• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

প্ৰধানমন্ত্ৰী মোদীৰ কান্ধুলিলুটি! একালত BBCকো প্ৰশংসাৰে ওপচাই পেলাইছিল মোদীয়ে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 15, 2023 10:27 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জয়ৰাম ৰমেশে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেনেকৈ লুটি বাগৰ মাৰিব পাৰে তাৰ অন্য এক উকৃষ্ট প্ৰমাণ টুইটাৰত ফাদিল কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বে BBCক প্ৰশংসাৰে ওপচাই পেলোৱা এক ভিডিঅ’ টুইটাৰ আপলোড কৰি কটাক্ষ কৰিছে, “ক’ত হেৰাই গ’ল সেইদিনবোৰ!”

উল্লেখ্য যে BBCএ নিৰ্মাণ কৰা দুটা খণ্ডৰ এখন তথ্যচিত্ৰত তেতিয়াৰ গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীক ২০০২ চনৰ গুজৰাটৰ গোধ্ৰা হিংসাত্মক কাণ্ডৰ বাবে প্ৰত্যক্ষভাৱে দায়ী বুলি দাবী কৰিছিল। ইয়াৰ পাছতে ভাৰত চৰকাৰে তথ্যচিত্ৰখন ততালিকে ভাৰতত নিষিদ্ধ কৰে। তথ্যচিত্ৰখন নিষিদ্ধ কৰাতে ক্ষান্ত নাথাকি ১৪ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় চৰকাৰে ভাৰতস্থিত BBCৰ দুটাকৈ কাৰ্যালয়ত আয়কৰ বিভাগক কৰ ফাঁকিৰ তদন্তৰ বাবে তালাচী চলাবলৈ নিৰ্দেশ দিয়ে। আয়কৰ বিভাগে দিল্লী আৰু মুম্বাইস্থিত BBCৰ দুয়োটা কাৰ্যালয়তে তালাচী চলাই কৰ্মচাৰীসকলৰ মোবাইল ফ’নো জব্দ কৰে।

মঙলবাৰে পুৱা প্ৰায় ১১ বজাৰ পৰা BBCৰ কাৰ্যালয়ত আৰম্ভ হোৱা আয়কৰ বিভাগৰ এই তালাচী ১২ ঘণ্টাৰো অধিক সময় ধৰি চলে। BBCৰ দিল্লী আৰু মুম্বাইৰ কাৰ্যালয়ত আয়কৰ বিভাগে চলোৱা তালাচীৰ বাবে কংগ্ৰেছে বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। একে সময়তে কংগ্ৰেছ নেতা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জয়ৰাম ৰমেশে প্ৰধানমন্ত্ৰী মোদীৰ এটা পুৰণি ভিডিঅ’ টুইটাৰত শ্বেয়াৰ কৰিছে কটাক্ষ কৰিছে, যিটো ভিডিঅ’ত প্ৰধানমন্ত্ৰী মোদীয়ে BBC প্ৰশংসাৰে ওপচাই পেলাইছিল।

Apply Now

जाने कहां गए वो दिन pic.twitter.com/ZaF805Z91j

— Jairam Ramesh (@Jairam_Ramesh) February 14, 2023

এই ভিডিঅ’টোত প্ৰধানমন্ত্ৰীয়ে কৈছে, “আমাৰ দেশত যেতিয়া আকাশবাণী, দূৰদৰ্শন, বাতৰি কাকতৰ সীমিত প্ৰচলন আছিল, তেতিয়া সাধাৰণ মানুহে কি কৈছিল? তেওঁলোকে কৈছিল যে আমি BBCত এই কথা শুনিছো। মানে তেওঁ আমাৰ দেশৰ অল ইণ্ডিয়া ৰেডিঅ’ক বিশ্বাস নকৰে, দূৰদৰ্শনক বিশ্বাস কৰা নহয়, বাতৰি কাকতবোৰে ইমান টকা খৰচ কৰিছে, ইয়াকো বিশ্বাস নকৰে। তেওঁলোকে কৈছিল যে আমি বিবিচিত শুনিছো, এইটোৱেই বিশ্বাসযোগ্য। চৰকাৰৰ প্ৰতিষ্ঠানসমূহৰ ওপৰত জনতাই বিশ্বাস হেৰুৱাই পেলোৱাটো এটা ডাঙৰ বিপদ বুলি মই ভাবো।”

খবৰ অনুসৰি BBCৰ বিত্ত বিভাগত একাউণ্টৰ কিছু নথি পৰীক্ষা কৰি থকা হৈছে। গুজৰাটৰ দাঙ্গা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লৈ বিবিচিয়ে ‘ইণ্ডিয়া: দ্য মোডী প্ৰশ্ন’ নামৰ তথ্যচিত্ৰ প্ৰকাশ কৰাৰ কেইসপ্তাহমানৰ পিছতে আয়কৰৰ ৰোষত পৰিছে BBC।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অটোমোবাইল খণ্ডত উত্তৰ-পূৰ্বৰ জয়যাত্ৰা: ‘ৱমেন ইন এফএডিএ’ৰ অধ্যক্ষা হিচাপে নিযুক্ত অৰুণাচলৰ পেমা ৱাই কে লয়ীক

অটোমোবাইল খণ্ডত উত্তৰ-পূৰ্বৰ জয়যাত্ৰা: ‘ৱমেন ইন এফএডিএ’ৰ অধ্যক্ষা হিচাপে নিযুক্ত অৰুণাচলৰ পেমা ৱাই কে লয়ীক

September 2, 2026 2:05 pm
‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

September 2, 2026 11:14 am
অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

September 2, 2026 10:24 am
সাহায্য নালাগে, ক্ষতিপূৰণহে লাগে! চীন-আমেৰিকাক জবাবদিহি কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত সৰৱ নেপাল

সাহায্য নালাগে, ক্ষতিপূৰণহে লাগে! চীন-আমেৰিকাক জবাবদিহি কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত সৰৱ নেপাল

September 2, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অটোমোবাইল খণ্ডত উত্তৰ-পূৰ্বৰ জয়যাত্ৰা: ‘ৱমেন ইন এফএডিএ’ৰ অধ্যক্ষা হিচাপে নিযুক্ত অৰুণাচলৰ পেমা ৱাই কে লয়ীক

অটোমোবাইল খণ্ডত উত্তৰ-পূৰ্বৰ জয়যাত্ৰা: ‘ৱমেন ইন এফএডিএ’ৰ অধ্যক্ষা হিচাপে নিযুক্ত অৰুণাচলৰ পেমা ৱাই কে লয়ীক

September 2, 2026 2:05 pm
‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

September 2, 2026 11:14 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd