• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অটোচালকৰ টি-চাৰ্টত লিখা আছিল IIM-বেংগালুৰুঃ তাৰপাছত? পঢ়ক এই অণুপ্ৰেৰণাদায়ক কাহিনী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 12, 2025 8:56 pm
18
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাংলা কবি শক্তি চেটাৰ্জীয়ে লিখিছে, “মানুষ বড় কাঁদছে,/ তুমি মানুষ হয়ে পাশে দাঁড়াও…, মানুষ বড় একলা,/ তুমি তাহার পাশে এসে দাঁড়াও।” এইদৰে কিতাপৰ পৃষ্ঠাত কবিতা লিখিত অৱস্থাতে থাকে, কিন্তু কেতিয়াবা বাস্তৱত সেয়া হৈ পৰে জীয়া কাহিনী। বেংগালুৰুত বাস কৰা যুৱতী অপূৰ্বাৰ লগতো ঠিক এনেকুৱাই হৈছিল। অটো এখনত উঠি ‘আই আই এম-বি’ লিখা টি-চাৰ্ট পিন্ধা ড্ৰাইভাৰৰ সৈতে অপূৰ্বাৰ সৈতে বাৰ্তালাপ কৰিছিল।

প্ৰতিজন ব্যক্তিৰ জীৱন কাহিনী বেলেগ বেলেগ। আমি মাত্ৰ সেই কাহিনীটো বিচাৰিব জানিব লাগিব। তেনে কোনো লোকৰ কাহিনীয়ে আমাক অনুপ্ৰাণিত কৰে। তেওঁলোকৰ কাহিনীয়ে আমাক আজীৱন জীয়াই থাকিবলৈ অণুপ্ৰেৰণা যোগান ধৰে। অপূৰ্বায়ো ঠিক এনে এটা কাহিনী বিচাৰি পালে। জানো আহক সবিশেষ…

Apply Now

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে অপূৰ্বাৰ এই পোষ্ট। পোষ্টটো ভালদৰে চালে দেখা পোৱা গৈছে যে এজন ড্ৰাইভাৰ অটো এখনত বহি আছে। তেওঁৰ চোলাত আই আই এম-বি লিখা আছে। শব্দটো দেখি অপূৰ্বা হতভম্ব হৈ পৰিল। জেকেটত থকা IIM-B পঢ়ি চালকৰ লগত কথা পাতিবলৈ অপূৰ্বা উদগ্ৰীব হৈ পৰে।

My auto driver was wearing iimb jacket ofc curious me had a lil chat with him.. he mentioned he works in iimb hostel mess and the students over there gifted it him and also mentioned auto driving is his part time job 🙂 pic.twitter.com/jNShi89pQt

— Apoorva 🌤️ (@theanxiouslab) August 10, 2025

অপুৰ্বাই বাৰ্তালাপ কৰি গম পাই যে অটো চালকজন বেংগালুৰুৰ ইণ্টাৰনেশ্যনেল ইনষ্টিটিউট অৱ মেনেজমেণ্টৰ হোষ্টেলৰ পূৰ্ণকালীন কৰ্মচাৰী। প্রেমৰ খাতিৰত প্রতিষ্ঠানৰ ছাত্র-ছাত্রীসকলে তেওঁক এই চোলাটো উপহাৰ হিচাপে দিয়ে৷ হোষ্টেলত কাম কৰাৰ উপৰিও তেওঁ পাৰ্ট টাইম অটো ড্ৰাইভাৰ হিচাপেও কাম কৰি পৰিয়ালটোৰ বাবে উপাৰ্জন কৰে। অটো চালকজনৰ জীৱনৰ কাহিনীয়ে অপূৰ্বাৰ হৃদয় চুই গ’ল। অপূৰ্বাৰ এক্স হেণ্ডেলত বিষয়টো পোষ্ট কৰি ভাৰ্চুৱেল জগতৰ বন্ধুসকলক জনোৱাত পোষ্টটো ভাইৰেল হৈ পৰে।

ছ’চিয়েল মিডিয়াত বহু লোকে এই যুঁজৰ বাবে অটো চালকজনক অভিনন্দন জনাইছে। লগতে অটো চালকৰ অস্তিত্ব ৰক্ষাৰ এই যুঁজৰ কাহিনী সকলোৰে মাজলৈ লৈ অহাৰ বাবে অপূৰ্বাক ধন্যবাদ জ্ঞাপন কৰিছে। তেওঁলোকৰ হোষ্টেলৰ এজন সাধাৰণ কৰ্মচাৰীৰ কাষত থিয় দিয়াৰ বাবে আই আই এম বাংগালুৰুৰ ছাত্ৰ-ছাত্ৰীয়ে অপূৰ্বাক ধন্যবাদ জ্ঞাপন কৰিছে। এক কথাত ক’বলৈ গ’লে এজন সাধাৰণ অটো চালকৰ অসাধাৰণ কাহিনীয়ে নেট জগতখনক মোহিত কৰি তুলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm
মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd