• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

পৰকীয়া প্ৰেমৰ বিৰোধিতা কৰাৰ বাবে প্ৰেমিকাৰ দুই নাবালকক ৰডৰে নিৰ্মম প্ৰহাৰ কংগ্ৰেছ নেতাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 10:43 am
30
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বেংগালুৰুত এজন কংগ্ৰেছ নেতাৰ বিৰুদ্ধে অতি ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। বেংগালুৰু উত্তৰ জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক আনন্দ নাইডুৱে দুজন নাবালকক লোহাৰ ৰডৰে অতি নিৰ্মমভাৱে আক্ৰমণ কৰা বুলি জানিব পৰা গৈছে।

বাতৰি অনুসৰি আনন্দ নাইডুৰ এগৰাকী মহিলাৰ সৈতে দীৰ্ঘদিন ধৰি অবৈধ সম্পৰ্ক চলি আছিল আৰু এই সম্পৰ্কক লৈ নাবালক দুজনাই প্ৰশ্ন কৰাৰ বাবে তেওঁ খঙত অগ্নিশৰ্মা হৈ পৰে। ইয়াৰ পিছতে তেওঁ লোহাৰ ৰড লৈ ল’ৰা দুজনৰ ওপৰত জপিয়াই পৰে আৰু তেওঁলোকক বেয়াকৈ মাৰপিট কৰে।

Apply Now

এই ভয়ংকৰ ঘটনাক লৈ বৰ্তমান আন্নাপূৰ্ণেশ্বৰী নগৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীয়ে অভিযুক্ত কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে কঠোৰ পকচো আইনৰ অধীনত গোচৰ পঞ্জীয়ন কৰিছে। ভুক্তভোগী নাবালক দুজনৰ দেউতাকে অভিযোগ কৰিছে যে যোৱা প্ৰায় ৩-৪ বছৰ ধৰি আনন্দ নাইডুৰ তেওঁৰ পত্নীৰ সৈতে অবৈধ প্ৰেমৰ সম্পৰ্ক আছিল। যেতিয়াই তেওঁৰ সন্তানে এই অনৈতিক সম্পৰ্কৰ বিৰোধিতা কৰিছিল, তেতিয়াই নেতাগৰাকীয়ে তেওঁলোকক শাৰীৰিকভাৱে নিৰ্যাতন চলাইছিল। এই শেহতীয়া আক্ৰমণৰ ফলত ল’ৰা দুজনৰ ভৰি, হাত আৰু শৰীৰৰ বিভিন্ন অংশত গুৰুতৰ আঘাত পোৱা বুলি জানিব পৰা গৈছে।

মাৰপিটৰ ঘটনাৰ উপৰিও কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে সম্পত্তি দখলৰো এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। অভিযোগকাৰীয়ে জনোৱা মতে আনন্দ নাইডু আৰু তেওঁৰ পত্নীয়ে মিলি তেওঁৰ সন্মতি নোহোৱাকৈয়ে সম্পত্তিৰ কাগজ-পত্ৰ নিজৰ নামলৈ হস্তান্তৰ কৰি লৈছে। এই সমগ্ৰ ঘটনাই এতিয়া অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বৰ্তমান আৰক্ষীয়ে এই সমগ্ৰ বিষয়টো অতি গুৰুত্বসহকাৰে লৈছে আৰু ঘটনাৰ প্ৰকৃত সত্য উদঘাটন কৰিবলৈ তদন্ত অব্যাহত ৰাখিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেপালৰ প্ৰলয়ংকাৰী বানৰ বাবে চীন দায়ী নেকি? ভাৰতীয় সংবাদ মাধ্যমৰ দাবীক লৈ বেইজিঙৰ স্পষ্টীকৰণ

নেপালৰ প্ৰলয়ংকাৰী বানৰ বাবে চীন দায়ী নেকি? ভাৰতীয় সংবাদ মাধ্যমৰ দাবীক লৈ বেইজিঙৰ স্পষ্টীকৰণ

September 1, 2026 10:34 am
পৰিৱেশৰ প্ৰতি পিঠি! আদানীৰ ২টা প্ৰকল্পৰ বাবে ৮৩,৭০০ বৰ্গফুট বনভূমি কাটি চাফা

পৰিৱেশৰ প্ৰতি পিঠি! আদানীৰ ২টা প্ৰকল্পৰ বাবে ৮৩,৭০০ বৰ্গফুট বনভূমি কাটি চাফা

September 1, 2026 10:04 am
মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

September 1, 2026 9:04 am
ৰাইজেই ৰজা! ৰাইজৰ ৰোষত শিৰনত হ’বলৈ বাধ্য হ’ল মুখ্য মন্ত্ৰী

ৰাইজেই ৰজা! ৰাইজৰ ৰোষত শিৰনত হ’বলৈ বাধ্য হ’ল মুখ্য মন্ত্ৰী

September 1, 2026 8:57 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপালৰ প্ৰলয়ংকাৰী বানৰ বাবে চীন দায়ী নেকি? ভাৰতীয় সংবাদ মাধ্যমৰ দাবীক লৈ বেইজিঙৰ স্পষ্টীকৰণ

নেপালৰ প্ৰলয়ংকাৰী বানৰ বাবে চীন দায়ী নেকি? ভাৰতীয় সংবাদ মাধ্যমৰ দাবীক লৈ বেইজিঙৰ স্পষ্টীকৰণ

September 1, 2026 10:34 am
পৰিৱেশৰ প্ৰতি পিঠি! আদানীৰ ২টা প্ৰকল্পৰ বাবে ৮৩,৭০০ বৰ্গফুট বনভূমি কাটি চাফা

পৰিৱেশৰ প্ৰতি পিঠি! আদানীৰ ২টা প্ৰকল্পৰ বাবে ৮৩,৭০০ বৰ্গফুট বনভূমি কাটি চাফা

September 1, 2026 10:04 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd