• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সাৱধান! : অসমীয়া ‘সুন্দৰী’ দস্যুৰাণীৰূপী যুৱতীৰ ডকাইতিয়ে কঁপাইছে গুৱাহাটী

বিয়ালৈ নিমন্ত্ৰণ দিবলৈ অহাৰ চলেৰে লুটি নিলে অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সঞ্চালকৰ পত্নীৰ আ-অলংকাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 14, 2020 1:43 pm
Dibyangshi Final (1)
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাৱধান হওঁক আপুনি! এইবাৰ পুৰুষ ডকাইতৰ সন্ত্ৰাস নহয়; যুৱতী ডকাইতে সন্ত্ৰাস চলাইছে মহানগৰ গুৱাহাটীত। অসমীয়া ‘সুন্দৰী’ দস্যুৰাণীৰূপী যুৱতীৰ ডকাইতিয়ে কঁপাইছে গুৱাহাটী।

নিজৰ বিয়ালৈ নিমন্ত্ৰণ দিবলৈ অহাৰ চলেৰে তথা কোনো আত্মীয় বুলি পৰিচয় দি আপোনাৰ পৰা লুটি লৈ যাব পাৰে গহনা, আ-অলংকাৰ।

Apply Now

তেনে এক ঘটনাই সংঘটিত হৈছে মহানগৰীৰ ছয়মাইলস্থিত চন্দন নগৰত।

যোৱা ১০ অক্টোবৰৰ সন্ধিয়া প্ৰায় ৫:৩০ বজাত অঞ্জনা দত্তৰ বাসগৃহত পাঠশালাৰ দীবাংক্ষী ভুঞা নামৰ যুৱতী এগৰাকীয়ে নিজকে দত্তৰ স্বামীৰ গাঁৱৰ ওচৰ-চুবুৰীয়া বুলি পৰিচয় দি বিয়ালৈ নিমন্ত্ৰণ জনাবলৈ আহে।

অঞ্জনা দত্তৰ লগত প্ৰায় এঘন্টা সময় বাৰ্তালাপ কৰি যুৱতীগৰাকীয়ে আ-অলংকাৰৰ প্ৰসংগ উত্থাপন কৰি আলোচনাৰ চলৰে দত্তৰ আ-অলংকাৰসমূহ চাব বিচাৰে। দত্তয়ো বিশ্বাস কৰি তেওঁৰ অলংকাৰসমূহ যুৱতীগৰাকীক দেখুৱাবৰ বাবে লৈ আহে।

সেই আ-অলংকাৰসমূহ চাই থকাৰ মাজতে যুৱতীগৰাকীয়ে তেওঁৰ ফোন অহাত যাব লাগে বুলি কয়। তাৰ পাছত দৰ্জাখন খুলি যুৱতীগৰাকীক বিদায় দিবলৈ লওঁতেই দীবাংক্ষীয়ে তাইৰ বেগৰ পৰা হাতুৰী এটা উলিয়াই মহিলাগৰাকীৰ মূৰত তিনিবাৰকৈ উপৰ্যুপৰি আঘাত কৰাত দত্তৰ ৰক্তক্ষৰণ হৈ মজিয়াত ঢলি পৰে বুলি অভিযোগ কৰে পৰিয়ালৰ লোকে।

তেনেতে দত্তৰ স্বামী ভিতৰৰ পৰা ওলাই অহাত যুৱতীগৰাকী তাৰ পৰা তৎক্ষণাত পলায়ন কৰে।

ইতিমধ্যে, ঘটনা সন্দৰ্ভত অঞ্জনা দত্ত আৰু তেওঁৰ স্বামী প্ৰবোধ কুমাৰ দত্তই দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। আৰক্ষীয়েও এজাহাৰৰ ভিত্তিত ২৩৫৬/২০ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ৩২৫ নং ধাৰাত এক গোচৰ ৰুজু কৰে।

অৱশ্যে, দিছপুৰ আৰক্ষীয়ে তদন্ত কৰি আছে যদিও বৰ্তমানো যুৱতীগৰাকীক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।

মহিলাগৰাকী বৰ্তমান ছয়মাইলস্থিত জিএনআৰচিত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে।

এনেদৰেই এতিয়া যুৱ প্ৰজন্মৰ মাজত অপৰাধ প্ৰৱণতা বৃদ্ধি পাই আহিছে। বিয়াৰ নিমন্ত্ৰণ দিবলৈ অহাৰ দৰে এনে কেতবোৰ কৌশল অৱলম্বন কৰি আপোনাৰ লগতো ডকাইতে চলাব পাৰে লুট-পাত।

গতিকে সময় থাকোতে আপুনিও মহানগৰবাসী হিচাপে সজাগ আৰু সচেতন হওঁক, অনথ্যা আপোনালৈয়ো আহিব পাৰে বিপদ।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পেট্ৰল নোহোৱাকৈ চলিব গাড়ী! অক্টোবৰত মুকলি হ’ব ১০০% ইথানল ইনোভা; জনালে নীতিন গাডকাৰীয়ে

পেট্ৰল নোহোৱাকৈ চলিব গাড়ী! অক্টোবৰত মুকলি হ’ব ১০০% ইথানল ইনোভা; জনালে নীতিন গাডকাৰীয়ে

September 27, 2026 1:07 pm
স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

September 27, 2026 12:06 pm
গুৱাহাটী স্বেচ্ছাসেৱক বৈঠকৰ পূৰ্বে কেন্দ্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকাসহ কেইবাজনো চিজেপি কৰ্মীক আটক অসম আৰক্ষীৰ

গুৱাহাটী স্বেচ্ছাসেৱক বৈঠকৰ পূৰ্বে কেন্দ্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকাসহ কেইবাজনো চিজেপি কৰ্মীক আটক অসম আৰক্ষীৰ

September 27, 2026 11:44 am
ঘূৰ্ণীবতাহ অৰ্ণবৰ তাণ্ডৱ! ক্ষতিগ্ৰস্ত ১৪ খন ৰাজ্য, উত্তৰ প্ৰদেশত ১৩জনৰ মৃত্যু; শস্যৰ বিপুল ক্ষতি

ঘূৰ্ণীবতাহ অৰ্ণবৰ তাণ্ডৱ! ক্ষতিগ্ৰস্ত ১৪ খন ৰাজ্য, উত্তৰ প্ৰদেশত ১৩জনৰ মৃত্যু; শস্যৰ বিপুল ক্ষতি

September 27, 2026 10:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেট্ৰল নোহোৱাকৈ চলিব গাড়ী! অক্টোবৰত মুকলি হ’ব ১০০% ইথানল ইনোভা; জনালে নীতিন গাডকাৰীয়ে

পেট্ৰল নোহোৱাকৈ চলিব গাড়ী! অক্টোবৰত মুকলি হ’ব ১০০% ইথানল ইনোভা; জনালে নীতিন গাডকাৰীয়ে

September 27, 2026 1:07 pm
স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

September 27, 2026 12:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd