DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, January 30, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লিডুত প্ৰায় ৫ লাখ টকাৰ গুটখা জব্দ; সান্ধ্য আইনক অংগুষ্ঠ প্ৰদৰ্শন অনা অসমীয়া বেপাৰীৰ

মানস প্রতীম গগৈ by মানস প্রতীম গগৈ
June 17, 2021 9:16 am
Videoframe_20210616_195153_com.huawei.himovie.overseas

ফটো: নৰ্থইষ্ট নাও।

140
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডুত বুধবাৰে বিয়লি জব্দ হয় প্ৰায় ৫ লক্ষ  টকাৰ জৰ্দাসহ গুটখা।

তিনিচুকীয়াৰ পৰা লেখাপানীৰ টিৰাপলৈ এখন মহিন্দ্ৰা মেক্স গাড়ীৰে আনি থকা অৱস্থাত লিডুত  জাতীয় সংগঠনৰ সদস্যৰ দ্বাৰা জব্দ হয় গুটখাখিনি। পাছত লিডু আৰক্ষীক চমজাই দিয়ে।

কৰ’না মহামাৰীয়ে সমগ্ৰ দেশৰ লগতে ৰাজ্যতো অব্যাহত থকা সন্ত্ৰাসৰ পৰিপ্ৰেক্ষিতত চৰকাৰে দুই বজাৰ পৰা সান্ধ্য আইন অব্যাহত ৰাখিছে।

কিন্তু চৰকাৰৰ এই নিৰ্দেশক অমান্য কৰি একাংশ অসাধু ব্যৱসায়ীয়ে জৰুৰীকালীন সেৱাৰ গইনা লৈ গুটখাজাতীয় সামগ্ৰীৰ সৰবৰাহ অব্যাহত ৰাখিছে।

বীৰ লাচিত সেনাৰ একাংশ সদস্যই গোপন সূত্ৰে জানিব পাৰি লিডুত প্ৰায় ৫ লক্ষ টকাৰ জৰ্দাসহ গুটখা জব্দ কৰে।

পাছত লিডু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া  উত্তম তামাঙৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে গুটখাসহ এ এচ ২৩ এ চি ২৮৫৭ নম্বৰৰ মেক্স খন জব্দ কৰি থানালৈ লৈ আহে।

গুটখাখিনি টিৰাপৰ জনৈক বি কে গুপ্তাৰ বুলি জানিব পৰা গৈছে।

Recent News

Earthquake In Iran

প্ৰবল ভূমিকম্পই কঁপাই তুলিলে ইৰান: নিহত তিনিগৰাকী, আঠ শতাধিক আহত

India won U19 Women's T20 World Cup

স্বৰ্ণিল ইতিহাস! উদ্বোধনী বৰ্ষৰ মহিলাৰ ১৯ অনুৰ্ধ টি-২০ বিশ্বকাপৰ খিতাপ ভাৰতৰ দখলত

Odisha Minister Shot

উৰিষ্যাত চাঞ্চল্যকৰ হত্যাকাণ্ড: আৰক্ষী বিষয়াৰ গুলীত প্ৰাণ হেৰুৱালে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীয়ে

আমৰণ অনশনত বহিল ফুংছুক ৱাংড়ু

আমৰণ অনশনত বহিল ফুংছুক ৱাংড়ু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd