• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অটো

জিঅ’ গিগা ফাইবাৰক লৈ সক্ৰিয় দুষ্ট চক্ৰ; ভুৱা ইমেইলেৰে বেংকৰ তথ্য সংগ্ৰহৰ চক্ৰান্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
September 3, 2019 6:47 pm
Jio Giga Fibar

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

19
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছেপ্তেম্বৰৰ ৫ তাৰিখে বাণিজ্যিকভাৱে মুকলি হ’বলগীয়া ৰিলায়েঞ্চলৰ জিঅ’ গিগা ফাইবাৰক লৈ জনসাধাৰণৰ আগ্ৰহ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

গ্ৰাহকৰ বৰ্ধিত আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি ষড়যন্ত্ৰকাৰীসকলে গিগা ফাইবাৰ সক্ৰিয় কৰাৰ নাম লৈ মিছা ইমেইল প্ৰেৰণ কৰা আৰম্ভ কৰিছে।

Apply Now

ষড়যন্ত্ৰকাৰীসকলে গ্ৰাহকসকলৰ বেংক একাউণ্টৰ বিষয়ে তথ্য সংগ্ৰহৰ বাবেই ‘এক্টিভেশ্যন ৰিকুৱেষ্ট’ৰ নামত ইমেইল প্ৰেৰণ কৰা  আৰম্ভ কৰিছে।

ভুৱা ইমেইলৰ বিষয়ে আপুনি জানিবলগীয়া কিছু কথা-

ভুৱা ইমেইলৰ বিষয়ে

জানিব পৰা মতে ষড়যন্ত্ৰকাৰীসলে প্ৰথমে ‘গিগা ফাইবাৰ-এক্টিভেশ্যন ৰিকুৱেষ্ট ৰিচিভদ’ বিষয়েৰে ভুৱা ইমেইল পঠায়।

ইমেইলটোৰ বিষয়বস্তৱে আপোনাক এইটো এটা কোম্পানীয়ে পঠোৱা ইমেইল বুলি ভাবিবলৈ বাধ্য কৰাব কিয়নো ইয়াত কোম্পানীৰ লগো আৰু লিংক পৰ্যন্ত সংলগ্ন হৈ থাকে।

এবাৰ আপুনি লিংকত গৈ ক্লিক কৰিলে ই আপোনাৰ বেংক একাউণ্টৰ তথ্যৰ বিষয়ে জানিব বিচাৰিব।

ভুৱা ইমেইলৰ উৎসৰ বিষয়ে কেনেদৰে জানিব?

প্ৰথমে ডোমেইন নামটো চিনাক্ত কৰক(@ৰ পাছৰ অংশখিনি)। যদিহে এইটো এটা অফিচিয়েল ডোমেইন হয় তেনেহ’ল তাত মাত্ৰ jio.com বুলি উল্লেখ থাকিব।

ভুৱা ৱেবচাইটৰ বিষয়ে জানিবলৈ ইয়াৰ http আৰু https অংশলৈ ভালদৰে মন কৰক। এই ক্ষেত্ৰত কেতিয়াও প্ৰথমে ব্যক্তিগত বিবৰণ অন্তৰ্ভূক্ত কৰি কাকো বিশ্বাস নকৰিব।

তাৰোপৰি, ভুৱা ৱেবচাইটৰ বিষয়ে জানিবলৈ কপিৰাইট সম্বন্ধীয় তথ্য, কোম্পানীৰ সবিশেষ, বানানৰ ভুল, ব্ৰোকেন লিংক আদিৰ বিষয়ে চাব পাৰে।

এনে ইমেইল লাভ কৰিলে আপুনি কি কৰিব?

জিঅ’ গিগা ফাইবাৰৰ পঞ্জীয়ণ ইতিমধ্যে আৰম্ভ হৈছে। আপুনি ইয়াৰ অফিচিয়েল ৱেবচাইটলৈ গৈ নিজৰ পৰিচয় সম্বন্ধীয় তথ্য অন্তৰ্ভুক্ত কৰি নতুন সংযোগৰ বাবে আবেদন কৰিব পাৰে।

এবাৰ আপোনাৰ পঞ্জীয়ন সম্পূৰ্ণ হ’লে আৰু জিঅ’ৰ তৰফৰ পৰা আপোনাৰ স্থান সত্যাপিত হোৱাৰ পাছত কোম্পানীৰ অভিযন্তা আপোনাৰ ঘৰত উপস্থিত হৈ নতুন সংযোগ স্থাপন কৰি দিব।

জিঅ’ৰ পৰিসেৱা মুকলিৰ প্ৰাৰম্ভিক পৰ্যায়ত নতুন সংযোগ স্থাপন প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে বিনামূলীয়াভাৱে কৰা হয়।

গতিকে এনে ধৰণৰ ভুৱা ইমেইল লাভ কৰিলে কেতিয়াও এনে ইমেইলৰ উত্তৰ নিদিব বৰঞ্চ ইয়াক নপঢ়াকৈ ডিলিট কৰি দিব পাৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd