• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

প্ৰায় ৪০ শতাংশ শ্বুটিং সম্পূৰ্ণ হোৱাৰ পিছতো পাৰিবাৰিক সংঘাত আৰু সম্পৰ্কৰ জটিলতাৰ বাবেই ছবিখন চিৰদিনৰ বাবে বন্ধ কৰি দিয়া হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 6, 2026 8:57 pm
106
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৰিচালক নীতেশ তিৱাৰীৰ মেগা প্ৰজেক্ট ‘ৰামায়ণ’ আৰু সেই ছবিখনত ‘ৰাম’ৰ চৰিত্ৰত ৰণবীৰ কাপুৰৰ অভিনয়ে ইতিমধ্যে দৰ্শকৰ মাজত যথেষ্ট আলোড়নৰ সৃষ্টি কৰিছে। কিন্তু বহু কোটি টকীয়া এই ছবিখন নিৰ্মাণৰ বহু আগতেই নব্বৈৰ দশকত ভাৰতীয় চিনেমাৰ ইতিহাসৰ এটা অচিনাকি অধ্যায় ৰচিত হৈও স্তব্ধ হৈছিল।

নব্বৈৰ দশকৰ মাজভাগত চোহেইল খানৰ পৰিচালনাত ‘ৰামায়ণ’ মহাকাব্যৰ আধাৰত এখন ছবি নিৰ্মাণৰ কাম আৰম্ভ হয়। য’ত ছলমান খানে ‘শ্ৰী ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু সোণালী বেন্দ্ৰেই ‘সীতা’ৰ চৰিত্ৰত অভিনয় কৰিছিল। ছবিখনৰ এটি গুৰুত্বপূৰ্ণ চৰিত্ৰত পূজা ভাটেও অভিনয় কৰিছিল।

Apply Now

প্ৰায় ৪০ শতাংশ শ্বুটিং সম্পূৰ্ণ হোৱাৰ পিছতো পাৰিবাৰিক সংঘাত আৰু সম্পৰ্কৰ জটিলতাৰ বাবেই ছবিখন চিৰদিনৰ বাবে বন্ধ কৰি দিয়া হৈছিল। শ্বুটিং চলি থকাৰ মাজতে পূজাই প্ৰজেক্ট এৰি গুচি যোৱাৰ বাবে ছবিখন বন্ধ হৈ পৰে।

সাধাৰণতে বলীউডৰ ছবি এখন বন্ধ হ’লে প্ৰি-প্ৰডাকচন বা প্লেনিং ষ্টেজত বন্ধ হৈ যায়। কিন্তু চোহেইল খানৰ ৰামায়ণৰ ক্ষেত্ৰত কথাটো বেলেগ আছিল। ছবিখনৰ প্ৰায় ৪০ শতাংশ কাম সম্পূৰ্ণ হৈছিল। ছবিখনৰ প্ৰচাৰৰ বাবে কেইবাটাও প্ৰচাৰমূলক ফটোশ্বুটও কৰা হৈছিল, য’ত ছলমান খানক হাতত ধনু-কাঁড় লৈ পৰম্পৰাগত ৰামৰ সাজ-পোছাকত দেখা গৈছিল, যিটোৱে সেই সময়ত এক বৃহৎ আলোড়নৰ সৃষ্টি কৰিছিল।

ছবিখন বাতিলৰ আঁৰত বাজেট সম্পৰ্কীয় কোনো সমস্যা নাছিল। পৰিচালক আৰু ছবিখনৰ মুখ্য অভিনেত্ৰীৰ মাজত ব্যক্তিগত বিবাদৰ বাবে ছবিখনৰ কাম মাজ আদবাটতে বন্ধ হৈ পৰে।

জানিব পৰা মতে, শ্বুটিং চলি থকাৰ মাজতে চোহেইল খান আৰু পূজা ভাটৰ মাজত ঘনিষ্ঠতা গঢ়ি উঠে। ১৯৯৫ চনৰ এক সাক্ষাৎকাৰত পূজা ভাটে বিবাহৰ সম্ভাৱনাৰ কথাও ব্যক্ত কৰিছিল।

ইপিনে, খান পৰিয়ালৰ মুৰব্বী চেলিম খানে এই সম্পৰ্কত হস্তক্ষেপ কৰে আৰু চোহেইলক সম্পৰ্কৰ পৰা ওলাই অহাৰ পৰামৰ্শ দিয়ে। ছলমান খানে গোটেই পৰিস্থিতিটো নিজৰ নিয়ন্ত্ৰণত ৰাখিব বিচাৰিছিল যদিও সেয়া সম্ভৱ নাছিল। অপমানিত হৈ পূজা ভাটে ছবিখনৰ পৰা আঁতৰি যায়। ইয়াৰ বাবেই গোটেই প্ৰকল্পটো পানী হৈ পৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

September 5, 2026 6:53 pm
বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

September 5, 2026 4:51 pm
বোকাখাতত প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্ৰতিবাদী সমদল, নাগৰিক সভাত প্ৰশাসনৰ বাধা

বোকাখাতত প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্ৰতিবাদী সমদল, নাগৰিক সভাত প্ৰশাসনৰ বাধা

September 5, 2026 4:48 pm
পতিৰ মৃত্যুৰ পিছত সলনি কৰিলে নাম-পোছাক! ৩৭ বছৰ পুৰুষৰ পৰিচয়েৰে জীৱন কটোৱা এগৰাকী মাতৃৰ সাহসিক কাহিনী

পতিৰ মৃত্যুৰ পিছত সলনি কৰিলে নাম-পোছাক! ৩৭ বছৰ পুৰুষৰ পৰিচয়েৰে জীৱন কটোৱা এগৰাকী মাতৃৰ সাহসিক কাহিনী

September 5, 2026 4:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

September 5, 2026 6:53 pm
বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

September 5, 2026 4:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd