• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰপেটাৰ জেহাদী পুত্ৰৰ সৈতে পিতৃৰ ২০১৪ ৰ পৰা নাই কোনো ধৰণৰ সম্পৰ্ক

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
February 18, 2019 5:20 pm
জেহাদী আৰিফুল ইছলামৰ আলোকচিত্ৰ

জেহাদী আৰিফুল ইছলামৰ আলোকচিত্ৰ

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জামাত-উল-মুজাহীদিনৰ সক্ৰিয় উগ্ৰপন্থী আৰিফুল ইছলাম আলীয়াছ আৰিফ আটক হোৱাৰ পিছত পুত্ৰ দোষী সাব্যস্ত হ’লে আইনী প্ৰক্ৰিয়াৰে যিকোনো শাস্তি দিয়াৰ বাবে আহ্বান জনাইছে পিতৃয়ে।

কলিকতা আৰক্ষীৰ স্পেচিয়েল টাস্ক ফ’ৰ্চে ২০১৮ চনত বুদ্ধ গয়াত সংঘটিত বোমা বিস্ফোৰণত জড়িত থকাৰ সন্দেহত জামাত-উল-মুজাহীদিনৰ উগ্ৰপন্থীজনক আটক কৰে।

Apply Now

আৰিফুলৰ দেউতাক আলিম উদ্দিনে ৰবিবাৰে সাংবাদিকৰ আগত কয় যে বৰপেটা জিলাৰ হাউলীৰ চিকাৰ ভিঠা মাদ্রাছাত পঢ়ি থকা আৰিফ তেওঁলোকৰ দ্বিতীয় সন্তান। সৰুকালত আৰিফে ট্ৰাক ড্ৰাইভাৰৰ লগত সহায়কাৰী হিচাপেও কাম কৰিছিল। ২০১৪ চনত ঘৰলৈ শেষবাৰৰ বাবে অহা আৰিফৰ জে এম বিৰ লগত কিবা সম্পৰ্ক আছে নে নাই সেই বিষয়ে দেউতাক জ্ঞাত নহয় বুলি উল্লেখ কৰি যদিহে পুত্ৰৰ উগ্ৰপন্থী দলৰ সৈতে সম্পৰ্ক থকা বুলি প্ৰমাণ হয় তেনেহ’লে আইন অনুসৰি উচিত শাস্তি ঘোষণা কৰাৰ আহ্বান জনায়।

বৰপেটা জিলাৰ বজালী অঞ্চলৰ নিৱাসী আলিম উদ্দিনৰ আনজন পুত্ৰ ব্যৱসায়ী।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি আৰিফুলে জে এম বিৰ সক্ৰিয় সদস্য জাহিদুল ইছলাম আলীয়াছ কৌছেৰ আৰু আব্দুল মাজিদৰ সংস্পৰ্শলৈ আহিছিল আৰু জে এম বিত যোগদানৰ বাবে প্ৰৰোচিত হৈছিল। আৰক্ষীয়ে সন্দেহ কৰা মতে  আৰিফুলে কলিকতাত থাকি কৌছেৰক কোৰ্টৰ পৰা জে’ললৈ নি থকা অৱস্থাত আৰক্ষীৰ পৰা উদ্ধাৰৰ পৰিকল্পনা প্ৰস্তুত কৰা কামত ব্যস্ত আছিল।

আনহাতে, কলিকতা আৰক্ষীৰ সূত্ৰৰ পৰা লাভ কৰা তথ্য মতে কলিকতা আৰক্ষীৰ স্পেচিয়েল টাস্ক ফোৰ্চে আৰিফুলক বৌদ্ধ গয়া বিস্ফোৰণত জড়িত থকাৰ সন্দেহত আটক কৰিছে। আৰক্ষীৰ হাতত ইতিমধ্যে অসমত আটক হোৱা আন আন জে এম বিৰ সদস্যৰ লগত আৰিফুলৰ সম্পৰ্ক থকাৰ যথেষ্ট প্ৰমাণ হাতত পৰিছে।

শশাংক তালুকদাৰ

শশাংক তালুকদাৰ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিমানৰ পৰা বোমা পেলাই দেশৰ ৪৯ জন নিৰীহ লোকক হত্যা ম্যানমাৰ সেনাৰ; আহত ৫৮ জন

বিমানৰ পৰা বোমা পেলাই দেশৰ ৪৯ জন নিৰীহ লোকক হত্যা ম্যানমাৰ সেনাৰ; আহত ৫৮ জন

September 29, 2026 11:37 am
ক’ত গ’ল মুমতাজ বেগম? বাংলাদেশলৈ বিতাড়নৰ ৩ মাহৰ পাছতো নাই কোনো শুংসূত্ৰ!

ক’ত গ’ল মুমতাজ বেগম? বাংলাদেশলৈ বিতাড়নৰ ৩ মাহৰ পাছতো নাই কোনো শুংসূত্ৰ!

September 29, 2026 11:23 am
কেলিফৰ্ণিয়াত নিউয়ৰ্ক টাইমছৰ প্ৰযুক্তি কাৰ্যবাহীক গুলীয়াই হত্যা; শহুৰ-শাহুৱেকক গ্ৰেপ্তাৰ

কেলিফৰ্ণিয়াত নিউয়ৰ্ক টাইমছৰ প্ৰযুক্তি কাৰ্যবাহীক গুলীয়াই হত্যা; শহুৰ-শাহুৱেকক গ্ৰেপ্তাৰ

September 29, 2026 10:50 am
তৃণমূলৰ বিদ্ৰোহী বিধায়কৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ দাবী! অধ্যক্ষক নিৰ্ধাৰিত সময়ত সিদ্ধান্ত লোৱাৰ আহ্বান সৰ্বোচ্চ ন্যায়ালয়ৰ

তৃণমূলৰ বিদ্ৰোহী বিধায়কৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ দাবী! অধ্যক্ষক নিৰ্ধাৰিত সময়ত সিদ্ধান্ত লোৱাৰ আহ্বান সৰ্বোচ্চ ন্যায়ালয়ৰ

September 29, 2026 10:16 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিমানৰ পৰা বোমা পেলাই দেশৰ ৪৯ জন নিৰীহ লোকক হত্যা ম্যানমাৰ সেনাৰ; আহত ৫৮ জন

বিমানৰ পৰা বোমা পেলাই দেশৰ ৪৯ জন নিৰীহ লোকক হত্যা ম্যানমাৰ সেনাৰ; আহত ৫৮ জন

September 29, 2026 11:37 am
ক’ত গ’ল মুমতাজ বেগম? বাংলাদেশলৈ বিতাড়নৰ ৩ মাহৰ পাছতো নাই কোনো শুংসূত্ৰ!

ক’ত গ’ল মুমতাজ বেগম? বাংলাদেশলৈ বিতাড়নৰ ৩ মাহৰ পাছতো নাই কোনো শুংসূত্ৰ!

September 29, 2026 11:23 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd