• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্বৰ ধনাঢ্য ক্ৰিকেট বোৰ্ড বিচিচিআইয়ে ১০ মাহ ধৰি দৰমহা দিয়া নাই তাৰকা ক্ৰিকেটাৰক

এন ই নাও নিউজ by এন ই নাও নিউজ
August 2, 2020 1:41 pm
Kohli-and-Rohit
292
VIEWS
Share on FacebookShare on Twitter

লকডাউনৰ ফলত সকলো খণ্ডতে আৰ্থিক ক্ষতিৰ প্ৰভাৱ পৰিছে। আনকি বিশ্বৰ আটাইতকৈ ধনী ক্ৰিকেট বোৰ্ড বিচিচিআইয়েও তাৰকা ক্ৰিকেটাৰসকলক আদায় দিয়া নাই দৰমহা।

জানিব পৰা মতে, যোৱা বছৰৰ অক্টোবৰ মাহৰ পৰা তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলি, ৰোহিত শৰ্মাকে ধৰি বোৰ্ডৰ সৈতে চুক্তিবদ্ধ ২৭জনকৈ ক্ৰিকেটাৰে দৰমহা লাভ কৰা নাই।

নিয়ম অনুসৰি, চাৰি মাহৰ মূৰে মূৰে তেওঁলোকে নিজৰ পাবলগীয়া দৰমহা লাভ কৰি থাকে।

যোৱা ডিচেম্বৰৰ পৰা টীম ইণ্ডিয়াই যি দুখন টেষ্ট মেচ, আঠখনকৈ টী-২০ আৰু নখন এদিনীয়া মেচ খেলিছে তাৰ পইচা এতিয়াও পাবলৈ বাকী আছে।

বিভিন্ন কেটেগৰিত চুক্তিত আৱদ্ধ হোৱা ক্ৰিকেটাৰসকলক দৰমহা দিয়াৰ নামত বছৰি বিচিচিআইৰ ব্যয় হয় ৯৯কোটি টকা।

বোৰ্ডৰ চুক্তিবদ্ধ আঠজনকৈ ক্ৰিকেটাৰে যোৱা ১০মাহ ধৰি তেওঁলোকে দৰমহা নোপোৱাৰ কথা সদৰী কৰিছে।

বিচিচিআইৰ শেহতীয়া বেলেন্স শ্বিট অনুসৰি ইয়াৰ নগদ তথা বেংক বেলেন্সৰ পৰিমান হৈছে ৫হাজাৰ ৫২৬কোটি টকা।

সেইদৰে, ফিক্সড ডিপ’জিটৰ পৰিমান হৈছে ২হাজাৰ ৯৯২কোটি টকা।

তদুপৰি, ২০১৮ চনত এপ্ৰিল মাহত ষ্টাৰ টিভিৰ সৈতে হোৱা বোৰ্ডৰ সম্প্ৰচাৰ স্বত্ত্ব অনুসৰি চুক্তি হৈছিল ৬হাজাৰ ১৩৮কোটি টকাত।

বাতৰি অনুসৰি, যোৱা ডিচেম্বৰ মাহৰ পৰাই বোৰ্ডৰ কোনো বিত্তীয় বিষয়া নাই। যোৱা মাহৰ পৰা জেনেৰেল মেনেজাৰ তথা চিইঅ’ৰ পদো খালী আছে।

সংবিধান অনুসৰি বোৰ্ডৰ সভাপতি সৌৰভ গাংগুলী আৰু সচিব জয় শ্বাহৰ কাৰ্যকালো উকলিছে। ক’বলৈ গ’লে ঢাল নাই তৰোৱাল নাই, নিধিৰাম চৰ্দাৰৰ দৰে হৈছে বিচিচিআই।

ইয়াৰ মাজতে দেশৰ হৈ খেলা ক্ৰিকেটাৰসকলে এতিয়া তেওঁলোকৰ প্ৰাপ্য দৰমহাৰ বাবে হামৰাও কাঢ়িব লগা হৈছে।

Recent News

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd