DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, March 24, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

গৰম পানী খোৱাৰ উপকাৰিতা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 9, 2023 6:45 am
144
VIEWS
Share on FacebookShare on Twitter

আমি প্ৰায়ে শুনিবলৈ পাওঁ যে গৰম পানী খোৱাটো আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী। কিন্তু সেই উপকাৰ সমূহ কি কি? গৰম পানী খোৱাৰ বিভিন্ন উপকাৰিতা আছে। গৰম পানী সেৱনৰ ফলত আমি লাভ কৰা উপকাৰিতাসমূহৰ বিষয়ে তলত উল্লেখ কৰা হ’ল –

১/ হজম শক্তি

আহাৰ খোৱাৰ পিছত গৰম পানী খালে আমাৰ পাচন তন্ত্ৰই খাদ্য সমূহ গুৰি কৰাত সহায়ক হয়। গতিকে গৰম পানীয়ে হজম শক্তি বৃদ্ধি কৰাত সহায় কৰে।

২/ কোষ্ঠকাঠিন্য

গৰম পানী খোৱাটো আমাৰ স্বাস্থ্যৰ বাবে ভাল হোৱাৰ আন এটা কাৰণ হ’ল ই কোষ্ঠকাঠিন্য প্ৰতিৰোধ কৰাত সহায় কৰে।

৩/ হাইড্ৰেচন

গৰম পানীয়ে শৰীৰৰ বিষাক্ত পদাৰ্থৰ বিৰুদ্ধে কাম কৰে আৰু আপোনাৰ শৰীৰক বিষমুক্ত কৰে। যদি আপুনি খাদ্য খোৱাৰ পিছত গৰম পানী খায় তেন্তে ই হজমৰ সময়ত কমি যোৱা তৰল পদাৰ্থৰ পৰিমাণ পুনৰ বৃদ্ধি কৰাত সহায় কৰে, আৰু আপোনাৰ শৰীৰক হাইড্ৰেট কৰি ৰাখে।

৪/ ওজন

গৰম পানীয়ে মেদবহুল লোকৰ ওজন হ্ৰাস কৰাত সহায় কৰে। সেয়ে সদায় খালী পেটত গৰম পানী সেৱন কৰাটো সকলোৰে বাবে ভাল বুলি গণ্য কৰা হয়। শেহতীয়াকৈ কৰা এক গৱেষণাৰ পৰা দেখা গৈছে যে খাদ্য খোৱাৰ আগতে গৰম পানী খালে বিপাকীয় ক্ৰিয়া ৩২ শতাংশ বৃদ্ধি পায়। বহু বিশেষজ্ঞই খাদ্য খোৱাৰ পিছত গৰম পানী খোৱাৰ পৰামৰ্শ দিয়ে কাৰণ ই ওজন হ্ৰাস কৰাত সহায় কৰে।

৫/ ঋতুস্ৰাৱৰৰ বিষ

মহিলা সকলে খাদ্য খোৱাৰ পিছত গৰম পানী খালে জৰায়ুত তেজৰ সোঁত বৃদ্ধি হয়। ফলত জঠৰ পেশীবোৰ সক্ৰিয় হৈ উঠে। সেয়ে ঋতুস্ৰাৱৰ সময়ত হোৱা বিষৰ বাবে গৰম পানী অতি উত্তম।

Recent News

Rahul Gandhi

সাংসদ পদ হেৰুৱালে ৰাহুল গান্ধীয়ে: লোকসভাৰ সদস্য পদৰ বাবে অযোগ্য ঘোষণা

“শূৰ্পনাখা মন্তব্য!” পাঁচ বছৰৰ পিছত মোডীৰ বিৰুদ্ধে মানহানি গোচৰ কংগ্ৰেছ নেতা ৰেণুকা চৌধুৰীৰ

“শূৰ্পনাখা মন্তব্য!” পাঁচ বছৰৰ পিছত মোডীৰ বিৰুদ্ধে মানহানি গোচৰ কংগ্ৰেছ নেতা ৰেণুকা চৌধুৰীৰ

opposition parties goes Supreme Court

কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহৰ অপব্যৱহাৰ: চৰকাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ ১৪ টা বিৰোধী দল

Salman Khan

ব্ৰিটেইনৰ পৰা আহিছিল ছলমাল খানক হত্যাৰ ভাবুকিৰ মেইল! মেইলৰ সৈতে সংলগ্ন ব্ৰিটেইনৰ ফোন নম্বৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd