DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সিংহাসনত অধিষ্ঠিত হোৱাৰ পূৰ্বে সামৰিক প্ৰশিক্ষণত ব্যস্ত কোন এই ৰাজকুমাৰী?

এন ই নাও নিউজ by এন ই নাও নিউজ
September 17, 2020 5:05 pm
princess-elisabeth-starts-military-training

সামৰিক প্ৰশিক্ষণত ব্যস্ত বেলজিয়ামৰ ৰাজকুমাৰী এলিজাবেথ থেৰেজিয়া মাৰিয়া হেলেনা।

501
VIEWS
Share on FacebookShare on Twitter

বৰ্তমান পূৰ্ণোদ্যমে সামৰিক প্ৰশিক্ষণত ব্যস্ত তেওঁ। সিংহাসনৰ পৰৱৰ্তী উত্তৰাধিকাৰী হিচাপে নিৰ্বাচিত এই ৰাজকুমাৰীগৰাকী হৈছে বেলজিয়ামৰ এলিজাবেথ থেৰেজিয়া মাৰিয়া হেলেনা।

দুগৰাকী ভাতৃ আৰু দুগৰাকী ভগ্নীৰ মাজত আটাইতকৈ জ্যেষ্ঠ হৈছে এলিজাবেথ।

সিংহাসনত অধিষ্ঠিত হোৱাৰ বাবে নিজকে যোগ্য কৰি তুলিবলৈ তেওঁ সামৰিক প্ৰশিক্ষণ আৰম্ভ কৰিছে।

ব্ৰাছেলছৰ ৰয়েল মিলিটাৰী স্কুলত সামৰিক প্ৰশিক্ষণ আৰম্ভ কৰি দিছে এলিজাবেথে।

প্ৰশিক্ষণৰ সময়ছোৱাত তেওঁক ৰাষ্ট্ৰৰ সামৰিক বাহিনীৰ বিষয়ে ব্যৱহাৰিক তথা তাত্বিক শিক্ষা প্ৰদান কৰা হ’ব।

তেওঁৰ পিতৃ বৰ্তমানৰ সম্ৰাট ফিলিপেও ইয়াৰ পৰাই সামৰিক প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।

বৰ্তমান এলিজাবেথক সামৰিক প্ৰশিক্ষণৰ সময়ছোৱাত বিভিন্ন শাৰীৰিক অনুশীলনত ব্যস্ত থকা দেখা গৈছে।

একাডেমীখনে প্ৰকাশ কৰা কিছুমান ছবিত এলিজাবেথক শাৰীৰিক অনুশীলনত ব্যস্ত থকা দেখা গৈছে।

এলিজাবেথে আনকি অস্ত্ৰ চালনাৰ প্ৰশিক্ষণো গ্ৰহণ কৰিছে। প্ৰশিক্ষণৰ সময়ত অত্যাধুনিক অস্ত্ৰ হাতত লৈ থকা ছবিত দেখা গৈছে বেলজিয়ামৰ ভৱিষ্যতৰ ৰাণী গৰাকীক।

এলিজাবেথ দেশখনত এগৰাকী নাৰী হিচাপে সিংহাসনত আৰোহন কৰাৰ ইতিহাস গঢ়িবলৈ আগবাঢ়িছে।

বেলজিয়ামত ১৯৯১চনত প্ৰস্তুত কৰা এখন আইন অনুসৰি নাৰীক ৰাণী হোৱাৰ সুযোগ দিয়া হৈছে। সেয়েহে, ভাতৃসকল সৰু হোৱাৰ বাবে এলিজাবেথেই হ’ব দেশখনৰ পৰৱৰ্তী ৰাণী।

Recent News

ডুবি যোৱা শিশুৰ মৃতদেহ ঘূৰাই দিলে কুম্ভীৰে! দেখি চকু কপালত উঠিল উদ্ধাৰকাৰীৰ

ডুবি যোৱা শিশুৰ মৃতদেহ ঘূৰাই দিলে কুম্ভীৰে! দেখি চকু কপালত উঠিল উদ্ধাৰকাৰীৰ

ইউক্ৰেইনত পুনৰ ৰাছিয়াৰ মিছাইল আক্ৰমণ; নিহত কমেও ১১ জন

ইউক্ৰেইনত পুনৰ ৰাছিয়াৰ মিছাইল আক্ৰমণ; নিহত কমেও ১১ জন

ফিটনেছৰ প্ৰমাণ! প্ৰত্যাৱৰ্তন কৰিয়েই এটা ইনিংছত ৭ উইকেট জাডেজাৰ

ফিটনেছৰ প্ৰমাণ! প্ৰত্যাৱৰ্তন কৰিয়েই এটা ইনিংছত ৭ উইকেট জাডেজাৰ

Sanjay Dutt

প্ৰিয় অভিনেতালৈ মৰমৰ চিন! সঞ্জয় দত্তৰ নামত অনুৰাগী মহিলাই উইল কৰি গ’ল ৭২ কোটি টকাৰ সম্পত্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd