DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, March 24, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

মোগলৰ দিনত শিক্ষা ব্যৱস্থা উন্নত আছিল! মোহন ভাগৱতৰ মন্তব্যত কটাক্ষ কংগ্ৰেছৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 7, 2023 10:50 am
69
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ প্ৰমুখ মোহন ভাগৱতে শেহতীয়াকৈ প্ৰদান কৰা এক বিশেষ তথা চৰ্চিত মন্তব্যক লৈ তীব্ৰ কটাক্ষ কৰিছে কংগ্ৰেছ দলে।

আজি কিছুদিন আগতে মোহন ভাগৱতে এটা ভাষণত কৈছিল যে ইংৰাজৰ আগমনৰ আগতে দেশৰ ৭০ শতাংশ লোক সাক্ষৰ আছিল। এই মন্তব্যক লৈয়েই এতিয়া শ্লেষ প্ৰকাশ কৰিছে কংগ্ৰেছ দলে। কংগ্ৰেছ দলৰ মুখপাত্ৰ সুপ্ৰিয়া শৃন্তে কৈছে যে ইংৰাজ ভাৰতলৈ অহাৰ আগতে দেশত মোগলৰ শাসন চলি আছিল। গতিকে মোহন ভাগৱতে এই কথা মানি লৈছে নেকি যে মোগলৰ দিনত ভাৰতৰ শিক্ষা ব্যৱস্থা উন্নত আছিল।

হাৰিয়ানাৰ কৰ্ণালত এখন চিকিৎসালয় উদ্বোধন অনুষ্ঠানত ভাষণ দি ভাগৱতে কৈছিল যে, “সেই সময়ত ভাৰত আৰু ইংলেণ্ডত সাক্ষৰতাৰ হাৰ ক্ৰমে ৭০ আৰু ১৭ শতাংশ আছিল। সেই সময়ত ভাৰতত কোনো ব্যক্তি নিবনুৱা নাছিল। কিন্তু ইংৰাজে আহি নিজৰ শিক্ষা ব্যৱস্থা আমাৰ ওপৰত জাপি দিলে আৰু আমাৰ শিক্ষা ব্যৱস্থা নিজৰ দেশত প্ৰয়োগ কৰিলে। ফলত ব্ৰিটেইনৰ ৭০ শতাংশ লোক সাক্ষৰ হৈ উঠিল।”

এই মন্তব্যৰ পিছত কংগ্ৰেছ দলৰ মুখপাত্ৰ সুপ্ৰিয়া শৃন্তে কটুক্তিৰে ক‘লে, “ভাগৱতে কি ক‘লে! ইংৰাজ শাসনৰ আগতে ভাৰতত মোগল শাসন আছিল। ভাগৱতে মোগলক প্ৰশংসা কৰিলে ভক্তসকল হতাশ আৰু অস্বস্তিত পৰে।”

Recent News

হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ নতুন অভিযোগৰ মধ্যমনি ব্লক ইনকৰ্পোৰেটেডৰ বিত্তীয় মুৰব্বী অমৃতা আহুজা!

হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ নতুন অভিযোগৰ মধ্যমনি ব্লক ইনকৰ্পোৰেটেডৰ বিত্তীয় মুৰব্বী অমৃতা আহুজা!

উত্তৰ-পূবৰ দুজন সাংবাদিকে লাভ কৰিলে সাংবাদিকতাৰ উৎকৃষ্টতাৰ পুৰস্কাৰ

উত্তৰ-পূবৰ দুজন সাংবাদিকে লাভ কৰিলে সাংবাদিকতাৰ উৎকৃষ্টতাৰ পুৰস্কাৰ

Rahul Gandhi

সাংসদ পদ হেৰুৱালে ৰাহুল গান্ধীয়ে: লোকসভাৰ সদস্য পদৰ বাবে অযোগ্য ঘোষণা

“শূৰ্পনাখা মন্তব্য!” পাঁচ বছৰৰ পিছত মোডীৰ বিৰুদ্ধে মানহানি গোচৰ কংগ্ৰেছ নেতা ৰেণুকা চৌধুৰীৰ

“শূৰ্পনাখা মন্তব্য!” পাঁচ বছৰৰ পিছত মোডীৰ বিৰুদ্ধে মানহানি গোচৰ কংগ্ৰেছ নেতা ৰেণুকা চৌধুৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd