপেটা by পুলেন্দ্র দাস, বৰপেটা
December 30, 2021 7:45 pm
WhatsApp Image 2021-12-30 at 6.55.15 PM

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অভিভাৱক তথা কাৰাটে শিক্ষাৰ্থীক অন্ধকাৰত ৰাখি একাংশ কাৰাটে স্কুলে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটাতো অবৈধভাবে চলাই আছে কাৰাটেৰ প্ৰশিক্ষণ ৷

বৰপেটাত আজি সংবাদমেলৰ জৰিয়তে এই গুৰুতৰ অভিযোগ উত্থাপন কৰে শ্বৰিন ৰিঅ’ চেইবুকান কাৰাটে ডো স্কুল অফ আচামৰ মুখ্য প্ৰশিক্ষক তথা বৰপেটা জিলা কাৰাটে ডো সন্থাৰ সাধাৰণ সম্পাদক হাচমত আলীয়ে৷

বৰপেটা ট্ৰাক শ্ৰমিক ইউনিয়নৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত তেওঁ জনায় যে, বিশ্ব কাৰাটে সন্থাই স্বীকৃতি বাতিল কৰা কাৰাটে এচ’ছিয়েন অফ ইণ্ডিয়াৰ লগ’ ব্যৱহাৰ কৰি একাংশই কাৰাটেৰ প্ৰশিক্ষণ চলাই আছে ৷

Apply Now

এয়া অবৈধ বুলি উল্লেখ কৰি কাৰাটে ডো সন্থাৰ সাধাৰণ সম্পাদকগৰাকীয়ে লগতে জনায় যে, বিশ্ব কাৰাটে সন্থাই স্বীকৃতি প্ৰদান কৰা কাৰাটে ইণ্ডিয়া অৰ্গেনাইজেশ্বনৰ অধীনস্থ কাৰাটে স্কুলবোৰহে বৈধ ৷

এনে অবৈধ কাৰাটে স্কুলত ছাত্ৰ-ছাত্ৰীক কাৰাটেৰ প্ৰশিক্ষণ দিলে ছাত্ৰ-ছাত্ৰী সকলে ভবিষ্যতে বহু অসুবিধাৰ সন্মুখীন হব বুলি তেওঁ উল্লেখ কৰে ৷

বিশ্ব কাৰাটে সন্থাই স্বীকৃতি প্ৰদান কৰা কাৰাটে স্কুলবোৰত কাৰাটেৰ প্ৰশিক্ষণ গ্ৰহণ কৰাৰ বাবে ৰাইজক আহ্বান জনায় কাৰাটে ডো সন্থাৰ প্ৰশিক্ষক গৰাকীয়ে ৷

সংবাদমেলত কিঅ’ জাপান চোটোকান কাৰাটে সন্থা, অসমৰ মুখ্য প্ৰশিক্ষক হিৰণ দাস আৰু বৰপেটা জিলা কাৰাটে ডো সন্থাৰ কাৰ্যকৰী সভাপতি আফতাবউদ্দিন আহমেদ উপস্থিত থাকে ৷

পুলেন্দ্র দাস, বৰপেটা

পুলেন্দ্র দাস, বৰপেটা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৩৪ কোটিৰো অধিক টকাৰ হৰলুকি কৰি গ্ৰেপ্তাৰ গুৱাহাটীৰ ব্যৱসায়ী ঋষিৰাজ বৰকটকী

৩৪ কোটিৰো অধিক টকাৰ হৰলুকি কৰি গ্ৰেপ্তাৰ গুৱাহাটীৰ ব্যৱসায়ী ঋষিৰাজ বৰকটকী

June 23, 2026 3:40 pm
মোডী মন্ত্ৰীসভাৰ পৰা কিয় পদত্যাগ কৰিলে জৰ্জ কুৰিয়ানে? আস্থা হেৰুৱালে নেকি বিজেপিয়ে?

মোডী মন্ত্ৰীসভাৰ পৰা কিয় পদত্যাগ কৰিলে জৰ্জ কুৰিয়ানে? আস্থা হেৰুৱালে নেকি বিজেপিয়ে?

June 23, 2026 3:17 pm
সংসদৰ চলিত অধিৱেশনকে ধৰি ঘৰুৱা জৰুৰী ব্যস্ততাৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰীৰ গুৱাহাটী ভ্ৰমণ বাতিল, দিল্লীত হ’ব মোদীৰ সৈতে বৈঠক

সংসদৰ চলিত অধিৱেশনকে ধৰি ঘৰুৱা জৰুৰী ব্যস্ততাৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰীৰ গুৱাহাটী ভ্ৰমণ বাতিল, দিল্লীত হ’ব মোদীৰ সৈতে বৈঠক

June 23, 2026 2:48 pm
প্ৰেমত আপত্তি, ৩০ লাখৰ ঋণ! প্ৰেমিকৰ সৈতে মিলি পিতৃ-মাতৃ আৰু ভগ্নীক হত্যা কৰি পলায়ন যুৱতীৰ

প্ৰেমত আপত্তি, ৩০ লাখৰ ঋণ! প্ৰেমিকৰ সৈতে মিলি পিতৃ-মাতৃ আৰু ভগ্নীক হত্যা কৰি পলায়ন যুৱতীৰ

June 23, 2026 1:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৩৪ কোটিৰো অধিক টকাৰ হৰলুকি কৰি গ্ৰেপ্তাৰ গুৱাহাটীৰ ব্যৱসায়ী ঋষিৰাজ বৰকটকী

৩৪ কোটিৰো অধিক টকাৰ হৰলুকি কৰি গ্ৰেপ্তাৰ গুৱাহাটীৰ ব্যৱসায়ী ঋষিৰাজ বৰকটকী

June 23, 2026 3:40 pm
মোডী মন্ত্ৰীসভাৰ পৰা কিয় পদত্যাগ কৰিলে জৰ্জ কুৰিয়ানে? আস্থা হেৰুৱালে নেকি বিজেপিয়ে?

মোডী মন্ত্ৰীসভাৰ পৰা কিয় পদত্যাগ কৰিলে জৰ্জ কুৰিয়ানে? আস্থা হেৰুৱালে নেকি বিজেপিয়ে?

June 23, 2026 3:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd