• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাঙালীৰ ওপৰত সাম্ভাব্য আক্ৰমণৰ বিষয়ে কেন্দ্রই আগতীয়াকৈ সাৱধান কৰিছিল অসম চৰকাৰক

অসমৰ শেহতীয়া পৰিস্থিতি মূল্যায়ন কৰি যুগুত কৰা হৈছিল চোৰাংচোৱা প্ৰতিৱেদন

বিশেষ সংবাদদাতা by বিশেষ সংবাদদাতা
November 3, 2018 2:38 pm
123
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অক্টোবৰৰ প্ৰথম সপ্তাহতে অসমত আলফাৰ দ্বাৰা বাঙালী সম্প্ৰদায়ৰ ওপৰত আক্ৰমণ সংঘটিত হ’ব পাৰে বুলি কেন্দ্ৰই  আগতীয়াকৈ সাৱধানবাণী জাৰি কৰিছিল আৰু এই সন্দৰ্ভত অসম চৰকাৰক অৱগত কৰিছিল।

আলফাৰ যোগাযোগ ব্যৱস্থাৰ পৰা তথ্য সংগ্ৰহ আৰু আৰু অসমত ক্ৰমবৰ্ধমান সামপ্ৰদায়িক উত্তেজনাৰ এটা মূল্যায়ন কৰি কৰি এই চোৰাংচোৱা প্ৰতিৱেদনটো যুগুত কৰা হৈছিল। সাম্প্ৰদায়িক উত্তেজনাৰ সুযোগ গ্ৰহণ কৰি অসমীয়া জনগোষ্ঠীৰ মাজৰ পৰা খোপনি হেৰাই যোৱাৰ উপক্ৰম হোৱা আলফাই অসমীৰা মাজত নিজৰ স্থিতি মজবুত কৰিব বিচাৰিছিল।

Apply Now

চোৰাংচোৱা সংস্থাৰ সাৱধানবাণীক গৃহ মন্ত্ৰ্যালয়ে সৰ্বাধিক ভাবুকিৰ স্থান প্ৰদান কৰিছিল। উজনি অসমত কিছু ভিত্তি থকা হেতুকে আলফাই এই অঞ্চলতেই আঘাত হনাৰ আশা কৰা গৈছিল। কিন্তু কোন ঠাইত আঘাত হানিব সেয়া অনুমান কৰিব পৰা নগৈছিল।

সাধাৰণতে নিৰাপত্তা বাহিনীৰ পৰা চাপত থকা উগ্ৰপন্থী গোটসমূহে সন্ত্ৰাসবাদ বিৰোধী ব্যৱস্থাটোক প্ৰতিৰক্ষাতে্মক কৰাৰ এটা কৌশল হিচাপে এনেধৰণৰ হত্যাকাণ্ড সংঘটিত কৰে যাতে ধলা দলঙৰ সমীপৱৰ্তী গাঁওখনৰ দৰে মিশ্ৰ জনগোষ্ঠী বাস কৰা সংবেদনশীল গাঁওসূহক পহৰা দিবলৈ নিৰাপত্তা বাহিনীসমূহে অতিৰিক্ত বাহিনী নিযোগ কৰিবলৈ বাধ্য হৈ পৰে।

ইয়ে নিৰাপত্তা ব্যৱস্থাটোক অতিৰিক্ত বাহিনীৰ পৰা বঞ্চিত কৰে যাৰ ফলত সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে আগতীয়া অভিযান চলোৱাত নিৰাপত্তা ব্যৱস্থাটো কিছু পৰিমাণে অসুবিধাত পৰে।

এয়া আলফাৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ বিবেচনা হোৱাৰ লগতে ৰাজনৈতিক কাৰণবোৰো যথেষ্ট চাপপূৰ্ণ। যি সময়ত বিজেপি নেতাসকলে ইয়াৰ বাঙালী নেতাসকলক নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থনত আক্ৰমণাত্ম হ’বলৈ উৎসাহিত কৰি থকাৰ বাবে অসমীয়া জনগোষ্ঠীৰ পৰা এটা তীক্ষ্ণ প্ৰতিক্ৰিয়া অহাটো আৱশ্যম্ভৱী হৈ পৰিছিল।

এই নেতিবাচক প্ৰতিক্ৰিয়াটো নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আহ্বান জনোৱা প্ৰতিবাদৰ সময়ত স্পষ্ট হৈ পৰিছিল।

ম্যানমাৰৰ জংঘলৰ পৰা ওলাই অহা গণভিত্তি হেৰোৱা আলফাৰ বাবে এটা এটা সুযোগ আছিল কাৰণ আত্মসমৰ্পণকাৰী আৰু আলোচনাপন্থী প্ৰাক্তন গেৰিলাসকলেও নাগৰিকত্ব বিধেয়কখনৰ তীব্ৰ বিৰোধীতা কৰিছিল। আলোচনাপন্থী আলফাই স্পষ্টভাৱে জনাই দিছিল যে কেন্দ্ৰই যদি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নকৰে, অথবা অসমক ইয়াৰ পৰা দূৰত নাৰাখে তেন্তে ই কোনো আলোচনাত নবহে।

শিলাদিত্য দেবৰ দৰে নেতাসকলে তীব্ৰ আলংকাৰিক বাক্যৰ প্ৰয়োগেৰে অসমীয়া জনগোষ্ঠীৰ আৱেগ বঢ়াই তুলিছে আৰু ইয়াৰ ফলত বিগত কেইবছৰ মানত গণভিত্তি হেৰাই পেলোৱা আলফাই সংগঠনটোত নতুন সদস্যভৰ্তিৰ বাবে এটা ঘাটী লাভ কৰিছিল।

আলফাৰ এনে ধৰণৰ নিৰ্দিষ্টকৃত হত্যাকাণ্ড সংঘটিত কৰাৰ ইতিহাস আছে।এটা দশকৰ পূৰ্বে আলফাই হিন্দীভাষীক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল, এইবাৰ লক্ষ্য কৰি লৈছে বাঙালী সম্প্ৰদায়ক। কিন্তু আলফাই এই কূটাঘাতী কাৰ্য কৰা সত্তেও সংগঠনটোৱে ইয়াক অস্বীকাৰ কৰিব লাগে কিয়?

আলফাৰ ইতিহাসত এনেধৰণৰ ঘটনাত সংগঠনটো জড়িত থকাৰ কথা অস্বীকাৰ কৰা সত্তেও কিন্তু সেয়া প্ৰমাণিত হৈছে। ধেমাজিৰ বিদ্যালয়ত বোমা বিষ্ফোৰণত শিশু নিহত হোৱাৰ ঘটনাটো এটা উদাহৰণ মাত্ৰ। আলফাই জানে যে বুজন সংখ্যক অসমীয়াই  হিংসাত্মক ঘটনাৰ পৰিপন্থী আৰু আলফাই অসমত এটা নৈতিক ভিত্তি গঠি তুলিব বিচাৰে।ইতিমধ্যে কঠোৰ

কাৰ্যপন্থা গ্ৰহণ কৰাত ব্যৰ্থ হোৱাৰ বাবে ৰাজ্যিক বিজেপি আৰু আন আন ৰাজনৈতিক দলসমূহে মুখ্য মন্ত্ৰী সোণোৱালৰ পদত্যাগ দাবী কৰিছে।  বাঙালী নেতাসকলে এই ক্ষেত্ৰত তেওঁলোকৰ ৰাইজক সুৰক্ষা প্ৰদান চৰকাৰ ব্যৰ্থ হোৱাৰ বাবে তীব্ৰ দাবী উত্থাপন কৰিছে। ইয়ে মুখ্য মন্ত্ৰী সোণোৱালক আঁতৰাই অন্য নেতাক নেতৃত্ব দিব বিচৰা এচাম বিজেপিক নিশ্চয় সহায় কৰিব।

বিশেষ সংবাদদাতা

বিশেষ সংবাদদাতা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

September 22, 2026 7:24 pm
প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

September 22, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd